← ই-কাকত ১ / ৯
NewzNow
ই-কাকত২০ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
আন্তঃৰাষ্ট্ৰীয়

ৰোহিংগীয়া গণহত্যাৰ বাবে ম্যানমাৰক দোষী সাব্যস্ত ICJৰ; ক্ষতিপূৰণ আৰু নিৰাপদ প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ

দ্য হেগ, ২০ নৱেম্বৰ: ৰোহিংগীয়া মুছলমানৰ বিৰুদ্ধে ২০১৭ চনত চলোৱা সামৰিক অভিযানৰ সময়ত গণহত্যা সংঘটিত কৰাৰ বাবে ম্যানমাৰক দায়ী সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে। বৃহস্পতিবাৰে ৯-৬ ভোটৰ ব্যৱধানত আদালতে এই ৰায় দিয়ে। আদালতৰ সভাপতি ইউজি ইৱাছাৱাই প্ৰায় তিনি ঘণ্টাজোৰা ৰায়দানত কয় যে, ২০১৭ চনৰ সামৰিক অভিযানৰ সময়ত ম্যানমাৰৰ...

অনুসন্ধান

আপোনাৰ পুৱাৰ চাহৰ আগতেই সুতত ৩৩ কোটি! প্ৰতি মিনিটত ২.৩৫ লাখ টকা সুত দিয়ে অসমে

প্ৰতিদিনে পুৱা, এখন বিদ্যালয়ৰ দুৱাৰ খোলাৰ আগতে, অসামৰিক চিকিৎসালয়ত এজন ৰোগীকো চিকিৎসা সেৱা আগবঢ়োৱাৰ আগতে, অসম চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা ঋণৰ সুত হিচাপে গড়ে প্ৰায় ৩৩.৮...

দেশ

বিয়াৰ ভোজত মাংসৰ টুকুৰাক লৈ মহাৰণ! দৰা-কইনা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট

বুলন্দচহৰ, ২০ নৱেম্বৰ: এখন বিবাহ অনুষ্ঠানত খাদ্য পৰিৱেশনত ভোজত মাংসৰ টুকুৰাক কেন্দ্ৰ কৰি দৰা আৰু কইনা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট। উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ ছায়ানা অঞ্চলত এ...

অসম

বেজৰ নাকতে খৰ! শিৱসাগৰত নথিৰ ম্যাদ উকলা আৰক্ষী-দণ্ডাধীশৰ বাহন; সদৰ থানাত অধিবক্তাৰ গোচৰ

শিৱসাগৰ, ২০ নৱেম্বৰ: ম্যাদ উকলা নথিপত্ৰেৰে আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশে ব্যৱহাৰ কৰা চাৰিখন চৰকাৰী বাহন চলি থকাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত শিৱসাগৰ বাৰ এছ’চিয়েচনৰ...

— ১ —
NewzNow ই-কাকত২০ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
অসম

টাই ম'ৰ সুকীয়া পৰিচয়ৰ দাবীক সমৰ্থন নকৰো: মহন-দেওধাই-বাইলুং সন্মিলন

শিৱসাগৰ: মৰাণৰ জজলিত অনুষ্ঠিত এক অভিৱৰ্তনত টাই ম' নামে সুকীয়া জনগোষ্ঠী গঠন আৰু জনজাতিকৰণৰ দাবীত প্ৰস্তাৱ গ্ৰহণৰ ঘটনাৰ সৈতে মহন-দেওধাই-বাইলুং সন্মিলন কোনো ধৰণে জড়িত নহয়...

অসম

স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক বিবাহ পিছুৱাবলৈ কোৱা এএমচিএইচৰ পৰামৰ্শ প্ৰত্যাহাৰ

ডিব্ৰুগড়, ১৯ নৱেম্বৰ: অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসা বিভাগে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকসকলক আবাসিক প্ৰশিক্ষণৰ সময়সীমা সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ...

অসম

চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কামৰূপ জিলা আয়ুক্তৰ

কামৰূপ, ২০ নৱেম্বৰ: দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ প্ৰাকৃতিকভাৱে চহকী ঐতিহাসিক চানডুবি বিলৰ পাৰত আজি আনুষ্ঠানিকভাৱে সপ্তদশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰা...

ক্ৰীড়া

প্ৰাক্তন স্বামীৰ মানহানিৰ গোচৰত মেৰী কমলৈ আদালতৰ জাননী

নতুন দিল্লী: অলিম্পিক পদক বিজয়ী প্ৰখ্যাত বক্সাৰ মেৰী কমৰ বিৰুদ্ধে দাখিল হোৱা অপৰাধমূলক মানহানিৰ এক গোচৰত দিল্লীৰ ছাকেত আদালতে জাননী জাৰি কৰিছে। মেৰী কমৰ প্ৰাক্তন স্বামী...

— ২ —
NewzNow ই-কাকত২০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
অসম

বেংগালুৰুত ২২ দিন ধৰি সন্ধানহীন হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ

বেংগালুৰু, ২০ নৱেম্বৰ: ২২ দিন ধৰি বাংগালুৰুত নিখোজ হাউলীৰ নন্দলাল ঘোষ। বাংগালুৰুৰ Indian Institute of Astrophysicsৰ পৰা নিৰুদ্দেশ নন্দলাল। বৰপেটা জিলাৰ হাউলীৰ গৱেষক ছাত্ৰ...

দেশ

২০২৭ চনৰ আৰম্ভণিতে ইৰাণত আক্ৰমণৰ সিদ্ধান্ত ল’ব ট্ৰাম্পে!

২০ নৱেম্বৰ: ‘নতুন বছৰৰ পিছতহে ইৰাণত পৰৱৰ্তী আক্ৰমণৰ সিদ্ধান্ত ল’ম’ ।ইৰাণক লৈ কোনো খৰখেদা সিদ্ধান্ত ল’ব বিচৰা নাই — ড’নাল্ড ট্ৰাম্প। ইৰাণৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ চলোৱ...

ৰাজনীতি

‘নামটো ছিৰাজ, সেয়াই জানো যথেষ্ট নহয়?’ মহম্মদ ছিৰাজক দলত স্থান নিদিয়াক লৈ কংগ্ৰেছ-বিজেপিৰ ৰাজনৈতিক বাকযুদ্ধ

ৱেলিংটনত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট মেচৰ বাবে ভাৰতীয় দলৰ প্ৰথম একাদশত তাৰকা পেচ বলাৰ মহম্মদ ছিৰাজক স্থান নিদিয়াক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত ৰাজনৈতিক বাকযুদ্ধ...

দেশ

হৰমুজ প্ৰণালীৰ পশ্চিমত ৯খন ভাৰতীয় স্বাৰ্থসম্পৃক্ত জাহাজৰ নিৰাপত্তা পৰ্যালোচনা সোণোৱালৰ

নতুন দিল্লী: বিশ্বৰ বিভিন্ন প্ৰান্তত বাণিজ্যিক জাহাজৰ ওপৰত সংঘটিত পুনৰাবৃত্ত আক্ৰমণক বৃহস্পতিবাৰে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰ...

— ৩ —
NewzNow ই-কাকত২০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
দেশ

ৰায়বেৰেলী ঘাইপথত দুৰ্ঘটনা, ২০ বছৰীয়া যুৱতীৰ মৃত্যু

লক্ষ্ণৌ: ৰায়বেৰেলী ঘাইপথৰ হৰিকংশগড়ীত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ২০ বছৰীয়া সমীক্ষাৰ মৃত্যু হৈছে। ঘটনাটোত আন চাৰিজন লোক আহত হৈছে। হৰিকংশগড়ীস্থ...

অসম

ডিগবৈৰ ৰাজপথত গৰাকীবিহিন চাৰিটা ঘোঁৰা। আটাইকেইটা ঘোঁৰা গুৰুতৰভাৱে আঘাত প্ৰাপ্ত

যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনীহা প্ৰকাশ ডিগবৈ বন বিভাগৰ। তৈলনগৰী ডিগবৈ চহৰলৈ সোমোৱাৰ পূৰ্বে আদৰণি গেটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত বিগত কিছুদিন ধৰি চাৰিটাকৈ সুঠাম ঘোঁৰা পৰিল...

