← ই-কাকত ১ / ১৩
NewzNow
ই-কাকত১০ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

আগন্তুক অসম বিধানসভা নিৰ্বাচনত মিছন ১২৬ৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ!

NewzNow | ডেস্ক | ১০ নৱেম্বৰ, ২০২৬আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লক্ষ্য ১২৬খন আসন। ক্ৰিকেটৰ উদাহৰণ দি নিজৰ নিৰ্বাচনী লক্ষ্যৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে, ক্ৰিকেট খেলপথাৰত এজন বেটছমেনে যেনেকৈ শতক অৰ্জনৰ লক্ষ্য লৈ খেলপথাৰত নামে, ঠিক তেনেকৈ তেওঁৰো লক্ষ্য ১২৬খন আসনতে...

দেশ

জুলাই–ছেপ্টেম্বৰত ভাৰতৰ নিবনুৱা হাৰ ৫.১%লৈ হ্ৰাস, গ্ৰামাঞ্চলত অধিক উন্নতি: মোদী চৰকাৰৰ দাবী

নতুন দিল্লী, ১০ নৱেম্বৰ: ২০২৬ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ দেশৰ ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ নিবনুৱা হাৰ ৫.১ শতাংশলৈ হ্ৰাস পাইছে। এপ্ৰিল-জুন ত্ৰৈমাসিকত এই হাৰ ৫.৪ শতাং...

আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশলৈ উভতিলেই মৃত্যুদণ্ড কাৰ্যকৰী হ’ব শ্বেখ হাছিনাৰ! দাবী চৰকাৰী অধিবক্তাৰ

ঢাকা, ১০ নৱেম্বৰ: বাংলাদেশলৈ উভতি গ’লে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰা হ’ব বুলি মন্তব্য কৰিছে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়...

ৰাজনীতি

‘‘দিমাগী নক্সাল’’ক নিৰ্মূল কৰাই পৰৱৰ্তী লক্ষ্য: কিৰেণ ৰিজিজু

নতুন দিল্লী, ১০ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘দিমাগী নক্সাল’ মন্তব্যক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজ...

— ১ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
দেশ

‘ৰাষ্ট্ৰবিৰোধী’ কোন ? — প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

নতুন দিল্লী, ১০ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনত ‘মাওবাদী মতাদৰ্শৰ সমৰ্থক’ সোমাই পৰা বুলি মন্তব্য কৰাৰ পিছতে তেওঁক মুকলি বিতৰ...

অসম

দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড, কামৰূপ মহানগৰত ২২টা

গুৱাহাটী, ৮ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হ’ল ধাৰাবাহিক অগ্নিকাণ্ডৰ ঘটনা। দীপাৱলীৰ দিনটোত অসমত মুঠ ১১২টা অগ্নিকাণ্ড সংঘট...

অসম

মুখ্যমন্ত্ৰী মাফিয়াৰ চৰ্দাৰ, ছিণ্ডিকেট-মাফিয়াৰ দ্বাৰাহে পৰিচালিত হয় আৰক্ষী-প্ৰশাসন : বিধায়ক অখিল গগৈ

গুৱাহাটী, ১০ নৱেম্বৰ: অসমৰ আৰক্ষী-প্ৰশাসন আইনৰ ভিত্তিত নহয়, ছিণ্ডিকেট আৰু মাফিয়া চক্ৰৰ দ্বাৰাহে পৰিচালিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপ...

ৰাজনীতি

ছোনিয়া গান্ধীৰ আত্মজীৱনী ‘বিলঙিং’ প্ৰকাশ

নতুন দিল্লী, ১০ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ বহু চৰ্চিত আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ প্ৰকাশ পাইছে। ৫৪৪ পৃষ্ঠাৰ গ্ৰন্থখনত তেওঁৰ ব্যক্তিগত জীৱন,...

— ২ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
উত্তৰ-পূৰ্বাঞ্চল

ছিয়াং প্ৰকল্পবিৰোধী প্ৰতিবাদত গ্ৰেপ্তাৰ ১৮ শিক্ষাৰ্থীৰ মুক্তিৰ দাবী

পাছিঘাট, ১০ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পবিৰোধী প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জৱাহৰলাল ন...

ৰাজনীতি

টিপু চুলতানক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ প্ৰিয়ংক খাৰ্গেৰ

মঙলবাৰে প্ৰিয়ংক খাৰ্গেই টিপু সুলতানক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ তোলে আৰু দলটোক ইতিহাস ভালদৰে পঢ়ি ল’বলৈ কয়। খাৰ্গেৰ মতে, টিপু সুলতানে চাৰিখন এংলো-মহীশূৰ যুদ্ধত যুঁজিছ...

ৰাজনীতি

ৰাহুল গান্ধী নহয় প্ৰথম সন্তান; ছোনীয়া গান্ধীয়ে আত্মজীৱনীত প্ৰকাশ কৰিলে প্ৰথম সন্তানৰ অপ্ৰকাশিত কাহিনী

নতুন দিল্লী, ১০ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ নতুন আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ত গান্ধী পৰিয়ালৰ এক ব্যক্তিগত আৰু বেদনাদায়ক অধ্যায়ৰ কথা প্ৰকাশ পাইছে। কিতা...

আন্তঃৰাষ্ট্ৰীয়

ঢাকাৰ দৰিদ্ৰ অঞ্চলসমূহৰ ভিডিঅ’ দিল্লীৰ বুলি অপ-প্ৰচাৰক ‘দুৰ্ভাগ্যজনক’ আখ্যা ভাৰতৰ

নতুন দিল্লী, ১০ নৱেম্বৰ: বাংলাদেশৰ ৰাজধানী ঢাকাৰ দৰিদ্ৰ অঞ্চলসমূহৰ ভিডিঅ’ প্ৰস্তুত কৰি সেইবোৰ নতুন দিল্লীৰ দৃশ্য বুলি চীনা সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগক ‘দুৰ্ভাগ্যজ...

— ৩ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
আন্তঃৰাষ্ট্ৰীয়

১০০ বছৰৰ পিছত অক্সফৰ্ডৰ পৰা নাগালেণ্ডলৈ উভতিল ৩৯জন নাগাৰ পূৰ্বপুৰুষৰ দেহাৱশেষ

কোহিমা, ১০ নৱেম্বৰ: এশ বছৰতকৈও অধিক সময় ধৰি ব্ৰিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ Pitt Rivers Museum-ত সংৰক্ষিত হৈ থকা নগা জনগোষ্ঠীৰ ৩৯টা পূৰ্বপুৰুষৰ দেহাৱশেষ অৱশেষত স্বদেশ...

অসম

টেঙাখাতৰ অইল টেংক ফাৰ্মৰ অগ্নিকাণ্ডত মৃত ৬জন

ডিব্ৰুগড়, ১০ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্ম প্ৰকল্পত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পাইছে। চিকিৎস...

অসম

কলেজৰ নামভৰ্তি মাচুল ৰেহাইৰ বাবে ₹108 কোটি অনুমোদন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনাইছে যে, কলেজত নামভৰ্তি মাচুল ৰেহাই দিয়াৰ বাবে উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহক ₹108 কোটি পুঁজি যোগান দিয়াৰ সিদ্ধান্ত কেবিনেটে লৈছে।...

অসম

সোনাইৰূপাই অভয়াৰণ্যত অস্ত্ৰসহ পাঁচ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

শোণিতপুৰ: সোনাইৰূপাই অভয়াৰণ্যত বন বিভাগে অভিযান চলাই অস্ত্ৰসহ পাঁচজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। কালামটি বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনৰক্ষীৰ এটা দলে অভয়াৰণ্যখনৰ গেলগ...

— ৪ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
অসম

মিচিং-সোণোৱাল কছাৰী পৰিষদ নিৰ্বাচনত আজি মনোনয়ন দাখিলৰ অন্তিম দিন

ধেমাজি: মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। অন্তিম দিনটোত ধেমাজি জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ত প্ৰাৰ্থিত্বপ্ৰ...

অসম

বৰপেটাত ৯৯ হাজাৰ টকাৰ চাইবাৰ প্ৰৱঞ্চনাৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ

বৰপেটা, ১০ নৱেম্বৰ: এজন লোকৰ বেংক একাউণ্টৰ পৰা ভুৱা অনলাইন লেনদেনৰ জৰিয়তে ৯৯ হাজাৰ টকা উলিওৱাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজনক হামিদু...

অসম

‘৩ হাজাৰ টকাত মোক সন্তানটো বিক্ৰী কৰা নাই, লালন-পালন কৰিবলৈহে দিছে’!

NewzNow | ডেস্ক | ১০ নৱেম্বৰ, ২০২৬‘মোক সন্তানটো বিক্ৰী কৰা নাই, লালন-পালন কৰিবলৈহে দিছে’! ৩ হাজাৰ টকাত নৱজাতক বিক্ৰীৰ অভিযোগৰ মাজতে মহিলাৰ দাবী । নগাঁৱৰ চামগুৰিত সদ্যোজাত...

অসম

পুৰবী ডেইৰীৰ পৰা বিষাক্ত গেছ নিৰ্গমনৰ অভিযোগ, তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী: মহানগৰীৰ পাঞ্জাবাৰীত অৱস্থিত পুৰবী ডেইৰীৰ পৰা বিষাক্ত গেছ নিৰ্গমন হোৱাৰ অভিযোগ উঠিছে। শিলগ্ৰাম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আশে-পাশে থকা অঞ্চলৰ একাংশ বাসিন্...

— ৫ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
অসম

ছিণ্ডিকেটৰ ধনৰ ১০০ কোটি টকাৰে বানাক্ৰান্তক সহায় কৰিব পাৰি: অখিল গগৈ

গুৱাহাটী: শিৱসাগৰৰ বানাক্ৰান্ত লোকসকলৰ বাবে আৰ্থিক সাহায্যৰ ধন মুকলি নকৰাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়...

অসম

সোণাপুৰ জিলা চিকিৎসালয়ত মহিলাৰ মৃত্যু, চিকিৎসকৰ গাফিলতিৰ অভিযোগ

সোণাপুৰ: কামৰূপ জিলাৰ সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত গোলাপী ডেকা নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। মৃত মহিলাগৰাকীৰ প...

অসম

‘ৰজাৰ দিনৰ টেকেলা’ৰ সৈতে জয়ন্ত মল্ল বৰুৱাক তুলনা অখিল গগৈৰ

গুৱাহাটী: বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অবৈধ ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি মন্...

দেশ

আইচিএছই-আইএছচি ২০২৭ৰ পৰীক্ষাৰ সূচী ঘোষণা

গুৱাহাটী, ১০ নৱেম্বৰ: ভাৰতীয় স্কুল চাৰ্টিফিকেট পৰীক্ষা পৰিষদে চমুকৈ চিআইএছচিইয়ে ২০২৭ চনৰ ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকেণ্ডাৰী এডুকেশ্যন (আইচিএছই) দশম শ্ৰেণী আৰু ইণ্ডিয়া...

— ৬ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
অসম

আয়ুষ্মান অসমলৈ ২০০ কোটি, সমগ্ৰ শিক্ষা অভিযানৰ কৰ্মচাৰীৰ মৃত্যুকালীন সাহায্য ৭.৫০ লাখ টকালৈ বৃদ্ধি

গুৱাহাটী, ১০ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত আয়ুষ্মান অসম আঁচনিৰ বাবে ২০০ কোটি টকা অনুমোদনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্...

অসম

চুটি কাপোৰ পিন্ধি থানালৈ যোৱাৰ বাবেই খঙ উঠিল আৰক্ষীৰ, FIR নল'লে আৰক্ষীয়ে

১০ নৱেম্বৰ, ২০২৬'আমাক ইজ্জত লাগে, ইয়াৰ পৰা যাওঁক। ২৫-২৬ বছৰ হৈছে, এইবোৰ কাপোৰ পিন্ধে নেকি? গুৱাহাটীত এইবোৰ কাপোৰেই পিন্ধে নেকি?’ গোৱালপাৰা আৰক্ষী থানাত সৃষ্টি হৈছে উত্তপ...

অসম

শ্ৰীভূমিত ৫০গৰাকী মহিলা শিপিনীৰ বাবে শীতলপাট জীৱিকা উদ্যোগ

শ্ৰীভূমি, ১০ নৱেম্বৰ: প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা শীতলপাট বোৱা পৰম্পৰাক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জ-ৰতনপুৰ অঞ্চলত বিশেষ পদক্ষ...

অসম

মাকুমত দুটাকৈ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু,চাৰিজন আহত ।

মাকুমত দুটাকৈ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু,চাৰিজন আহত । মাকুম,১০ নৱেম্বৰ: আজি মাকুম থানাৰ অন্তৰ্গত মাকুম বাইপাছৰ চান্দমাৰি তিনিআলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। থিতাতে নি...

— ৭ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
অসম

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক মঞ্চ

তিৱা স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে ‘তিৱা জাতীয় মঞ্চ’ নামেৰে নতুন ৰাজনৈতিক মঞ্চ গঠন কৰা হৈছে। জিলা পুথিভঁৰালত অনুষ্ঠিত এক অধিৱেশনত ২৫ জনীয়া মঞ্চখন গঠনৰ সিদ...

উত্তৰ-পূৰ্বাঞ্চল

ভালুকপুঙত অসমৰ যুৱকক প্ৰহাৰৰ অভিযোগ, উত্তেজনা

বালিপৰা, ১০ নৱেম্বৰ: অসম-অৰুণাচল সীমান্তৱৰ্তী তথা বালিপৰাৰ পৰা ৩৮ কিলোমিটাৰ দূৰৈৰ ভালুকপুঙত অসমৰ এজন স্থানীয় যুৱকক কেইজনমান অৰুণাচলী লোকে প্ৰহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি...

উত্তৰ-পূৰ্বাঞ্চল

চিয়াং মেগা বান্ধক লৈ ৰিজিজুৰ নীৰৱতাত কংগ্ৰেছৰ প্ৰশ্ন

অৰুণাচল প্ৰদেশ কংগ্ৰেছে চিয়াং নদীৰ প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পক লৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ নীৰৱতাক প্ৰশ্ন কৰিছে। দলটোৱে কয় যে, এই জলবিদ্যুৎ প্ৰকল্পক...

অসম

ঋণ আদায়ৰ নামত অশ্লীল ছবি বিয়পোৱাৰ ভাবুকি! হায়দৰাবাদত আৰক্ষী জোৱানৰ আত্মহত্যা

হায়দৰাবাদ, ১০ নৱেম্বৰ: ঋণ আদায়ৰ নামত ঋণ এপ পৰিচালনাৰ সৈতে জড়িত লোকৰ মানসিক হাৰাশাস্তি আৰু অশ্লীল ছবি বিয়পোৱাৰ ভাবুকিৰ পিছত হায়দৰাবাদত এগৰাকী ৩১ বছৰীয়া আৰক্ষী কনিষ্ট...

— ৮ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
দেশ

ধৰ্ষণ, ধন দাবীৰ অভিযোগত তৃণমূল বিধায়ক পৰেশ ৰাম দাস গ্ৰেপ্তাৰ

কলকাতা, ১০ নৱেম্বৰ: ধৰ্ষণ, ধন দাবী আৰু নিৰ্বাচনোত্তৰ হিংসাৰ সৈতে জড়িত একাধিক গোচৰৰ সন্দৰ্ভত পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ বিধায়ক পৰেশ ৰাম দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্...

অসম

লাহেশ্বৰী চাপৰিত ২,৫০০ বিঘা মুকলি ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

হাজো-শুৱালকুছি সমষ্টিৰ লাহেশ্বৰী চাপৰিত ব্ৰহ্মপুত্ৰই গতিপথ সলনি কৰাৰ ফলত মুকলি হোৱা প্ৰায় ২,৫০০ বিঘা ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূমি পুনৰুদ্ধাৰ...

অসম

মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ মনোনয়ন দাখিল অন্তিম দিনা একাধিক প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ঢকুৱাখনা: অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ঢকুৱাখনা মহকুমাত তৎপৰতা বৃদ্ধি পাইছে। মনোনয়ন পত্ৰ দাখিলৰ অন্ত...

অসম

তেজপুৰত ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগত দুই হোমগাৰ্ড গ্ৰেপ্তাৰ

তেজপুৰ, ১০ নৱেম্বৰ: তেজপুৰত এজন যুৱকৰ পৰা ধন দাবী কৰি উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে দুজন হোমগাৰ্ডক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা দুজন হ'ল শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ৰিংক...

— ৯ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
অসম

টীয়কত গঁড় চিকাৰীৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ

গুৱাহাটী, ১০ নৱেম্বৰ: যোৰহাট জিলাৰ টীয়কৰ হাতীশাল অঞ্চলত বিশেষ অভিযান চলাই বন বিভাগে গঁড় চিকাৰীৰ সন্দেহত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে সন্...

অসম

চামগুৰিত ৩ হাজাৰ টকাত সদ্যোজাত সন্তান বিক্ৰী মাতৃৰ !

