← ই-কাকত ১ / ১৩
NewzNow
ই-কাকত৯ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

এইবাৰ হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও চলিব অভিযান; ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদৰ ইংগিত মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক: ৰাজ্যত পুনৰ বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান চলোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বেদখল উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় পৰিচয় বিবেচনা কৰা নহ’ব বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে হিন্দু বেদখলকাৰীৰ বিৰুদ্ধেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, য’ত প্ৰয়োজন হ’ব, তাতেই উচ্ছেদ...

দেশ

দীপাৱলীৰ নিশা দুটাকৈ অগ্নিকাণ্ড, ১২জনৰ মৃত্যু; মাতৃৰ কোলাতে প্ৰাণ গ’ল দুমহীয়া শিশুৰ

সেউনী/কাটনি, ৯ নৱেম্বৰ: দীপাৱলীৰ উৎসৱৰ মাজতে মধ্যপ্ৰদেশৰ সেউনী আৰু কাটনি জিলাত সংঘটিত দুটাকৈ অগ্নিকাণ্ডত ১২জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনা দুটাত আন চাৰিজন লোক আহত হৈছে। সোম...

আন্তঃৰাষ্ট্ৰীয়

নতুন পাছপ’ৰ্টৰ আবেদন নাকচ বাংলাদেশৰ, শ্বেখ হাচিনাক ‘পলাতক সন্ত্ৰাসবাদী’ আখ্যা

বাংলাদেশৰ ৰাজনীতিত পুনৰ চৰ্চালৈ আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ প্ৰত্যাৱৰ্তনৰ প্ৰশ্ন। ভাৰতত থকা হাচিনাই বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতিৰ অংশ হিচাপে নতুন পাছপ’ৰ...

দেশ

‘ডিমাগী নক্সাল’ মন্তব্যক লৈ মোদীক পুনৰ বিতৰ্কৰ আহ্বান ৰাহুলৰ

নতুন দিল্লী, ৯ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী ৰাজনৈতিক পক্ষক ‘ডিমাগী নক্সাল’ বুলি লক্ষ্য কৰাৰ পিছতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁক পুনৰ মুকলি...

— ১ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
ক্ৰীড়া

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ ভাৰতীয় মহিলা টেষ্ট-এদিনীয়া দলত জিন্টিমণি কলিতা

গুৱাহাটী: আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা টেষ্ট আৰু এদিনীয়া দলত স্থান লাভ কৰিছে অসমৰ ক্ৰিকেটাৰ জিন্টিমণি কলিতাই। সোঁহতীয়া মধ্যম বেগী বলাৰ আৰু বাওঁহতীয়...

অসম

‘পুলিচে হিন্দু-মুছলিম চাই গুলী নচলায়’—কংগ্ৰেছক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৯ নৱেম্বৰ, ২০২৬: ‘পুলিচে হিন্দু-মুছলিম চাই গুলী নচলায়, এইকেইদিনতে সকলোৱে দেখিছে।’ উচ্ছেদ অভিযান আৰু আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ প্ৰত্য...

অসম

সেনালৈ সামগ্ৰী যোগানৰ নামত ১১.৫০ কোটি টকাৰ প্ৰৱঞ্চনা; শিলিগুৰিত হৰ্ষ আগৰৱাল গ্ৰেপ্তাৰ

নতুন দিল্লী, ৯ নৱেম্বৰ: ভাৰতীয় সেনালৈ সামগ্ৰী যোগান ধৰাৰ নামত গুৱাহাটীৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ১১,৫০,৫৬,১৮০ টকা প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটোৰ সৈতে জড়িত...

দেশ

সংসদৰ বৰ্ষাকালীন অধিৱেশন ৮৮ দিনেও আনুষ্ঠানিকভাৱে সমাপ্ত নহ’ল! ২০০৮ চনৰ অভিলেখ ভংগ

নতুন দিল্লী: ভাৰতীয় সংসদৰ বৰ্ষাকালীন অধিৱেশনে আনুষ্ঠানিক সমাপ্তিৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িছে। দুয়োখন সদন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ ৮৮ দিন উকলি যোৱাৰ পাছতো অধিৱেশ...