দেশ

দিল্লীত AAP যুৱ মৰ্চাৰ জিলা সভাপতিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনা

নতুন দিল্লী: ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শ্বাহদৰাত আম আদমী পাৰ্টী চমুকৈ আপৰ যুৱ মৰ্চাৰ এজন নেতাৰ কাৰ্যালয়ত গুলীচালনাৰ এক ঘটনা সংঘটিত হৈছে। অচিনাক্ত দুৰ্বৃত্তই আপ যুৱ মৰ্চ...

আন্তঃৰাষ্ট্ৰীয়

দিল্লীত উপস্থিত পাকিস্তানৰ মন্ত্ৰী মুছাদ্দিক মালিক, নাপালে তাজমহল ভ্ৰমণৰ অনুমতি

নতুন দিল্লী: ছাংহাই ক'অপাৰেচন অৰ্গেনাইজেচন চমুকৈ এছচিঅ'ৰ প্ৰথমখন 'চিভিলাইজেচনেল ডায়লগ ফ'ৰাম'ত অংশগ্ৰহণৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আ...

— ৪ —
NewzNow ই-কাকত২০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
দেশ

নিকট ৰক্ত-সম্পৰ্কীয় বিবাহ সন্দৰ্ভত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা বিবেচনাৰ বাবে কেন্দ্ৰৰ জবাব বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

নতুন দিল্লী, ২০ নৱেম্বৰ: নিকট ৰক্ত-সম্পৰ্কীয় লোকৰ মাজত হোৱা বিবাহ সন্দৰ্ভত উপযুক্ত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা আছে নে নাই, সেয়া বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ জবাব বিচ...

অসম

ডিগবৈত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত, জব্দ ১২খন ই-ৰিক্সা

যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ডিগবৈ আৰক্ষীয়ে। আজি ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই মুঠ ১২খন ই-ৰিক্সা জব্দ কৰে আৰক্ষীয়ে। বৈধ ড...

অসম

গুৱাহাটীৰ মহানগৰীৰ কেইবাটাও অঞ্চলত আজি নাপাব পানী ! মেৰামতিৰ বাবে ব্যাহত খোৱাপানীৰ যোগান

গুৱাহাটী, ২০ নৱেম্বৰ: কাৰিকৰী বিজুতি আৰু মেৰামতিৰ কামৰ বাবে শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চলত খোৱাপানীৰ যোগান ব্যাহত হৈছে। দিনৰ প্ৰথমাৰ্ধত ৰামছা পাহাৰ, লিচুবাগা...

অসম

মাতৃৰ সন্মুখৰ পৰাই দুষ্কৃতিকাৰীয়ে লৈ গল ৯ বছৰীয়া শিশুক!মহানগৰীৰ বামুনিমৈদামত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী, ২০ নৱেম্বৰ: নুনমাটিত ৯ বছৰীয়া কন্যাক অপহৰণৰ অভিযোগ, মাতৃৰ সন্মুখৰ পৰাই দুষ্কৃতিকাৰীয়ে লৈ গল ৯ বছৰীয়া শিশুক!মহানগৰীৰ বামুনিমৈদামত চাঞ্চল্যকৰ ঘটনা। নুনমাটি পেট...

— ৫ —
NewzNow ই-কাকত২০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
উত্তৰ-পূৰ্বাঞ্চল

অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ পূৰ্বে মণিপুৰ সংকট, ছিয়াং প্ৰকল্পক লৈ যুৱ কংগ্ৰেছৰ প্ৰশ্ন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰুণাচল প্ৰদেশ ভ্ৰমণৰ পূৰ্বে মণিপুৰৰ সংকট আৰু প্ৰস্তাৱিত ছিয়াং উজনি বহুমুখী প্ৰকল্পক লৈ প্ৰশ্ন তুলিছে যুৱ কংগ্ৰেছে। দলটোৰ সাধাৰণ সম্পাদ...

অসম

শিৱসাগৰত মহন-দেওধাই-বাইলুং সন্মিলনৰ সংবাদমেল।

শিৱসাগৰস্থিত ঐক্যৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰে মহন দেওধাই বাইলুং সন্মিলনৰ সভাপতি মনোৰঞ্জন বৰুৱা আৰু সম্বনয়ক হেমজিৎ দেওধাই ফুকনে। শেহতীয়াকৈ মহন-দেওধাই-বাইলুং সকলৰ ম...

