গুৱাহাটী

গুৱাহাটী জিলাৰ শেহতীয়া খবৰ

অসম

বি এছ-৬ ব্যক্তিগত বাহনৰ পিইউচি প্ৰমাণপত্ৰৰ বৈধতাত নতুন নিয়ম

বাহনৰ বয়স অনুসৰি বি এছ-৬ ব্যক্তিগত বাহনৰ পিইউচি প্ৰমাণপত্ৰৰ বৈধতাৰ সময়সীমা নিৰ্ধাৰণৰ নতুন ব্যৱস্থা প্ৰকাশ পাইছে।

  1. স্বাস্থ্য

    GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট, সুস্থ হৈ ঘৰলৈ উভতিল দাতা-গ্ৰহীতা

    জিএমচিএইচত প্ৰথমবাৰৰ বাবে সম্পন্ন হোৱা যকৃত সংৰোপণৰ ২৫ দিনৰ পাছত দাতা আৰু গ্ৰহীতাক চিকিৎসালয়ৰ পৰা ছুটি দিয়া হৈছে।

  2. অসম

    জুবিন গাৰ্গৰ ছবি আঁকিবলৈ গৈ পুনৰ আটক চিত্ৰশিল্পী মাৰ্চেল বৰুৱা

    গণেশগুৰি উৰণ সেতুৰ তলত জুবিন গাৰ্গৰ অসম্পূৰ্ণ প্ৰতিচ্ছবি সম্পূৰ্ণ কৰিবলৈ যাওঁতে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক আটক কৰাৰ অভিযোগ উঠিছে।

  3. অসম

    ‘কেৱল ১৯ লাখ মানুহৰ নাম বাদ পৰা NRC খনক লৈ আমি সন্তুষ্ট নহয়৷ সেয়ে পুনৰ পৰীক্ষা লাগে’- উৎপল শৰ্মা

    এনআৰচি পুনৰ পৰীক্ষাৰ দাবীত আছুৰ আবেদন শুনানিৰ বাবে গ্ৰহণ কৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

  4. অসম

    ডিগবৈত ১ কোটি টকাৰ প্ৰাইজমানিৰে ২৬ তম ছাৰ্ভ মাষ্টাৰ্চ গলফ্ প্ৰতিযোগিতা। দেশী- বিদেশী খেলুৱৈৰ অংশগ্ৰহণ।

    ভাৰতীয় তেল নিগম ( অসম তেল সংমণ্ডল)ৰ উদ্যোগত আজিৰে পৰা ডিগবৈ গলফ্ লিংকত ২১ নৱেম্বৰলৈ ২৬ তম ইণ্ডিয়ান অইল ছাৰ্ভ মাষ্টাৰ্চ গলফ্ প্ৰতিযোগিতা খনি…

  5. দেশ

    কি পালে ৰাহুল গান্ধীৰ ফোন টেপিংত? টেপিঙৰ অভিযোগক লৈ ৰাহুলক ৰবি কিষাণৰ কটাক্ষ

    ফোন টেপিঙৰ অভিযোগৰ প্ৰতিক্ৰিয়াত বিজেপি সাংসদ ৰবি কিষাণে ৰাহুল গান্ধীক ‘আলুৰ পৰা সোণ’ মন্তব্যক লৈ কটাক্ষ কৰে।

  6. অসম

    পথ দু*ৰ্ঘটনাক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী !ভুল কৰিলেই হ'ব কঠোৰ শাস্তি, বান্ধি দিলে কেইবাটাও নিৰ্দেশনা

    পথ দুৰ্ঘটনা হ্ৰাস আৰু পথ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিখন জিলাতে টাস্ক ফ’ৰ্চ গঠনসহ ১২ দফা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

  7. অসম

    ১০ ডিচেম্বৰ আগতেই পৰিশোধ কৰক অনাদায় কৰ, অন্যথা ভৰিব লগা হ'ব পাৰে জৰিমনা-ঘোষণা মেয়ৰ মৃগেণ শৰণীয়াৰ

    গুৱাহাটী পৌৰ নিগমে ৩ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনাদায় কৰ সংগ্ৰহৰ বিশেষ অভিযান চলাব।

