← ই-কাকত ১ / ১৮
NewzNow
ই-কাকত৮ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

উজনিত পুনৰ আৰম্ভ কয়লা ছিণ্ডিকেট; খাৰচাঙৰ পৰা আহিছে অবৈধ কয়লা: অখিল

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মেঘালয়ৰ পৰা নাগালেণ্ডলৈ অবৈধ কয়লা সৰবৰাহ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধানক উদ্দেশ্যি সামাজিক মাধ্যমত বাৰ্তা প্ৰেৰণ কৰি তেওঁ কয়লাবাহী ট্ৰাকসমূহ জব্দ কৰাৰ দাবী জনায়। দীপাৱলীৰ শুভেচ্ছা জনাই গগৈয়ে কয়, নাগালেণ্ডৰ পাহা...

আন্তঃৰাষ্ট্ৰীয়

ইৰাণৰ বিৰুদ্ধে অভিযান শেষ হোৱা নাইঃ ইজৰাইল

ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ সামৰিক অভিযান এতিয়াও শেষ হোৱা নাই বুলি দেওবাৰে ঘোষণা কৰিছে দেশখনৰ প্ৰতিৰক্ষামন্ত্ৰী ইজৰাইল কাট্জে। ইৰাণৰ সৈতে মিলি ইজৰাইলত আক্ৰমণ চলালে লেবাননৰ সশ...

আন্তঃৰাষ্ট্ৰীয়

সশস্ত্ৰ মাওবাদী নিৰ্মূল হ’লেও ‘আৰ্বান নক্সাল’ৰ ভাবুকি আছে : মোদী

নতুন দিল্লী, ৮ নৱেম্বৰ: বনাঞ্চলৰ পৰা সশস্ত্ৰ মাওবাদীক নিৰ্মূল কৰা হৈছে যদিও দেশত মাওবাদী ভাবুকি সম্পূৰ্ণৰূপে শেষ হোৱা নাই বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়...

আন্তঃৰাষ্ট্ৰীয়

নেতান্যাহুক বিদায়! ইজৰাইলত নতুন চৰকাৰ গঠনৰ বাবে গাডি আইজেনকটক আহ্বান ৰাষ্ট্ৰপতিৰ

ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে ৭ নৱেম্বৰত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ প্ৰধান প্ৰতিদ্বন্দ্বী গাডি আইজেনকটক নতুন চৰকাৰ গঠনৰ দায়িত্ব দিয়ে। ২৭ অক্টোবৰত অনুষ্ঠিত নি...

— ১ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
ৰাজনীতি

কংগ্ৰেছৰ অনুদান ৭৫ শতাংশ হ্ৰাস! ২০২৫-২৬ বৰ্ষত লাভ কৰিলে মাত্ৰ ১৩০.৭ কোটি টকা

নতুন দিল্লী, ৮ নৱেম্বৰ: কংগ্ৰেছৰ ২০ হাজাৰ টকাৰ ওপৰৰ ঘোষিত অনুদান ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰায় ৭৫ শতাংশ হ্ৰাস পাই ১৩০.৬৯ কোটি টকালৈ নামিছে। দলটোৱে ভাৰতীয় নিৰ্বাচন আয়োগত...

অসম

গণেশগুৰিৰ GS Roadৰ নিৰ্দিষ্ট অংশ ‘ফটকা নিষিদ্ধ এলেকা’ ঘোষণা! এজাক ঘনচিৰিকাৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ

গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৬: দীপাৱলীৰ আনন্দৰ মাজতে এজাক সৰু চৰাইৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰ ব্যস্ত গণেশগুৰি অঞ্চলৰ GS Roadৰ এ...

ৰাজনীতি

২০২৯ত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব, লিখি দিবলৈও সাজু—অমিত শ্বাহক প্ৰত্যাহ্বান কে চি বেণুগোপালৰ

নতুন দিল্লী, ৭ নৱেম্বৰ: ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পাছত ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ কে চি বেণুগোপালে। কেন্দ্ৰীয় গ...

অসম

হাছিনাৰ প্ৰত্যৰ্পণ লাগে বাংলাদেশক

ঢাকা: বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দ্বিপাক্ষিক চুক্তিৰ অধীনত ভাৰতৰ পৰা প্ৰত্যৰ্পণৰ আবেদন জনাইছে বাংলাদেশে। দেশখনৰ আইনমন্ত্ৰী এম ডি আছাদুজ্জামানে দেওব...

