🎧 শুনক

দিনটোৰ মুখ্য খবৰ

শুকুৰবাৰ, ৩০ অক্টোবৰ ২০২৬ · ৪ মিনিট

বুলেটিন শুনক ৪ মিনিট · সন্ধিয়াৰ বুলেটিন
  1. সম্পৰ্ক বিচ্ছেদ হ’লেই সন্মতিত গঢ়ি উঠা পূৰ্বৰ শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলিব নোৱাৰি: উচ্চতম ন্যায়ালয়
  2. জুবিনৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভাৰ জামিনক প্ৰত্যাহ্বান! উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ
  3. ইজৰাইলৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা হেৰুৱালে নেতানিয়াহুৰ মিত্ৰজোঁটে, কিং মেকাৰ 'আৰব দল'
  4. জীৱনৰ অন্তিম মুহূৰ্তলৈকে দেশবাসীৰ সেৱা কৰি যাম: গুজৰাটত প্ৰধানমন্ত্ৰী মোদী
  5. বৰষুণৰ বাবে পিছুৱালে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচী
  6. আজি অসমৰ ইতিহাসৰ অন্যতম ক’লা দিন ৩০ অক্টোবৰ !১৮ সংখ্যক বৰ্ষপূৰ্তিত উকা হৈ ৰ'ল গণেশগুৰিৰ স্মৃতিসৌধ
  7. ধুবুৰীত আটক ৩৬জন সন্দেহযুক্ত বাংলাদেশী নাগৰিক! কৰিছিল চেন্নাইলৈ যোৱাৰ পৰিকল্পনা
  8. আমেৰিকাৰ হেঁচাৰ পিছতো ৰাছিয়াৰ তেল শোধনাগাৰত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ, দুসপ্তাহৰ বিৰতিৰ অন্ত
শ্বেয়াৰ কৰক: WhatsApp Facebook X

পডকাষ্ট এপত শুনক (RSS) · WhatsApp-ত পঠিয়াওক

খবৰ শুনকপ্ৰতিদিনে সন্ধিয়া NewzNow-ৰ মুখ্য খবৰসমূহ অসমীয়াত। NewzNow SpecialsNewzNow-ৰ বিশেষ প্ৰতিবেদন আৰু ধাৰাবাহিক, অসমীয়াত। NewzNow Speechesগুৰুত্বপূৰ্ণ ভাষণৰ সাৰাংশ, NewzNow-ৰ কণ্ঠত। Evening BulletinThe day's top stories from Assam and the Northeast, every evening.

প্ৰতিটো খবৰ শুনক

আগৰ বুলেটিন