  8. অসম

    'কংগ্ৰেছৰ চৰিত্ৰ দুমুখীয়া, কংগ্ৰেছৰ দিনত SIR হ’লে কংগ্ৰেছে তাক ন্যায্যতা দিয়ে। আৰু বিজেপিয়ে SIR আনিলে বিৰোধ কৰে

    ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ কংগ্ৰেছৰ স্থিতিক দুমুখীয়া বুলি সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।

  9. অসম

    BTCৰ ‘টপ টেন’ বাছনিক লৈ BPF চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, তালিকাৰ পৰা বাদ পৰা ৩ ছাত্ৰ-ছাত্ৰী

    ভেৰগাঁৱৰ তিনিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক ‘টপ টেন’ৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি বাছনি প্ৰক্ৰিয়া পুনৰ বিবেচনাৰ দাবী জনোৱা হৈছে।

  10. অসম

    সামূহিক দায়বদ্ধতাই ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰে: লে: জেনেৰেল নীৰজ শুক্লা

    ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল সীমান্ত সুৰক্ষাত সীমাবদ্ধ নহয় বুলি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশেষ বক্তৃতানুষ্ঠানত কয় গজৰাজ ক'ৰ্পছৰ জিঅ'…

  11. অসম

    হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

    হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ১৭ নৱেম্বৰলৈ বৃদ্ধি কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।

  12. দেশ

    'মুখামুখি বিতৰ্ক হওঁক,মুখামুখি বিতৰ্ক হ’লে মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব’-মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একক ৰাজহুৱা বিতৰ্কৰ দাবী পুনৰ দোহাৰে ৰাহুল গান্ধীয়ে। এনে বিতৰ্কৰ পাছত মোদী প্ৰধানমন্ত্ৰী পদত নাথাকিব বুলি…

  13. অসম

    "CAA আমি মনা নাই, CAA আমি কেতিয়াও নামানো"; পুনৰ সৰৱ ছাত্ৰনেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

    নাগৰিকত্ব সংশোধনী আইন (CAA) কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰিলে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অসমৰ বাকী ২৮খন জিলাৰ পৰ…

  14. অসম

    ফাঁচী বজাৰত ছুৰিকাঘাত, তিনিজন আহত; তিনিজনক গ্ৰেপ্তাৰ

    গুৱাহাটীৰ ফাঁচী বজাৰৰ কামাৰপট্টীত দুটা গোটৰ মাজত সংঘৰ্ষৰ পিছত তিনিজন লোক আহত হৈছে। ঘটনাৰ সৈতে জড়িত তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

  15. অসম

    অসমত ২.৫১ কোটি ভোটাৰৰ খচৰা তালিকা প্ৰকাশ, কামৰূপ মহানগৰত ১০.৬১ লাখ ভোটাৰ

    অসমত SSR ২০২৭ৰ অধীনত ২.৫১ কোটি ভোটাৰৰ খচৰা তালিকা প্ৰকাশ। কামৰূপ মহানগৰত ভোটাৰৰ সংখ্যা ১০.৬১ লাখ। খচৰা তালিকাৰ নাম বা তথ্যৰ ভুল সংশোধনৰ বাবে…

  16. অসম

    কা আন্দোলনৰ সময়ত ‘মাজত পৰি একে ঠাইতে থাকি গ’লোঁ’ — মানস ৰবীনৰ মন্তব্য

    কা আন্দোলনৰ সময়ত দুয়োফালৰ টনাটনিত পৰি একে ঠাইতে ৰৈ যোৱাৰ কথা ক’লে মানস ৰবীনে। বৰ্তমান আন্দোলনলৈ নোযোৱাৰ কথাও উল্লেখ কৰি জুবিন গাৰ্গৰ প্ৰতি ন…

  17. দেশ

    ‘Z for Zubeen Garg' চতুৰ্থ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভক্ত জুবিন গাৰ্গ!

    Z for Zubeen Garg’ লিখা বৰ্ণমালাৰ কিতাপৰ পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেল। অৱশ্যে সেয়া উত্তৰ প্ৰদেশ চৰকাৰৰ চৰকাৰী পাঠ্যক্ৰমৰ অংশ নহয়, ব্যক্তি…