কিয় প্ৰধানমন্ত্ৰীৰ আসনত বহা নাছিল ছোনীয়া গান্ধী ? ২২ বছৰ পাছত ক'লে নিজ মুখে
নতুন দিল্লী, ৭ নৱেম্বৰঃ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছিল ছোনিয়া গান্ধীয়ে। কিন্তু সকলোকে আচৰিত কৰি তেওঁ সেই পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ পৰিৱৰ্তে ড০ মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। প্ৰায় ২২ বছৰৰ পিছত এই সিদ্ধান্তৰ আঁৰৰ কাৰণ সন্দৰ্ভত মু...