‘মল্লিকাৰ্জুন খাৰ্গেৰ বাৰাণ্ডাতহে প্ৰধানমন্ত্ৰী হ’ব পাৰিব ৰাহুল গান্ধী’—হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ
গুৱাহাটী, ৩ নৱেম্বৰ: কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। ‘মল্লিকাৰ্জুন খাৰ্গেৰ বাৰাণ্ডাতহে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব পাৰিব’ বুলি মন্তব্য কৰি কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে লোকসভাত নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি...