✂ আজিৰ খবৰৰ কাটিং

১৮ নৱেম্বৰ ২০২৬ · ৩৭টা কাটিং — টিপি ফোনত সাঁচি থওক বা শ্বেয়াৰ কৰক।

‘ভাৰত বিৰোধী প্ৰচাৰৰ নেতা’ আখ্যাৰে ৰাহুল গান্ধীক BJPৰ সমালোচনা, কলম্বিয়া বিশ্ববিদ্যালয়ত কৰা মন্তব্যক লৈ বিতৰ্ক
সাঁচি থওক খবৰটো পঢ়ক →
ৰাজ্যজুৰি অনুৰাগীৰ মাজত জুবিন গাৰ্গৰ জন্মদিন উদযাপন, সোণাপুৰৰ জুবিন ক্ষেত্ৰতো স্মৰণ
সাঁচি থওক খবৰটো পঢ়ক →
'জন্মদিনত জুবিন ক্ষেত্ৰত নহ'ল কোনো চৰকাৰী আয়োজন, এয়া দুর্ভাগ্যজনক,গৰিহণাযোগ্য' -উৎপল শৰ্মা
সাঁচি থওক খবৰটো পঢ়ক →
জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কাম বাবে ১৫ কোটি অনুমোদন মুখ্যমন্ত্ৰীৰ, কোকৰাঝাৰৰ জুবিন পাৰ্কৰ বাবে ৩০ কোটি টকাৰ আবণ্টন হাগ্ৰামাৰ
সাঁচি থওক খবৰটো পঢ়ক →
দিল্লীৰ প্ৰতিবাদ সন্দৰ্ভত কংগ্ৰেছসহ চাৰি সংগঠনলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ জাননী
সাঁচি থওক খবৰটো পঢ়ক →
ইজৰাইলৰ সৈতে ১,৯৭৬.৪০ কোটি টকাৰ ভাৰতীয় নৌসেনাৰ প্ৰতিৰক্ষা চুক্তি
সাঁচি থওক খবৰটো পঢ়ক →
ভিৰ নিয়ন্ত্ৰণত মহিলাক কেৱল মহিলা আৰক্ষীয়ে চম্ভালিব লাগিব বুলি বাধ্যবাধকতা নাই: দিল্লী আৰক্ষী
সাঁচি থওক খবৰটো পঢ়ক →
ধৰ্মীয় অনুষ্ঠানত পশু বলি বন্ধৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ
সাঁচি থওক খবৰটো পঢ়ক →
অন্তৱৰ্তীকালীন জামিন লাভৰ পিছতে কাৰাগাৰৰ পৰা ওলাল আজম খান
সাঁচি থওক খবৰটো পঢ়ক →
বাৰ্ড ফ্লুৰ আশংকাত নামাক্কালৰ কণী ৰপ্তানিত মন্দাৱস্থা
সাঁচি থওক খবৰটো পঢ়ক →
জুবিন গাৰ্গৰ ছবি আঁকিবলৈ গৈ পুনৰ আটক চিত্ৰশিল্পী মাৰ্চেল বৰুৱা
সাঁচি থওক খবৰটো পঢ়ক →
‘জুবিন আমাৰ মাজতেই আছে’, জন্মদিনত শিল্পীগৰাকীক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
সাঁচি থওক খবৰটো পঢ়ক →
‘সি পুনৰ আমাৰ মাজলৈ উভতি আহক’—জুবিনৰ জন্মদিনত আবেগিক পিতৃ কপিল বৰঠাকুৰ
সাঁচি থওক খবৰটো পঢ়ক →
‘জুবিন গাৰ্গে ন্যায় পাবই লাগিব, ন্যায় নোপোৱালৈকে ক্ষান্ত নহওঁ’—সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
সাঁচি থওক খবৰটো পঢ়ক →
‘জুবিনদাই সুন্দৰৰ পূজাৰী আৰু জাতীয় চেতনা হৈ আমাৰ মাজত জীয়াই থাকক’—ভগ্নী পামী বৰঠাকুৰ
সাঁচি থওক খবৰটো পঢ়ক →
জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানত অংশ ল'বলৈ ডিব্ৰুগড়ত কুণাল গাঞ্জেৱালা
সাঁচি থওক খবৰটো পঢ়ক →
মাৰ্চেল বৰুৱাক আটক জুবিনৰ প্ৰতি অসন্মান আৰু অশ্ৰদ্ধাৰ নিদৰ্শন: বিদ্যুৎ শইকীয়া
সাঁচি থওক খবৰটো পঢ়ক →
কংগ্ৰেছৰ আত্মজীৱনীমূলক কিতাপ পঢ়িলেও পাপ লাগিবঃ ভৱেশ কলিতা
