শেহতীয়া খবৰ

NewzNow-ৰ সকলো শেহতীয়া খবৰ, সময় অনুসৰি।

  1. আন্তঃৰাষ্ট্ৰীয়

    বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন: হিন্দুসকলক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যৰ

    বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই।

  2. আন্তঃৰাষ্ট্ৰীয়

    অৰুণাচলৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা হ্ৰাসৰ লক্ষ্যৰে ভাৰত-চীনৰ মাজত ১০ দিনীয়া আলোচনা সম্পন্ন

    অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সংঘাত ৰোধ আৰু উত্তেজনা হ্ৰাসৰ উদ্দেশ্যে ভাৰত আৰু চীনৰ সেনাৰ মাজত দ্বিতীয় পৰ্যায়ৰ ক'ৰ্পছ কমাণ্ডাৰ প…

  3. অসম

    ডিগবৈ হোটেল চানচিটিত অগ্নিকাণ্ড। কথমপি ৰক্ষা ডিগবৈ চহৰ।

    ডিগবৈ চাৰিআলি বজাৰৰ মাজমজিয়াত অৱস্থিত খোৱাৰ সু-ব্যৱস্থা থকা হোটেল চানচিটিত আজি সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। হোটেলখনৰ পাকঘৰৰ…

  4. দেশ

    “ভাৰতৰ উন্নয়ন আহিছে গুজৰাটৰ উন্নয়নৰ পৰা ”— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    গুজৰাটৰ বিকাশৰ পৰাই দেশৰ উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিজেপি কৰ্মীসকলৰ ত্যাগ আৰু পৰিশ্ৰমৰ শলাগ লয় প্ৰধানমন…

  5. আন্তঃৰাষ্ট্ৰীয়

    পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই ১৩ বছৰ ধৰি অচিনাকি পুৰুষৰ দ্বাৰা ধৰ্ষণ কৰোৱালে স্বামীয়ে, অনলাইনযোগে ঘৰলৈ মাতিছিল লোকক

    যুক্তৰাজ্যত পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই প্ৰায় ১৩ বছৰ ধৰি ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ গোচৰত চাৰিজন লোকক দোষী সাব্যস্ত কৰিলে আদালতে।

  6. অসম

    জাগুনৰ চন্দ্ৰপুৰত চাঞ্চল্য! ১৩ দিন ধৰি সন্ধানহীন দুই যুৱক, আলফা (স্বা)ত যোগদানৰ সন্দেহ

    তিনিচুকীয়া জিলাৰ জাগুনৰ চন্দ্ৰপুৰ গাঁৱৰ দুজন যুৱক বিগত ১৩ দিন ধৰি সন্ধানহীন হৈ থকাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সন্ধা…

  7. ৰাজনীতি

    নিবিদাৰ নামত ১ কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগ: বিজেপি বিধায়কৰ সহযোগী ৰিভা লামা গ্ৰেপ্তাৰ

    ৰে'ল প্ৰকল্পৰ কাম দিয়াৰ নামত ১ কোটি টকা আত্মসাতৰ অভিযোগত বিজেপি বিধায়ক নোমান ৰায়ৰ সহযোগী ৰিভা লামাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  8. অসম

    ২৬ নৱেম্বৰত কংগ্ৰেছৰ দেশজোৰা ‘সংবিধান ৰক্ষা পদযাত্ৰা’, গুৱাহাটীতো ব্যাপক প্ৰস্তুতি

    ২৬ নৱেম্বৰত দেশজুৰি ‘সংবিধান ৰক্ষা পদযাত্ৰা’ উলিয়াব কংগ্ৰেছে। গুৱাহাটীতো অনুষ্ঠিত হ’ব বিশেষ কাৰ্যসূচী।

  9. অসম

    সোণতলীত ৪২ কোটি টকাৰ ‘অসম মালা ৩.০’ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন

    সোণতলীত ‘অসম মালা ৩.০’ আঁচনিৰ অধীনত ৪২ কোটি টকা ব্যয়েৰে গুমীৰ পৰা নগৰবেৰালৈ মথাউৰি পথ পকীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। ছমৰীয়াৰ বি…

  10. দেশ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই দাম কমিল সোণৰ!

    দেশবাসীয়ে সোণ ক্ৰয় হ্ৰাস কৰাৰ বাবেই ইয়াৰ মূল্য কমিছে আৰু জনসাধাৰণৰ ধন ৰাহি হৈছে বুলি লক্ষ্ণৌত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

  11. দেশ

    তেলেংগানা কংগ্ৰেছত সংঘাত: দলৰ বিধায়কক 'পাগল কুকুৰে কামোৰা' বুলি মুখ্যমন্ত্ৰী ৰেৱন্তৰ বিতৰ্কিত মন্তব্য

    দলৰ অসন্তুষ্ট বিধায়কসকলক পাগল কুকুৰে কামোৰা বুলি তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৰা মন্তব্যক লৈ ৰাজ্যখনত তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ স…

  12. অসম

    উচ্ছেদৰ নামতো ছিণ্ডিকেট চলিছে: হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক তীব্ৰ আক্ৰমণ ৰকিবুল হুছেইনৰ

    ৰাজ্যত চলি থকা উচ্ছেদক লৈ ছিণ্ডিকেট চলাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক তীব্ৰ আক্ৰমণ কৰি…

  13. অসম

    মেডাম টুছোদ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ লক্ষ্যৰে #ZubeenGargStatueInMadameTussauds শীৰ্ষক বিশেষ অভিযান

    বিশ্ববিখ্যাত মেডাম টুছোদ জুবিন গাৰ্গৰ মমৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ১০ লাখ হেজটেগৰ লক্ষ্যৰে সামাজিক মাধ্যমত বিশেষ অভিযান আৰম্ভ কৰিছে সংগীতশিল…

  14. অসম

    জুবিনক্ষেত্ৰত সংৰক্ষণৰ বাবে জুবিন গাৰ্গৰ প্ৰিয় ৰেঞ্জ ৰ’ভাৰ বাহনখন ওভতাই অনাৰ পদক্ষেপ বন্ধুমহলৰ

    সোণাপুৰৰ প্ৰস্তাৱিত জুবিনক্ষেত্ৰত সংৰক্ষণৰ বাবে প্ৰয়াত জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহনখন পুনৰ ক্ৰয় কৰাৰ পদক্ষেপ লৈছে শিল্পীগৰাকীৰ ঘনিষ্ঠ বন্…

  15. ৰাজনীতি

    BJP-RSSক ‘জাতিবাদী পুৰুষতান্ত্ৰিক’ আখ্যা ৰাহুল গান্ধীৰ, অৰ্ধনাৰীশ্বৰ মূৰ্তিৰ ছবি শ্বেয়াৰ কৰি সমালোচনা

    অৰ্ধনাৰীশ্বৰৰ ছবি সামাজিক মাধ্যমত প্ৰকাশ কৰি বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰিলে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।

  16. অসম

    গৌৰৱ গগৈৰ অভিযোগ ভিত্তিহীন আৰু হাস্যকৰ: ৰাজ্যিক বিজেপি

    বিজেপি ছিন্ডিকেটৰ ধনেৰে চলা বুলি গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগ খাৰিজ কৰি তীব্ৰ প্ৰত্যুত্তৰ দিলে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ব্ৰজেন মহন…

  17. ব্যৱসায়-বাণিজ্য

    পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱ: অক্টোবৰত ভাৰতৰ তেল আৰু গেছ আমদানি ব্যয় ৬০ শতাংশ বৃদ্ধি

    পশ্চিম এছিয়াৰ সংঘাতৰ ফলত অক্টোবৰ মাহত ভাৰতৰ নিকা তেল আৰু গেছ আমদানি ব্যয় ৬০ শতাংশ বৃদ্ধি পাই ১৬ বিলিয়ন ডলাৰ হৈছে।

  18. আন্তঃৰাষ্ট্ৰীয়

    ইজৰাইলত চৰকাৰ গঠনৰ তৎপৰতা: নেতানিয়াহুৰ দলক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

    ইজৰাইলত নতুন চৰকাৰ গঠনৰ বাবে প্ৰাক্তন সেনা প্ৰধান গাডি আইজেনকটে বেঞ্জামিন নেতানিয়াহুৰ লিকুড দলক আলোচনালৈ আমন্ত্ৰণ জনাইছে।

  19. আন্তঃৰাষ্ট্ৰীয়

    বাংলাদেশত পুনৰ ৰাজনৈতিক হিংসা: আৱামী লীগ নেতাৰ ঘৰত অগ্নিসংযোগ, কেইবাখনো জিলাত উত্তেজনা

    বাংলাদেশৰ নাৰাইল জিলাত আৱামী লীগৰ নেতা-কৰ্মীৰ ঘৰত ভয়ংকৰ অগ্নিসংযোগ আৰু লুটপাত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশজুৰি নিৰাপত্তাৰক্ষী মোতায়েন।

  20. ৰাজনীতি

    SEBIৰ নিয়ম সলনিৰ প্ৰস্তাৱক লৈ কংগ্ৰেছৰ বিৰোধিতা, বিদেশী পুঁজিৰ স্বচ্ছতাক লৈ শংকা

    বিদেশী বিনিয়োগকাৰীৰ তথ্য প্ৰকাশৰ নিয়ম শিথিল কৰাৰ ছেবীৰ প্ৰস্তাৱক লৈ প্ৰশ্ন তুলিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে।

  21. আন্তঃৰাষ্ট্ৰীয়

    দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ

    দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে উচ্চপৰ্যায়ৰ বৈঠকত ম…

  22. প্ৰযুক্তি

    ৬০০ কোটি টকা ব্যয়েৰে নিজা উপগ্ৰহ ব্যৱস্থা গঢ়াৰ পৰিকল্পনা অসম চৰকাৰৰ

    মহাকাশ প্ৰযুক্তি ব্যৱহাৰেৰে নিজা উপগ্ৰহ ব্যৱস্থা গঢ়িবলৈ ৬০০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে ৰাজ্য চৰকাৰে।

  23. ৰাজনীতি

    বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি সাংসদ যোগেন মোহনক

    বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে অসমৰ যোগেন মোহনক দায়িত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনালে শুভেচ…

  24. অসম

    ২২ বছৰ বয়সতে ইছৰ’ত বিজ্ঞানীৰ পদ লাভ লখিমপুৰৰ সত্যজিৎ কামানৰ

    ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে লখিমপুৰৰ ২২ বছৰীয়া যুৱক সত্যজিৎ কামানে।