— ২ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
দেশ

ৰায়গঞ্জত আৰক্ষীৰ গুলীত নিহত ধৰ্ষণ-হত্যাৰ অভিযুক্ত

ৰায়গঞ্জ, ৯ নৱেম্বৰ: পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলাৰ ৰায়গঞ্জত এগৰাকী নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ মূল অভিযুক্ত দিলীপ ৰায় আৰক্ষীৰ গুলীত নিহত হৈছে। আৰক্ষীৰ মতে, বিহাৰ...

ৰাজনীতি

‘শব্দৰ অৰ্থ বুজি নোপোৱা লোক’, মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছাক লৈ বিতৰ্কত কংগ্ৰেছৰ প্ৰত্যুত্তৰ

নতুন দিল্লী, ৯ নৱেম্বৰ: কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছা বাৰ্তাত ‘খুশ্বিয়োঁ কা ঈদ’ শব্দ ব্যৱহাৰক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে। বি...

ৰাজনীতি

২৬ নৱেম্বৰত মণিপুৰলৈ যাব ৰাহুল গান্ধী; গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰাৰ সম্ভাৱনা

নিউজ ডেস্ক: ২৬ নৱেম্বৰত মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষলৈ যাব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। এই ভ্ৰমণত তেওঁ ইম্ফল আৰু চূড়াচান্দপুৰত সংঘৰ্ষৰ ফলত...

ৰাজনীতি

ৰাজনৈতিক গ্ৰন্থ নহয়, ব্যক্তিগত জীৱনৰ কাহিনীহে; ১০ নৱেম্বৰত প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা

নতুন দিল্লী, ৮ নৱেম্বৰ: ৰাজনীতি নহয়, নিজৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতা, প্ৰেম, পৰিয়াল আৰু শোকৰ কাহিনীহে তুলি ধৰিছে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে। তেওঁৰ আত্ম...

— ৩ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
দেশ

মানসাত ২৬ দিনৰ পাছত ড্ৰাগছ বিৰোধী কৰ্মী পাৰভিন্দৰ সিং ঝোটাৰ শেষকৃত্য

মানসা, ৮ নৱেম্বৰ: ড্ৰাগছবিৰোধী কৰ্মী পাৰভিন্দৰ সিং ঝোটাক গুলীয়াই হত্যাৰ ২৬ দিনৰ পাছত দেওবাৰে মানসাত তেওঁৰ শেষকৃত্য সম্পন্ন হয়। চণ্ডীগড়ৰ পিজিআইএমইআৰত শনিবাৰে মৰণোত্তৰ পৰী...

দেশ

ছয় মাহৰ ভিতৰত হত্যাত জড়িত সংঘৰ লোকক জেললৈ পঠোৱাৰ দাবী প্ৰিয়ংক খাৰ্গেৰ

কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়ংক খাৰ্গেই অভিযোগ কৰিছে যে, আৰ এছ এছে সাৱৰকাৰক হিন্দুত্বৰ পিতৃ হিচাপে গণ্য কৰে। ফিৰোজজীক সম্বোধন কৰি খাৰ্গেই এম এম কালবুৰ্গী, গৌৰী লংকেশ আৰু ডাভ...

দেশ

আজিৰ পৰা কেন্সাৰৰ ঔষধৰ মূল্য হ্রান্স, ৬৭৯টা ব্ৰেণ্ডৰ দাম ৫০ শতাংশতকৈ অধিক হ্ৰাস

নতুন দিল্লী, ৯ নৱেম্বৰ, ২০২৬: ৰোগীসকলৰ বাবে আশাৰ বতৰা! আজিৰ পৰা কেন্সাৰৰ ঔষধৰ মূল্য হ্রান্স। কেন্সাৰ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে সকাহৰ বতৰা দিলে NPPA য়ে । আজিৰে পৰা দ...

দেশ

ফটকা ফুটালে দূৰ হয় বহু ৰোগ! বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন পশ্চিমবংগৰ BJP বিধায়িকা

টলিগঞ্জ: ফটকা ফুটালে বায়ুত থকা ৰোগ সৃষ্টিকাৰী বীজাণু ধ্বংস হয় আৰু ইয়াৰ ফলত বহু ৰোগৰ পৰা হাত সাৰিব পাৰি! এনে এক বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছে পশ্চিমবংগৰ...

— ৪ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
দেশ

দিল্লীত বায়ুৰ মান অতি নিম্নগামী, সূচকাংক (AQI) ৩৭৬ লৈ বৃদ্ধি

নতুন দিল্লী, ৮ নৱেম্বৰ: দিল্লীৰ বায়ুৰ মান দেওবাৰে ‘অতি নিম্নগামী’ দেখা গ'ল। দিনটোৰ গড় বায়ু গুণমান সূচকাংক ৩৭৬ত উপনীত হয়। ঘন ধোঁৱাই নগৰখন ঢাকি ধৰাত দৃশ্যমানতা হ্ৰাস পা...

দেশ

আতচবাজীৰ বাবেই প্ৰাণ গ’ল ১০ বছৰীয়া শিশুৰ, দীপাৱলীৰ নিশা শোকাৱহ ঘটনা

নতুন দিল্লী, ৯ নৱেম্বৰ, ২০২৬: দীপাৱলীৰ আনন্দৰ মাজতে আতচবাজীৰ বাবেই প্ৰাণ গ’ল ১০ বছৰীয়া শিশুৰ । দিল্লীত সংঘটিত হ’ল এই শোকাৱহ ঘটনা। আতচবাজী কৰি থকা অৱস্থাত প্ৰাণ হেৰুৱালে...

দেশ

দ্ৰুত ধন উপাৰ্জনৰ আশাত শিশুক হত্যা কৰি অংগ বিক্ৰীৰ চেষ্টাৰ অভিযোগ

যশপুৰ, ৯ নৱেম্বৰ: ছত্তীশগড়ৰ যশপুৰ জিলাত দ্ৰুত ধন উপাৰ্জনৰ উপায় বিচাৰি সামাজিক মাধ্যমত অনুসন্ধান চলোৱাৰ পাছত নিজৰ সম্পর্কীয় ভাতৃৰ চাৰি বছৰীয়া পুত্ৰক হত্যা কৰি দেহৰ অংগ...

দেশ

দীপাৱলীক ‘খুচিয়োঁ কি ঈদ’ কোৱাত খাৰ্গেক লক্ষ্য বিজেপিৰ

দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ সময়ত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ‘খুচিয়োঁ কি ঈদ’ বুলি কোৱাক লৈ নতুন ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছে। বিজেপিয়ে এই মন্তব্যক তুষ্টিকৰণ আৰু ভো...

— ৫ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
দেশ

ইথানল মিশ্ৰণৰ অভিযোগ: কৰ্ণাটকত ৬৭ স্থানত পেট্ৰলৰ নমুনা পৰীক্ষা

বেংগালুৰু, ৮ নৱেম্বৰ: পেট্ৰলত ইথানলৰ মিশ্ৰণ বৃদ্ধি পোৱাৰ ফলত বাহনৰ ইঞ্জিনৰ কাৰ্যক্ষমতা ব্যাহত হোৱাৰ অভিযোগৰ পাছত কৰ্ণাটকত ৬৭টা স্থানৰ পৰা পেট্ৰলৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা...

উত্তৰ-পূৰ্বাঞ্চল

ডিবাং বান্ধক লৈ অসম-অৰুণাচল মিত্ৰজোঁটৰ ১০ দিনৰ চৰমসীমা

তিনিচুকীয়া: অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ২,৮৮০ মেগাৱাট ক্ষমতাসম্পন্ন ডিবাং বহুমুখী প্ৰকল্পক কেন্দ্ৰ কৰি অসম আৰু অৰুণাচল প্ৰদেশৰ নিম্নপ্ৰবাহৰ জনসমাজক প্ৰতিনিধিত্ব কৰা এটা ম...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত ২০২৭ৰ জনগণনা ৩০ এপ্ৰিললৈ স্থগিত

মণিপুৰত চলি থকা জাতিগত হিংসা আৰু ব্যাপক আভ্যন্তৰীণ স্থানান্তৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ২০২৭ৰ জনগণনাৰ কাম ৩০ এপ্ৰিল, ২০২৭লৈ স্থগিত ৰাখিছে মণিপুৰ উচ্চ ন্যায়ালয়ে। ন্যায়াল...