১০ নৱেম্বৰ, ২০২৬ :নগাঁও জিলাৰ চামগুৰিত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ৩ হাজাৰ টকাত সদ্যোজাত সন্তান বিক্ৰীৰ মাতৃৰ । এগৰাকী অবিবাহিতা মাতৃয়ে সদ্যোজাত সন্তানক মাত্ৰ ৩ হাজ...

অসম

ডিমা হাছাওত শিক্ষা বিভাগৰ খালী পদ পূৰণৰ দাবী সমৰজিৎ হাফলংবাৰৰ

ডিমা হাছাওৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ পদসমূহত পূৰ্ণকালীন বিষয়া নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰক হস্তক্ষেপৰ আহ্বান জনাইছে হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে। কাছাৰত কৰ্...

অসম

গুৱাহাটী উচ্চ ন্যায়ালয়তো জামিন নাপালে নন্দেশ্বৰ বৰাই

১০ নৱেম্বৰ, ২০২৬ :জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত তেওঁৰ ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি আজি, ১০ নৱেম্বৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হয়। গুৱাহাটীৰ গুৱ...

— ১০ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
দেশ

দিল্লী-এনচিআৰত বায়ু প্ৰদূষণৰ মুখ্য কাৰণ যানবাহনৰ নিৰ্গমন: সৰ্বোচ্চ ন্যায়ালয়

নতুন দিল্লী, ৬ নৱেম্বৰ: দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বায়ু প্ৰদূষণ বৃদ্ধিৰ অন্যতম মুখ্য কাৰণ হৈছে যানবাহনৰ পৰা নিৰ্গত ধোঁৱা। এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। দিল্...

অসম

ৰূপহীহাটত ভূমি-বিবাদক লৈ গুলীচালনাৰ অভিযোগ

ৰূপহীহাট, ১০ নৱেম্বৰ: ৰূপহীহাটৰ ১নং বৰঘুলীত নিশা ভূমি-বিবাদক কেন্দ্ৰ কৰি একে পৰিয়ালৰ দুটা ফৈদৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, বিব...

অসম

ডিব্ৰু নদীত অইলৰ পাইপলাইনৰ পৰা তেল নিৰ্গত হোৱাৰ অভিযোগ, আন্দোলনৰ সকীয়নি

ডুমডুমা, ১০ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ ডিব্ৰু নদীৰ ওপৰেৰে যোৱা অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ পৰা খাৰুৱা তেল নিৰ্গত হোৱাৰ অভিযোগ উঠিছে। এই ঘটনাই অঞ্চলটোৰ স্পৰ্শকাতৰ জলজ...

দেশ

অন্ধ্ৰৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ-আন্না লেজনেভাৰ বিচ্ছেদৰ সিদ্ধান্ত

বিজয়ৱাড়া, ১০ নৱেম্বৰ: অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা তেলুগু চলচ্চিত্ৰৰ অভিনেতা পৱন কল্যাণ আৰু তেওঁৰ পত্নী আন্না লেজনেভাই পৃথক হোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে। ৯ নৱেম্বৰ...

— ১১ —
NewzNow ই-কাকত১০ নৱেম্বৰ ২০২৬পৃষ্ঠা ১২
উত্তৰ-পূৰ্বাঞ্চল

উত্তৰ-পূবত উন্নয়নমূলক প্ৰকল্পৰ বাবে ৭৯.৫৩ কোটি টকা মুকলি

শ্বিলং, ৯ নৱেম্বৰ: উত্তৰ-পূব পৰিষদে অক্টোবৰ মাহত উত্তৰ-পূবৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে ৭৯.৫৩ কোটি টকা মুকলি কৰিছে। সংযোগ, গ্ৰাম্য আন্তঃগাঁথনি, কৃষি, উদ্যোগ বিকাশ,...

ক্ৰীড়া

আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছ, ইউএইক হৰুৱাই ছেমিফাইনেলত ভাৰত

নতুন দিল্লী, ১০ নৱেম্বৰ: বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছৰ সহায়ত ভাৰতে সংযুক্ত আৰব আমিৰশ্বাহীক ৭০ ৰানত পৰাস্ত কৰি ২০২৬ৰ অনূৰ্ধ্ব-১৯ এছিয়া...

— ১২ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৪৬টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (৯ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং