২০৭০ চনত ভাৰতত হিন্দুৰ জনসংখ্যা হ্ৰাস পাব ৭৫.৮ শতাংশলৈ, বৃদ্ধি পাব মুছলমানৰ সংখ্যা : পিউৰ প্ৰক্ষেপণ
নতুন দিল্লী, ১৯ নৱেম্বৰ: ২০৭০ চনতো ভাৰতৰ মুঠ জনসংখ্যাৰ ৭৫ শতাংশতকৈ অধিক হিন্দু থাকিব পাৰে বুলি পিউ ৰিছাৰ্চ চেণ্টাৰে প্ৰক্ষেপণ কৰিছে। প্ৰতিষ্ঠানটোৰ শেহতীয়া গৱেষণা অনুসৰি, ২০২০ চনত দেশৰ জনসংখ্যাৰ ৭৯.৪ শতাংশ হিন্দু আছিল। ২০৭০ চনলৈ এই হাৰ ৭৫.৮ শতাংশলৈ হ্ৰাস পাব পাৰে যদিও হিন্দু জনসংখ্যাৰ মুঠ সংখ্যা বৃদ্ধি পাব। বিশ্বৰ সাতটা প্ৰধান ধ...