অসম

কোকৰাঝাৰৰ তাৰাং ঝিজিৰিত বড়ো হাৰিমু ছান'ৰ সফল সামৰণি

কোকৰাঝাৰ, ৯ নৱেম্বৰ: কোকৰাঝাৰ জিলাৰ হালোৱাদলৰ তাৰাং ঝিজিৰি খেলপথাৰত আয়োজিত তিনিদিনীয়া বড়ো হাৰিমু ছান'ৰ সফল সামৰণি ঘটিছে। বড়ো কলা-সংস্কৃতিৰ ৰাষ্ট্ৰীয় উৎসৱ হিচাপে আয়ো...

— ৬ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
অসম

শিৱসাগৰৰ বানপীড়িতলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ২,৩৪,৫৬৭ টকা

গুৱাহাটী, ৫ নৱেম্বৰ: ভাৰতীয় গোৰ্খা পৰিষংঘৰ অসম ৰাজ্যিক সমিতিৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২,৩৪,৫৬৭ টকাৰ এ...

অসম

ধেমাজিৰ শ্ৰীপানি আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪গৰাকী কাৰ্যকৰ্তাৰ পদত্যাগ

ধেমাজি: সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ ধেমাজি জিলাৰ শ্ৰীপানী আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪গৰাকী বিষয়ববীয়া আৰু কৰ্মীয়ে একেলগে পদত্যাগ কৰিছে। আঞ্চলিক গোটটোৰ সক্ৰিয় বিষয়ববীয়া আৰ...

অসম

ধেমাজিত সদৌ দিহিঙীয়া বংশাৱলীৰ জিলা অধিৱেশন, উন্মোচন স্মৃতিগ্ৰন্থ ‘চাও ফা লান চং’

ধেমাজি, ৯ নৱেম্বৰ: ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে সদৌ দিহিঙীয়া বংশাৱলীৰ ধেমাজি জিলা অধিৱেশন অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ...

অসম

কাইলৈ সামৰণি পৰিব মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰদাখিলৰ প্ৰক্ৰিয়া

ধেমাজি, ৯ নৱেম্বৰ: মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়সীমা ১০ নৱেম্বৰত অন্ত পৰিব। অন্তিম দিনৰ পূৰ্বে দেওবাৰে মিচিং স্বায়ত্তশাসিত...

— ৭ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
অসম

গহপুৰত লাভ জেহাদ! প্ৰেমৰ প্ৰলোভনেৰে গহপুৰৰ এগৰাকী ছাত্ৰীক অপহৰণ বিহাৰৰ মুছলিম যুৱকৰ

গহপুৰ, ৯ নৱেম্বৰ, ২০২৬: প্ৰেমৰ প্ৰলোভনেৰে গহপুৰৰ এগৰাকী ছাত্ৰীক অপহৰণ বিহাৰৰ মুছলিম যুৱকৰ । ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগত মহম্মদ বিশাল নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰ...

অসম

মৰিগাঁও-দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং! লাহৰীঘাটত আশ্বাস মুখ্যমন্ত্ৰীৰ

লাহৰীঘাট, ৯ নৱেম্বৰ: 'মৰিগাঁও-দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। 'মৰিগাঁও আৰু দৰং জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ পৰিকল্পনাক লৈ প...

অসম

খানাপাৰা মহিলা হত্যাকাণ্ডঃ মূল অভিযুক্ত প্ৰদীপ টাইয়ে গ্ৰেপ্তাৰ

গুৱাহাটীৰ খানাপাৰাত জীনা বৈশ্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ তদন্তত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে আৰক্ষীয়ে। হত্যাকাণ্ডৰ মূল অভিযুক্ত বুলি সন্দেহ কৰা প্ৰদীপ টাইয়েক গ্ৰেপ্তাৰ কৰিছ...

অসম

কাজিৰঙাৰ বুকুৰ পৰা চিৰবিদায় কৃষ্ণাৰ, ৪৪ বছৰৰ কৰ্মজীৱনৰ অৱসান

কাজিৰঙা, ৯ নৱেম্বৰ, ২০২৬: কিছুমান বিদায় সঁচাকৈয়ে বৰ কষ্টকৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলৰ বাবে তেনে এক চিনাকি সংগী আছিল হাতীজনী ‘কৃষ্ণা’। দীৰ্ঘদিন ধৰি কাজিৰঙাৰ...