সাঁচি থওক খবৰটো পঢ়ক →
নৱমৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত জুবিন গাৰ্গৰ জীৱন-কাহিনী
সাঁচি থওক খবৰটো পঢ়ক →
ভাৰত মণ্ডপমত প্ৰায় চাৰে তিনি ঘণ্টা ধৰি মোদীৰ বৈঠক, মন্ত্ৰীসকলক দিলে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ
সাঁচি থওক খবৰটো পঢ়ক →
এয়াৰ ইণ্ডিয়া AI-171 দুৰ্ঘটনাৰ তদন্ত প্ৰায় সম্পূৰ্ণ, চূড়ান্ত প্ৰতিবেদন প্ৰকাশৰ বাবে আৰু ২-৩ সপ্তাহ বিচাৰিলে কেন্দ্ৰই
সাঁচি থওক খবৰটো পঢ়ক →
হৰমুজ প্ৰণালীত এলপিজি টেংকাৰত আক্ৰমণ, সন্ধানহীন এজন ভাৰতীয়
সাঁচি থওক খবৰটো পঢ়ক →
চীনত কৰমৰ্দন ট্ৰাম্প-পুটিনৰ, বৃহস্পতিবাৰে ত্ৰিপাক্ষিক বৈঠক
সাঁচি থওক খবৰটো পঢ়ক →
ছোনিয়া গান্ধীৰ গ্ৰন্থত বীৰ  সাভাৰকাৰ সম্পৰ্কে কৰা মন্তব্যৰ আপত্তিত; প্ৰতিবাদ শিৱসেনাৰ
সাঁচি থওক খবৰটো পঢ়ক →
৫৪ সংখ্যক জন্মদিনত দিল্লীত নীলিম মহন্তৰ হাতৰ পৰশত জিলিকি উঠিল জুবিন গাৰ্গৰ প্ৰতিচ্ছবি
সাঁচি থওক খবৰটো পঢ়ক →
ৰাহুল গান্ধীৰ মাজত পৰিপক্বতাৰ অভাৱ: যোগী আদিত্যনাথ
সাঁচি থওক খবৰটো পঢ়ক →
মণিপুৰত ইটাম নদীত সেনাৰ বাহন পৰি কেপ্টেইনৰ মৃত্যু, আহত ৩
সাঁচি থওক খবৰটো পঢ়ক →
‘Vote Chor, Gaddi Chhod’ ভিডিঅ’ আঁতৰোৱাৰ আবেদন: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
সাঁচি থওক খবৰটো পঢ়ক →
কুলগামত লস্কৰ-ই-তৈয়বাৰ সদস্য লতিফ ভাট নিহত
সাঁচি থওক খবৰটো পঢ়ক →
'ভাৰতত হোৱা ৪০ শতাংশ বায়ু প্ৰদূষণৰ বাবে দায়ী মই' -  কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী
সাঁচি থওক খবৰটো পঢ়ক →
‘বিজ্ঞানে আনিলে জোৱাৰ’ বিষয়ত সদৌ অসমভিত্তিক ৰচনা প্ৰতিযোগিতা
সাঁচি থওক খবৰটো পঢ়ক →
৩ ডিচেম্বৰত মুক্তি পাব ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন, পুনৰ উভতিব ফূলেৰাৰ চিনাকি চৰিত্ৰসমূহ
সাঁচি থওক খবৰটো পঢ়ক →
আন্তঃৰাষ্ট্ৰীয় দেউচী-ভাইলী প্ৰতিযোগিতাত বিহালীৰ "আমা কলা কুঞ্জ"ৰ প্ৰথম স্থান*
সাঁচি থওক খবৰটো পঢ়ক →
হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মহম্মদ নুৰুল ইছলাম চৌধুৰীৰ দেহাৱসান
সাঁচি থওক খবৰটো পঢ়ক →
দিখৌ নৈত জল সত্যাগ্ৰহেৰে অবৈধ খনন বন্ধৰ দাবী
সাঁচি থওক খবৰটো পঢ়ক →
নিৰ্বাচন আয়োগক লৈ বিৰোধীৰ অভিযোগৰ সমালোচনা ‘প্ৰবুদ্ধ নাগৰিক সভা’ত
সাঁচি থওক খবৰটো পঢ়ক →
দিখৌ নদীৰ বুকুত পানীত নামি 'জল সত্যাগ্ৰহ' (Water Protest) কাৰ্যসূচী
সাঁচি থওক খবৰটো পঢ়ক →

🔔 প্ৰতিদিনে সন্ধিয়া কাটিং পাবলৈ ওপৰৰ ঘণ্টিটো টিপি জাননী অন কৰক।

আগৰ কাটিং