অসম

জুবিন গাৰ্গৰ ৰেঞ্জ ৰ'ভাৰ ক্ৰয় কৰিছে আজাৰাৰ সোণমনি দাসে

জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰেঞ্জ ৰ'ভাৰ বাহনখন বিক্ৰী হোৱাৰ ঘটনাক লৈ সামাজিক মাধ্যমত চৰ্চা চলিছে। শিল্পীগৰাকীয়ে সপোনৰ বাহন বুলি উল্লেখ কৰা গাড়ীখন কোনে ক্ৰয় কৰিলে, তাক লৈ অ...

দেশ

ৰোহিংগীয়াসকলৰ নিৰাপদ আৰু শীঘ্ৰে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ পোষকতা ভাৰতৰ; ICJৰ ৰায়ৰ পাছতে স্থিতি স্পষ্ট নতুন দিল্লীৰ

ৰোহিংগীয়া শৰণাৰ্থীসকলৰ নিৰাপদ, শীঘ্ৰ আৰু স্থায়ীভাৱে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থন পুনৰ স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে গণ...

— ৬ —
NewzNow ই-কাকত২০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
অসম

মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণৰ দিয়ক, দাবী হেমজিত দেওধাই ফুকনৰ

অসম: ‘মু টাই’ পৰিচয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম জড়িত হোৱা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে হেমজিত দেওধাই ফুকনে। মুখ্যমন্ত্...

দেশ

স্পাইচজেটলৈ ডিজিচিএৰ কাৰণ দৰ্শোৱাৰ জাননী, বিমান বাতিল আৰু পৰিচালনাগত বিসংগতিক লৈ সাত দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

নতুন দিল্লী, ২০ নৱেম্বৰ: ধাৰাবাহিকভাৱে বিমান বাতিল, উৰণত বিলম্ব আৰু বিভিন্ন পৰিচালনাগত বিসংগতিৰ অভিযোগত স্পাইচজেটলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসামৰিক বিমান পৰিবহণ সঞ...

অসম

বিদেশত ভাৰতবিৰোধী মন্তব্যৰ অভিযোগত ৰাহুলক বিজেপিৰ সমালোচনা

বিদেশত ভাৰতৰ গণতন্ত্ৰ আৰু অৰ্থনীতিৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগ তুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে। ভাণ্...

দেশ

যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ দেহাৱসান

পৌৰী গাড়োৱাল, ২০ নৱেম্বৰ: ৯১ বছৰ বয়সত যোগী আদিত্যনাথৰ মাতৃৰ বিয়োগ।দিবংগত আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মাতৃ সাবি...

— ৭ —
NewzNow ই-কাকত২০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
ক্ৰীড়া

ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছতো ওম প্ৰকাশ চৌহান আৰু ৰনিল কুকাৰৰ সৈতে যৌথ অগ্ৰগতি লাভ যুৱৰাজ সিঙৰ

কাপুৰথালাৰ যুৱৰাজ সিং, মহৌৰ ওম প্ৰকাশ চৌহান আৰু বেংগালুৰুৰ ৰনিল কুকাৰে ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গলফ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডৰ অন্তত সম স্ক'ৰেৰে সমতা স্থা...

অসম

বাংলাদেশত পুনৰ অশান্তি! ১২খন জিলাত হিংসাত্মক ঘটনা, চাৰিজনৰ মৃত্যু; বৈদেশিক মন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ

ঢাকা, ২০ নৱেম্বৰঃ বাংলাদেশত পুনৰ বৃদ্ধি পাইছে ৰাজনৈতিক হিংসা আৰু অস্থিৰতা। দেশখনৰ কমেও ১২খন জিলাত বিগত কেইবাদিনো ধৰি সংঘটিত হৈছে অগ্নিসংযোগ, বোমা বিস্ফোৰণ, পথ অৱৰোধ আৰু ৰ...

— ৮ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৩০টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (১৯ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং