শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. অসম

    মহানগৰীৰ দাতালপাৰাত টায়াৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড

    গুৱাহাটীৰ দাতালপাৰাত এম ডি টায়াৰৰ গুদামত জুই লাগি কেইবা লাখ টকা মূল্যৰ টায়াৰ ভস্মীভূত হৈছে। জুই নুমুৱাবলৈ ১২খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন…

  2. দেশ

    ইণ্ডিগোৰ কৰ্মচাৰীৰ ৰক্তাক্ত দেহ কেনেকৈ পালেগৈ মহাৰাষ্ট্রেৰ জঙ্গল!

    মহাৰাষ্ট্ৰৰ গোন্দিয়া জিলাৰ বন্দ্ৰানী জংঘলত ৰক্তাক্ত অৱস্থাত ইণ্ডিগোৰ কৰ্মচাৰী বৰ্ষা ঠাকুৰৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰক্ষীয়ে তেওঁৰ বন্ধু নীতেশ…

  3. অসম

    পিকনিকলৈ যোৱাৰ পূৰ্বে ল'ব লাগিব প্ৰশাসনৰ আগতীয়া অনুমতি, অনুমতিৰ খোলা হ'ব পৰ্টেল

    পথ দুৰ্ঘটনা ৰোধ আৰু যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পিকনিক দলৰ বাবে অনলাইন পৰ্টেলযোগে আগতীয়া অনুমতি বাধ্যতামূলক কৰাৰ সিদ্ধান্ত পৰি…

  4. অসম

    ‘দেশৰ প্ৰধানমন্ত্ৰীয়ে তেল কমকৈ খাই’ ‘ময়ো তেল কমকৈ খাওঁ, পাৰিলে আপোনালোকেও তেল কমকৈ খাওক '

    খোৱাতেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ৰাইজক আহ্বান জনাই কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাই কয়, ভাৰত চৰকাৰে খোৱাতেলৰ নামত বছৰি প্ৰায় ২.৫০ লাখ কোটি টকা ব্য…

  5. দেশ

    হায়দৰাবাদৰ সন্মিলনত ইটালীৰ নেতাৰ শ্লোগানক লৈ বিতৰ্ক

    হায়দৰাবাদৰ ‘ভাৰত সন্মিলন’ত ইটালীৰ নেতা জিয়াকোমো ফিলিবেকৰ শ্লোগানক কেন্দ্ৰ কৰি ৰাহুল গান্ধী আৰু কংগ্ৰেছক সমালোচনা কৰিছে বিজেপিয়ে।

  6. দেশ

    সামৰিক গুপ্তচৰবৃত্তিত হনী ট্ৰেপ মাত্ৰ এটা দিশ: বায়ুসেনা প্ৰধান

    চাইবাৰ গুপ্তচৰবৃত্তি, ভিতৰুৱা বিপদ আৰু বিভিন্ন প্ৰলোভনমূলক কৌশলক সামৰিক সুৰক্ষাৰ প্ৰধান প্ৰত্যাহ্বান বুলি উল্লেখ কৰিলে এয়াৰ চীফ মাৰ্শাল অশু…

  7. অসম

    কোকৰাঝাৰত সদৌ অসম নাৰ্চ সন্থাৰ ৪৬সংখ্যক ৰাজ্যিক অধিৱেশন

    কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হ'ব সদৌ অসম নাৰ্চ সন্থাৰ ৪৬সংখ্যক ৰাজ্যিক পূৰ্ণাংগ অধিৱেশন।

  8. অসম

    গোপালকৃষ্ণ চাহ বাগিচাত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা-উন্মোচন

    জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ঔগুৰিৰ গোপালকৃষ্ণ চাহ বাগিচাত ভগৱান বিৰছা মুণ্ডাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা আৰু উন্মোচন কৰা হ…

  9. অসম

    কুলগামত নিৰাপত্তা বাহিনীৰ গুলীচালনাত লস্কৰ বাহিনীৰ দুই সদস্য নিহত

    কুলগামৰ লাৰু গাঁৱত যৌথ অভিযান চলোৱাৰ সময়ত নিৰাপত্তা বাহিনীৰ গুলীচালনাত লস্কৰ-ই-তৈবাৰ দুই সদস্য নিহত হৈছে। নিহতসকলৰ মাজত লশকৰৰ কমাণ্ডাৰ লতিফ…

  10. অসম

    কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী

    কেচা চাহপাত কঢ়িওৱা গাড়ী তালাচী:কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী। তীব্ৰ বেগী কেচা চাহপাত কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান আৰ…

  11. দেশ

    কি পালে ৰাহুল গান্ধীৰ ফোন টেপিংত? টেপিঙৰ অভিযোগক লৈ ৰাহুলক ৰবি কিষাণৰ কটাক্ষ

    ফোন টেপিঙৰ অভিযোগৰ প্ৰতিক্ৰিয়াত বিজেপি সাংসদ ৰবি কিষাণে ৰাহুল গান্ধীক ‘আলুৰ পৰা সোণ’ মন্তব্যক লৈ কটাক্ষ কৰে।

  12. অসম

    ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত জোৰোণ দিবলৈ যোৱা বিবাহযাত্ৰী বাহন ,আঘাতপ্ৰাপ্ত ২১ জনকৈ লোক

    চৰাইদেউৰ বৰহাটত জোৰোণ দিবলৈ যোৱা বিবাহযাত্ৰী কঢ়িয়াই নিয়া টাটা এচি বাহনখন বৈদ্যুতিক খুঁটাত খুন্দা মাৰে। ১৬জনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ…

  13. দেশ

    বিলকিস বানো গোচৰঃ দুজন দোষীক সৰ্বোচ্চ ন্যায়ালয়ৰ জামিন

    বিলকিস বানো গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত যাবজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত বিপিনচাঁদ জোশী আৰু প্ৰদীপ মোধিয়াৰ শাস্তি স্থগিত ৰাখি জামিন মঞ্জুৰ কৰিছে…

  14. অসম

    কাজিৰঙাৰ ৰঙাজান দুৰ্ঘটনা: গোলাঘাটৰ ৬ পৰিবহণ বিষয়া নিলম্বিত

    কাজিৰঙাৰ সমীপৰ ৰঙাজানত ২৬জনৰ প্ৰাণ লোৱা পথ দুৰ্ঘটনাৰ পাছত গোলাঘাট জিলাৰ পৰিবহণ বিভাগৰ ছয়জন বিষয়াক নিলম্বন কৰা হৈছে।

  15. অসম

    পুনৰ বৃদ্ধি গাখীৰৰ মূল্য! খুচুৰা মূল্য লিটাৰত ২ টকা ৮০ পইচা বৃদ্ধি

    গুৱাহাটীত ১৬ নৱেম্বৰৰ পৰা খোলা গাখীৰৰ খুচুৰা মূল্য প্ৰতিলিটাৰত ৭১ টকা ৮০ পইচা কৰা হৈছে। পাইকাৰী মূল্য নিৰ্ধাৰণ কৰা হৈছে ৬৯ টকা ২০ পইচা।

  16. অসম

    ডিমৰীয়া প্ৰিমিয়াৰ লীগৰ খিতাপ বি এম বয়ছৰ দখলত

    ব্ৰাদাৰ্ছ ইউনাইটেডক পৰাস্ত কৰি ডিমৰীয়া প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণৰ চেম্পিয়ন হৈছে বি এম বয়ছ। বিজয়ী দলটোৱে লাভ কৰিছে ১ লাখ ২০ হাজাৰ…

  17. অসম

    আছুৱে এতিয়া ইমান গুৰুত্ব পোৱা উচিত নহয়ঃ ড° হীৰেন গোহাঁই

    আছুৰ শেহতীয়া ভূমিকা আৰু এছআইআৰক লৈ সংগঠনটোৰ স্থিতিৰ তীব্ৰ সমালোচনা কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইয়ে।

  18. অসম

    পথ দু*ৰ্ঘটনাক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী !ভুল কৰিলেই হ'ব কঠোৰ শাস্তি, বান্ধি দিলে কেইবাটাও নিৰ্দেশনা

    পথ দুৰ্ঘটনা হ্ৰাস আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিখন জিলাতে টাস্ক ফ’ৰ্চ গঠনসহ ১২ দফা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

  19. অসম

    কাজিৰঙাৰ দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ আজমল ফাউণ্ডেশ্যনৰ ১ লাখ টকাকৈ সাহায্য

    কাজিৰঙাৰ শেহতীয়া পথ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়াললৈ ১ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব আজমল ফাউণ্ডেশ্যনে।

  20. অসম

    ১০ ডিচেম্বৰ আগতেই পৰিশোধ কৰক অনাদায় কৰ, অন্যথা ভৰিব লগা হ'ব পাৰে জৰিমনা-ঘোষণা মেয়ৰ মৃগেণ শৰণীয়াৰ

    গুৱাহাটী পৌৰ নিগমে ৩ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনাদায় কৰ সংগ্ৰহৰ বিশেষ অভিযান চলাব।

  21. অসম

    গোলাঘাটৰ নেঘেৰিবিলত উচ্ছেদস্থলীত নগাৰ আগ্ৰাসন

    গোলাঘাটৰ মেৰাপানীৰ নেঘেৰিবিলত বেদখলমুক্ত বনভূমিত পথ নিৰ্মাণ আৰু গছ কটাৰ অভিযোগ উঠিছে। ঘটনাক লৈ সীমান্তবাসীৰ মাজত উদ্বেগ সৃষ্টি হৈছে।

  22. অসম

    ফুকেটত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডত মৃত্যু ১১ জনৰ , ১৬ জন আহত

    থাইলেণ্ডৰ ফুকেটৰ পাটং অঞ্চলৰ চাৰিমহলীয়া বাণিজ্যিক অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ১১ জন লোকৰ মৃত্যু হৈছে। ঘটনাটোত ১৬ জন লোক আহত হৈছে।