— ৮ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
অসম

পাঠশালাৰ অগ্নিকাণ্ডৰ পিছতে ফটকা বিক্ৰীৰ অনুমতি বাতিল বজালী প্ৰশাসনৰ

পাঠশালা, ৯ নৱেম্বৰ, ২০২৬: পাঠশালাত সংঘটিত কেইবাটাও বিধ্বংসী অগ্নিকাণ্ডৰ পিছতে ফটকা আৰু আতচবাজী বিক্ৰীৰ অনুমতি বাতিল কৰিছে বজালী জিলা প্ৰশাসনে। ৯ নৱেম্বৰত জাৰি কৰা এক নিৰ্...

অসম

মাজুলীত অগ্নিকাণ্ডত ভস্মীভূত ৭টা ভাড়াৰ কোঠা, ২০ লাখ টকাৰো অধিক ক্ষতি

মাজুলী, ৯ নৱেম্বৰ: উজনি মাজুলীৰ নতুন বজাৰত দেৱালীৰ নিশা প্ৰায় ১১ বজাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৭টা ভাড়াৰ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই ঘটনাত ২০ লাখ টকাৰো অধিক মূল...

দেশ

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছৰ সৈতে আৰক্ষীৰ বাহনৰ সংঘৰ্ষ, আহত ৪ জন

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বাছ-আৰক্ষীৰ বাহনৰ সংঘৰ্ষ, SHO-সহ আহত ৪ৰামবান, ৯ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ চন্দ্ৰকোটত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে...

অসম

১ ডিচেম্বৰৰ পৰা সন্ধিয়া ৫ বজাৰ পাছত নিষিদ্ধ হ'ব লাউডস্পীকাৰ - শ্বেৰমান আলী

মন্দিয়া, ৯ নৱেম্বৰ, ২০২৬: পৰীক্ষাৰ সময়ত নিশা ১২ বজালৈকে নাচ-গান কৰি থকাৰ প্ৰয়োজন কি? মন্দিয়াবাসীক উদ্দেশ্যি এই প্ৰশ্ন উত্থাপন কৰি লাউডস্পীকাৰ ব্যৱহাৰ সন্দৰ্ভত মন্তব্য...

— ৯ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
অসম

বানপীড়িত ৪,৫০০ পৰিয়াললৈ ৩.৬০ কোটি টকাৰ গৃহ-সহায়তা

নাজিৰা: উজনি অসমৰ বানপীড়িত প্ৰায় ৪,৫০০ পৰিয়ালৰ ক্ষতিগ্ৰস্ত ঘৰ পুনৰ নিৰ্মাণৰ বাবে ৩.৬০ কোটি টকাৰ আৰ্থিক সহায়তা আগবঢ়োৱাৰ ঘোষণা কৰিছে জমিয়ত উলেমা-ই-হিন্দ আৰু আনফাৰ ফাউ...

অসম

মাথঘৰীয়াত টেংকাৰৰ পৰা ডিজেল চুৰিৰ অভিযোগত এজন আটক

গুৱাহাটী, ৮ নৱেম্বৰ: মাথঘৰীয়াৰ মাৰ্কেটিং ৰোডত ৰখাই থোৱা এখন টেংকাৰৰ পৰা ডিজেল চুৰি কৰাৰ অভিযোগত ৰূপেশ সাহ নামৰ এজন লোকক স্থানীয় বাসিন্দাসকলে হাতে-লোটে আটক কৰে। শনিবাৰে...

অসম

ৰাণীত হাতীৰ আক্ৰমণত মহিলা আহত, গোৱালপাৰাত ৪০টা হাতীৰ তাণ্ডৱ

গুৱাহাটী: ৰাণীৰ উদয়পুৰত সোমবাৰে পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত ৰত্না কাকতি নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। তেওঁৰ লগত থকা শ্ৰীকান্ত বড়ো নামৰ যুৱকজনে পথৰ কাষৰ এটা...

অসম

যমুনা সম্পূৰ্ণ দখলমুক্ত নোহোৱালৈকে ক্ষান্ত নহয় আটাছু, স্পষ্ট ঘোষণা বসন্ত গগৈৰ

শিৱসাগৰ, ৯ নৱেম্বৰ, ২০২৬: শিৱসাগৰৰ ঐতিহাসিক যমুনা সম্পূৰ্ণৰূপে বেদখলমুক্ত নোহোৱালৈকে ক্ষান্ত নহয় সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়...

— ১০ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
অসম

জুবিন গাৰ্গৰ স্মৃতিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ ৫১ হাজাৰ টকা

গুৱাহাটী: প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত হেঙুল থিয়েটাৰে ‘ঈশ্বৰ পুত্ৰ’ নাটকৰ এখন প্ৰদৰ্শনীৰ সমগ্ৰ আয় কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ দান কৰিছে। দানৰ পৰিমাণ ৫১ হাজাৰ টক...

অসম

ধীৰেনপাৰাত মহিলাক আক্ৰমণৰ অভিযোগ, অভিযুক্ত পলাতক

গুৱাহাটী, ৮ নৱেম্বৰ: দীপাৱলীৰ নিশা গুৱাহাটীৰ ধীৰেনপাৰাৰ ৰঘুনাথ পথত এগৰাকী মহিলাক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। ঘটনাটোত ৰেশমি দত্ত নামৰ মহিলাগৰাকী সংকটজনক অৱস্থাত চ...

অসম

বিকশিত অসমৰ লক্ষ্যৰে ১৩খন ক্ষেত্ৰভিত্তিক ৰাজ্যিক পৰিষদ গঠনৰ অনুমোদন

বিকেন্দ্ৰীকৃত আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ১৩খন ৰাজ্যিক পৰ্যায়ৰ ক্ষেত্ৰভিত্তিক পৰিষদ গঠন কৰিব। তৃণমূল পৰ্যায়ৰ নেতৃত্ব আৰু জনসাধা...

অসম

অক্টোবৰত এনএফআৰৰ মালবাহী ৰেক আনলোড ১২.২৭ শতাংশ বৃদ্ধি

গুৱাহাটী: উত্তৰ-পূব সীমান্ত ৰে'লৱে, চমুকৈ এনএফআৰে, ২০২৬ৰ অক্টোবৰ মাহত ১,১৬২খন মালবাহী ৰেক আনলোড কৰিছে। যোৱা বছৰৰ একে মাহত ১,০৩৫খন ৰেক আনলোড হৈছিল। এইবাৰ আনলোডৰ পৰিমাণ ১২....

— ১১ —
NewzNow ই-কাকত৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১২
অসম

চিয়াং প্ৰকল্পৰ অসমত প্ৰভাৱক লৈ কেন্দ্ৰলৈ গৌৰৱ গগৈৰ পত্ৰ

গুৱাহাটী, ৯ নৱেম্বৰ: অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ নামনি অঞ্চলত হ'ব পৰা প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্য কংগ্ৰেছৰ সভাপতি তথা লোকসভাত কংগ্ৰেছ...

অসম

বাংলাদেশ সীমান্তত বেৰ নিৰ্মাণ: ভূমি-সমস্যা সমাধানৰ বাবে কেন্দ্ৰক মেঘালয়ৰ অনুৰোধ

গুৱাহাটী: ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বেৰ নিৰ্মাণত বাধা সৃষ্টি কৰা ভূমি-সংক্ৰান্তীয় সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে মেঘালয় চৰকাৰে। বেৰ ন...

অনুসন্ধান

ৰাজ্যত মুঠ খেতি কৰা ভূমি ৪০.৮৭ লাখ হেক্টৰ; ১০ বছৰত নতুন জলসিঞ্চন মাত্ৰ ৭০,৮৩৫ হেক্টৰত!

অসমৰ কৃষি অৰ্থনীতিৰ ভেটি আজিও গ্ৰাম্য কৃষক, ক্ষুদ্ৰ খেতিয়ক আৰু কৃষিশ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যখনত কৃষিৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত জনসংখ্যাৰ পৰিমাণ যথেষ্ট বৃহৎ...

বুজি লওক

১ লিটাৰ সৰিয়হৰ তেলৰ পাউচত ৯১০ গ্ৰাম কিয় থাকে? কম তেল দিছে নেকি কোম্পানীয়ে?

নিউজ ডেস্ক: বজাৰৰ পৰা ১ লিটাৰ সৰিয়হৰ তেলৰ পাউচ কিনাৰ পিছত বহু গ্ৰাহকৰ মনত এটা প্ৰশ্নৰ উদয় হয়—পেকেটত ১ লিটাৰ তেল বুলি লিখা আছে, কিন্তু ওজন কৰিলে কিয় প্ৰায় ৯১০ গ্ৰামহে...

— ১২ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৪৮টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (৮ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং