এইবাৰ হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও চলিব অভিযান; ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদৰ ইংগিত মুখ্যমন্ত্ৰীৰ
নিউজ ডেস্ক: ৰাজ্যত পুনৰ বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান চলোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বেদখল উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় পৰিচয় বিবেচনা কৰা নহ’ব বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, য’ত প্ৰয়োজন হ’ব, তাতেই উচ্ছেদ...