✂ আজিৰ খবৰৰ কাটিং

২০ নৱেম্বৰ ২০২৬ · ৩২টা কাটিং — টিপি ফোনত সাঁচি থওক বা শ্বেয়াৰ কৰক।

ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি; জিলা পৰিষদৰ ২৫ খনত কংগ্ৰেছৰ জয়, ৫খনত বিজেপি
সাঁচি থওক খবৰটো পঢ়ক →
ৰোহিংগীয়া গণহত্যাৰ বাবে ম্যানমাৰক দোষী সাব্যস্ত ICJৰ; ক্ষতিপূৰণ আৰু নিৰাপদ প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ
সাঁচি থওক খবৰটো পঢ়ক →
আপোনাৰ পুৱাৰ চাহৰ আগতেই সুতত ৩৩ কোটি! প্ৰতি মিনিটত ২.৩৫ লাখ টকা সুত দিয়ে অসমে
সাঁচি থওক খবৰটো পঢ়ক →
ৰোহিংগীয়াসকলৰ নিৰাপদ আৰু শীঘ্ৰে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ পোষকতা ভাৰতৰ; ICJৰ ৰায়ৰ পাছতে স্থিতি স্পষ্ট নতুন দিল্লীৰ
সাঁচি থওক খবৰটো পঢ়ক →
বাংলাদেশত পুনৰ অশান্তি! ১২খন জিলাত হিংসাত্মক ঘটনা, চাৰিজনৰ মৃত্যু; বৈদেশিক মন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ
সাঁচি থওক খবৰটো পঢ়ক →
২০২৭ চনৰ আৰম্ভণিতে ইৰাণত আক্ৰমণৰ সিদ্ধান্ত ল’ব ট্ৰাম্পে!
সাঁচি থওক খবৰটো পঢ়ক →
দিল্লীত উপস্থিত পাকিস্তানৰ মন্ত্ৰী মুছাদ্দিক মালিক, নাপালে তাজমহল ভ্ৰমণৰ অনুমতি
সাঁচি থওক খবৰটো পঢ়ক →
জুবিন গাৰ্গৰ ৰেঞ্জ ৰ'ভাৰ ক্ৰয় কৰিছে আজাৰাৰ সোণমনি দাসে
সাঁচি থওক খবৰটো পঢ়ক →
প্ৰাক্তন স্বামীৰ মানহানিৰ গোচৰত মেৰী কমলৈ আদালতৰ জাননী
সাঁচি থওক খবৰটো পঢ়ক →
‘নামটো ছিৰাজ, সেয়াই জানো যথেষ্ট নহয়?’ মহম্মদ ছিৰাজক দলত স্থান নিদিয়াক লৈ কংগ্ৰেছ-বিজেপিৰ ৰাজনৈতিক বাকযুদ্ধ
সাঁচি থওক খবৰটো পঢ়ক →
স্পাইচজেটলৈ ডিজিচিএৰ কাৰণ দৰ্শোৱাৰ জাননী, বিমান বাতিল আৰু পৰিচালনাগত বিসংগতিক লৈ সাত দিনৰ ভিতৰত বিচাৰিলে উত্তৰ
সাঁচি থওক খবৰটো পঢ়ক →
নিকট ৰক্ত-সম্পৰ্কীয় বিবাহ সন্দৰ্ভত আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা বিবেচনাৰ বাবে কেন্দ্ৰৰ জবাব বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে
সাঁচি থওক খবৰটো পঢ়ক →
যোগী আদিত্যনাথৰ মাতৃ সাবিত্ৰী দেৱীৰ দেহাৱসান
সাঁচি থওক খবৰটো পঢ়ক →
বিয়াৰ ভোজত মাংসৰ টুকুৰাক লৈ মহাৰণ! দৰা-কইনা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট
সাঁচি থওক খবৰটো পঢ়ক →
ৰায়বেৰেলী ঘাইপথত দুৰ্ঘটনা, ২০ বছৰীয়া যুৱতীৰ মৃত্যু
সাঁচি থওক খবৰটো পঢ়ক →
হৰমুজ প্ৰণালীৰ পশ্চিমত ৯খন ভাৰতীয় স্বাৰ্থসম্পৃক্ত জাহাজৰ নিৰাপত্তা পৰ্যালোচনা সোণোৱালৰ
সাঁচি থওক খবৰটো পঢ়ক →
অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ পূৰ্বে মণিপুৰ সংকট, ছিয়াং প্ৰকল্পক লৈ যুৱ কংগ্ৰেছৰ প্ৰশ্ন
সাঁচি থওক খবৰটো পঢ়ক →
দিল্লীত  AAP যুৱ মৰ্চাৰ জিলা সভাপতিৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনা
সাঁচি থওক খবৰটো পঢ়ক →
গুৱাহাটীৰ মহানগৰীৰ কেইবাটাও অঞ্চলত আজি নাপাব পানী ! মেৰামতিৰ বাবে ব্যাহত খোৱাপানীৰ যোগান
সাঁচি থওক খবৰটো পঢ়ক →
স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক বিবাহ পিছুৱাবলৈ কোৱা এএমচিএইচৰ পৰামৰ্শ প্ৰত্যাহাৰ
সাঁচি থওক খবৰটো পঢ়ক →
ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছতো ওম প্ৰকাশ চৌহান আৰু ৰনিল কুকাৰৰ সৈতে যৌথ অগ্ৰগতি লাভ  যুৱৰাজ সিঙৰ
সাঁচি থওক খবৰটো পঢ়ক →
ডিগবৈৰ ৰাজপথত গৰাকীবিহিন চাৰিটা ঘোঁৰা। আটাইকেইটা ঘোঁৰা গুৰুতৰভাৱে আঘাত প্ৰাপ্ত
সাঁচি থওক খবৰটো পঢ়ক →
ডিগবৈত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত, জব্দ ১২খন ই-ৰিক্সা
সাঁচি থওক খবৰটো পঢ়ক →
বেংগালুৰুত ২২ দিন ধৰি সন্ধানহীন হাউলীৰ গৱেষক ছাত্ৰ নন্দলাল ঘোষ
সাঁচি থওক খবৰটো পঢ়ক →
টাই ম'ৰ সুকীয়া পৰিচয়ৰ দাবীক সমৰ্থন নকৰো: মহন-দেওধাই-বাইলুং সন্মিলন
সাঁচি থওক খবৰটো পঢ়ক →
বেজৰ নাকতে খৰ! শিৱসাগৰত নথিৰ ম্যাদ উকলা আৰক্ষী-দণ্ডাধীশৰ বাহন; সদৰ থানাত অধিবক্তাৰ গোচৰ
সাঁচি থওক খবৰটো পঢ়ক →
মাতৃৰ সন্মুখৰ পৰাই দুষ্কৃতিকাৰীয়ে লৈ গল ৯ বছৰীয়া শিশুক!মহানগৰীৰ বামুনিমৈদামত চাঞ্চল্যকৰ ঘটনা
সাঁচি থওক খবৰটো পঢ়ক →
বিদেশত ভাৰতবিৰোধী মন্তব্যৰ অভিযোগত ৰাহুলক বিজেপিৰ সমালোচনা
সাঁচি থওক খবৰটো পঢ়ক →
মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণৰ দিয়ক, দাবী হেমজিত দেওধাই ফুকনৰ
সাঁচি থওক খবৰটো পঢ়ক →
শিৱসাগৰত মহন-দেওধাই-বাইলুং সন্মিলনৰ সংবাদমেল।
সাঁচি থওক খবৰটো পঢ়ক →
চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কামৰূপ জিলা আয়ুক্তৰ
সাঁচি থওক খবৰটো পঢ়ক →
মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান, বহু বাহন জব্দ
সাঁচি থওক খবৰটো পঢ়ক →

🔔 প্ৰতিদিনে সন্ধিয়া কাটিং পাবলৈ ওপৰৰ ঘণ্টিটো টিপি জাননী অন কৰক।

আগৰ কাটিং