NewzNow ই-কাকত১১ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
অসম
বজ্ৰপাতত তিনিজনৰ মৃত্যু, মহিলা আহত
ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে। এই ঘটনাসমূহত এগৰাকী মহিলা আহত হৈছে। গোৱালপাৰা জিলাৰ কুমৰী অঞ্চলত বুধবাৰে, ১১ নৱেম্...
অসম
দৰঙত ভুৱা ৰেডিঅ’লজিষ্ট গ্ৰেপ্তাৰ
দৰং, ১১ নৱেম্বৰ: দৰং জিলাৰ খাৰুপেটীয়াত প্ৰয়োজনীয় অৰ্হতা অবিহনে ৰেডিঅ’লজিষ্ট হিচাপে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ সৈতে জড়...
অসম
এক অভিশপ্ত পুৱা, ডিমৌ ৰজাবাৰীৰ বাছ দুৰ্ঘটনাৰ ৩২ বছৰ
শিৱসাগৰ, ১১ নৱেম্বৰ: ৩২ বছৰ পূৰ্বৰ এখন অভিশপ্ত বাছৰ কাহিনী। ১৯৯৪ চনৰ ১১ নবেম্বৰ। পুৱাৰ সময় । শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল অমৰজ্যোতি নামৰ বাছখনে । অ...
অসম
দক্ষিণ কামৰূপত শিলাবৃষ্টি, ক্ষতিগ্ৰস্ত শ শ বিঘা ধানৰ খেতি
দক্ষিণ কামৰূপ, ১১ নৱেম্বৰ: শিলাবৃষ্টি, ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত শ শ বিঘা শালিধানৰ খেতি ক্ষতিগ্ৰস্ত হৈছে। শস্য চপোৱাৰ প্ৰস্তুতি চলোৱা কৃ...
— ৭ —