— ২ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
অসম

দিখৌ দলঙত উইংগাৰৰ খুন্দা, পালছাৰ বাইক ৫০ মিটাৰ চোঁচৰাই লৈ যায়

শিৱসাগৰ, ৮ নৱেম্বৰ: শিৱসাগৰৰ দিখৌ দলঙত এ এছ-০৪ চি চি-২৩৩৫ নম্বৰৰ এখন উইংগাৰ বাহনৰ চালকে তিনিখন বাইকত খুন্দা মৰাৰ অভিযোগ উঠিছে। ঘটনাটোত এখন পালছাৰ ২২০ বাইক প্ৰায় ৫০ মিটাৰ...

অসম

উত্তৰ লখিমপুৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ, তদন্ত অব্যাহত

উত্তৰ লখিমপুৰ, শুকুৰবাৰ: উত্তৰ লখিমপুৰৰ পানীন্দ্ৰ ৰোডস্থিত ভাড়াঘৰত শুকুৰবাৰে পুৱা যুৱ উদ্যোগী তন্ময় জ্যোতি দত্ত ফুকনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ঘটনাক কেন্দ্ৰ কৰি পৰিয...

অসম

বিদ্যুৎ মাচুল বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদ

ঢকুৱাখনা: ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্তক জনবিৰোধী আখ্যা দি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চুতীয়া যুৱ সন্মিলন অসমে। সংগঠনটোৱে এই সিদ্ধান্ত তৎকালেই প্ৰত্যাহাৰ...

অসম

বৰাকবাসীক লৈ বিতৰ্কিত মন্তব্যঃ আটক প্ৰাণধন হাজৰিকা

শ্ৰীভূমি: বৰাক উপত্যকাৰ বাঙালী লোকসকলক বাংলাদেশী বুলি মন্তব্য কৰাৰ অভিযোগত প্ৰাণধন হাজৰিকাক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। এই মন্তব্যক কেন্দ্ৰ কৰি বৰাক উপত্যকাত স...

— ৩ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
অসম

ডিমা হাছাওত শিলচৰ অভিমুখী চলন্ত ৰে’লত অগ্নিকাণ্ড

ডিমা হাছাও: শিলচৰ অভিমুখী এখন চলন্ত ৰে’লত পুৱতি নিশা অগ্নিকাণ্ড সংঘটিত হয়। লাংটিং ষ্টেচন পাৰ হোৱাৰ কিছু সময়ৰ পাছতে ৰে’লখনত জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। ৰে’লখন...

অসম

জনজাতীয় ভাষাৰ শিক্ষক নিযুক্তিৰ দাবী ইটছাৰ

গুৱাহাটী, ৮ নৱেম্বৰ: ৰাভা, মিচিং, তিৱা, দেউৰী, ডিমাছা, কাৰ্বি আদি ভাষাৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰি প্ৰতিখন বিদ্যালয়ত কমেও ২ জনকৈ জনজাতীয় ভাষাৰ শিক্ষক শীঘ্ৰে নি...

অসম

গুৱাহাটীত কোক প্ৰতিষ্ঠানত জিএছটিৰ তালাচীৰ চতুৰ্থ দিন

গুৱাহাটী: ভুৱা ইনপুট টেক্স ক্ৰেডিট লোৱাৰ সন্দেহত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত জিএছটি ইণ্টেলিজেন্স এণ্ড এনফৰ্চমেণ্ট ইউনিট, অসমে চলোৱা তালাচী অভিযান দেওবাৰে চতুৰ্থ দিনত প্...

ৰাজনীতি

লালকৃষ্ণ আদৱানীৰ ১০০সংখ্যক জন্মদিন, বিজেপিৰ বিশেষ পূজা-অৰ্চনা আৰু হোম

নতুন দিল্লী, দেওবাৰ: ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীৰ ১০০সংখ্যক জন্মদিন উপলক্ষে দেওবাৰে নতুন দিল্লীস্থিত বিজেপিৰ কেন্...

— ৪ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
দেশ

‘নেহৰুৰ দিনতেই কংগ্ৰেছে ভোট চুৰি কৰিছিল,নহ'লে নেহৰুৰ সলনি পেটেল প্ৰধানমন্ত্ৰী হ’লহেঁতেন’— বিজুলী কলিতা মেধি

গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৬: কংগ্ৰেছৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি পুনৰ ৰাজনৈতিক আক্ৰমণ বিজেপিৰ। এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সময়ৰ ৰাজনৈতিক ঘটনাৰ...

অসম

হাতীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণৰ পৰিকল্পনা

গুৱাহাটী, ৮ নৱেম্বৰ: বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা লোকৰ পৰিয়াললৈ ৮ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। দেওবাৰে এই কথা জনায় বিত্তমন্ত্ৰী জয়ন্ত মল...

ৰাজনীতি

জ্ঞানেশ কুমাৰক অপসাৰণ নকৰালৈকে আন্দোলন চলিব: বেণুগোপাল

আলাপ্পুঝা, ৮ নৱেম্বৰ: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণ নকৰালৈকে কংগ্ৰেছৰ নেতৃত্বত চলি থকা আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে এআইচিচিৰ সাধাৰণ সম্পা...

আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰসংঘৰ প্ৰশাসন আৰু বাজেট বিষয়ক উপদেষ্টা কমিটীলৈ নিৰ্বাচিত ভাৰতীয় কূটনীতিক শিৱানী গুপ্তা

ৰাষ্ট্ৰসংঘ, ৭ নৱেম্বৰ: ভাৰতীয় কূটনীতিক শিৱানী গুপ্তা ৰাষ্ট্ৰসংঘৰ প্ৰশাসন আৰু বাজেট বিষয়ক উপদেষ্টা কমিটীলৈ নিৰ্বাচিত হৈছে। তেওঁ ২০২৭-২০২৯ৰ কাৰ্যকালত কমিটীখনৰ সদস্য হিচাপ...

— ৫ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
অসম

“ৰকিবুল হুছেইনৰ গাড়ীত পাম নাই।” মুখ্যমন্ত্ৰীৰ মন্তব্য

চামগুৰি: ৰকিবুল হুছেইনৰ দুৰ্গ চামগুৰিৰ সংখ্যালঘু অধ্যুষিত এলেকাত বিজয় উৎসৱ পাতি কংগ্ৰেছৰ সাংসদগৰাকীক লক্ষ্য কৰি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰ...

অসম

টেঙাখাত আইটিএফৰ অগ্নিকাণ্ডৰ তদন্তৰ দাবী ডিব্ৰুগড় জিলা আছুৰ

দুলীয়াজানৰ টেঙাখাতৰ আইটিএফত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে। ঘটনাটোৰ উচিত তদন্তৰ দাবী জনাইছে ডিব্ৰুগড়...

ৰাজনীতি

নোটবন্দীয়ে দেশৰ অৰ্থনীতি ধ্বংস কৰাৰ পাছত এতিয়া ‘ভোটবন্দী’ৰ জৰিয়তে গণতন্ত্ৰ ধ্বংস কৰা হৈছে: কংগ্ৰেছ

নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দেশৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা...

দেশ

গাজিয়াবাদৰ আৰক্ষী চকীত বিস্ফোৰণ! TMHৰ নামত X-ত দায় স্বীকাৰ!

গাজিয়াবাদ, ৮ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বসুন্ধৰা আৰক্ষী চকীৰ পিছফালে ৬ নৱেম্বৰৰ নিশা সংঘটিত বিস্ফোৰণসদৃশ ঘটনাত এজন ২০ বছৰীয়া ডেলিভাৰী কৰ্মী আহত হৈছে। ঘটনাটোত আৰ...

— ৬ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
অসম

কালীপূজা-দীপাৱলীৰ শুভেচ্ছা জনাবলৈ লোকভৱনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৬: কালীপূজা আৰু দীপাৱলীৰ পৱিত্ৰ উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক শুভেচ্ছা জ্ঞাপন কৰিবলৈ লোকভৱনত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।...

অসম

ভাওৰীয়াৰ ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ

এক ব্যতিক্ৰমী ৰূপত ৰাইজৰ মাজত দেখা গ’ল শিলাদিত্য দেৱক।ৰাজনৈতিক মঞ্চৰ পৰিৱৰ্তে এইবাৰ নামঘৰৰ ভাওনাৰ মঞ্চত শ্ৰীকৃষ্ণৰ ৰূপত অৱতীৰ্ণ হ’ল হোজাইৰ বিধায়ক শিলাদিত্য দেৱ। হোজাইৰ ন...

অসম

আতচবাজীৰ ক্ষেত্ৰত কঠোৰ নিয়মৰ মাজতে শিলচৰত কালীপূজা-দীপাৱলীৰ প্ৰস্তুতি

শিলচৰ, ৮ নৱেম্বৰ: কালীপূজা আৰু দীপাৱলী উপলক্ষে শিলচৰকে ধৰি কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত উৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে। চহৰখনৰ বজাৰসমূহত ক্ৰেতাৰ সমাগম বৃদ্ধি পোৱাৰ লগতে কেইব...

দেশ

দীপিকাৰ গেৰুৱা সাজক লৈ ‘KING’ ছবিৰ বিতৰ্ক! শ্বাহৰুখ খানক ‘জেহাদী’ আখ্যা বিজেপি বিধায়ক ৰবি নেগীৰ

নতুন দিল্লী, ৮ নৱেম্বৰ, ২০২৬: শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ‘KING’ক লৈ নতুন বিতৰ্ক । ছবিখনৰ ‘Tu Mil Jaaye’ শীৰ্ষক গীতৰ এটা দৃশ্যত অভিনেত্ৰী দীপিকা পাডুকনে গেৰুৱা ৰঙৰ সাজ প...

— ৭ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
অসম

কোকৰাঝাৰৰ তিতাগুৰিত কালী পূজাৰ আয়োজন

কোকৰাঝাৰ: কোকৰাঝাৰৰ তিতাগুৰিত কালী পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ লগত সংগতি ৰাখি পাঁচদিনীয়াকৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাৰ্যসূচীত পৰম্পৰাগত খেল-ধেমালিৰ লগতে বিভিন্ন...

অসম

টেঙাখাটৰ অইল বিস্ফোৰণত মৃতকৰ সংখ্যা চাৰিলৈ বৃদ্ধি

ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাটস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মৃতৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। গুৰ...

অসম

জুবিন ক্ষেত্ৰৰ সমীপত বন্ধুৰ চুৰিকাঘাত

জুবিন ক্ষেত্ৰৰ সমীপত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত বন্ধুৰ চুৰিকাঘাতত এজন যুৱক গুৰুতৰভাৱে আহত হৈছে। আহত যুৱকজন শিৱসাগৰৰ ভাস্কৰজ্যোতি চাবুকধৰা। পাৰ্টী কৰি থকা মাজতে এই ঘটনা সং...

অসম

দীপাৱলীৰ পাছত পুৱা ৩ বজাৰ পৰা জিএমচিৰ বিশেষ চাফাই অভিযান

গুৱাহাটী, ৮ নৱেম্বৰ: দীপাৱলীৰ পাছত নগৰখনত পৰি থকা কলগছ, ফটকাৰ আৱৰ্জনা আৰু অন্যান্য জাবৰ আঁতৰাবলৈ পুৱা প্ৰায় ৩ বজাৰ পৰা বিশেষ চাফা অভিযান আৰম্ভ কৰিব গুৱাহাটী পৌৰ নিগমে। এ...

— ৮ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
স্বাস্থ্য

চিকিৎসালয়লৈ যোৱাৰ পূৰ্বে জানি লওঁক স্বাস্থ্যমন্ত্ৰীৰ এই সকীয়নি; অন্যথা পৰিব পাৰে বিপদত

গুৱাহাটী, ৮ নৱেম্বৰঃ চিকিৎসালয়ৰ নিয়ম আৰু চিকিৎসকৰ নিৰ্দেশ অমান্য কৰিলে চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ চিকিৎসা বন্ধ হ’ব পাৰে বুলি সকীয়নি দিছে অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সি...

ৰাজনীতি

চামগুৰিত কাৰ গাখীৰ খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

নগাঁও, ৮ নৱেম্বৰঃ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি দেওবাৰে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক বিশাল বিজয় উ...

অসম

বৈদ্যুতিক ইঞ্জিনেৰে আগৰতলালৈ তেজছ ৰাজধানী এক্সপ্ৰেছ

আগৰতলা, ৮ নৱেম্বৰ: ত্ৰিপুৰাৰ ৰে'ল যোগাযোগত নতুন অধ্যায়ৰ সূচনা কৰি নতুন দিল্লী-আগৰতলা পথত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ইঞ্জিনেৰে তেজছ ৰাজধানী এক্সপ্ৰেছ চলাচল কৰিছে। ইয়াৰ পূৰ...

অসম

‘ৰামায়ণ’ৰ ভিজুৱেল ইফেক্টৰ আঁৰত অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সুদীপ্ত নাথ

৫ নৱেম্বৰত মুক্তি পোৱা নমিত মালহোত্ৰাৰ ‘ৰামায়ণ’ ছবিখনৰ দৃশ্য-প্ৰভাৱৰ কামত বৰাক উপত্যকাৰ সুদীপ্ত নাথেও উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ৰণবীৰ কাপুৰ আৰু সাই পল্লৱী অভিনীত ছবিখ...

— ৯ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
অসম

১২ নৱেম্বৰত অসমৰ পেট্ৰল ডিলাৰৰ ২৪ ঘণ্টীয়া ক্ৰয়-বিক্ৰী বন্ধ

অসমৰ পেট্ৰল ডিলাৰসকলে তেল বিপণন কোম্পানীসমূহৰ কথিত স্বেচ্ছাচাৰী সিদ্ধান্ত আৰু হাৰাশাস্তিৰ প্ৰতিবাদত ১২ নৱেম্বৰত ২৪ ঘণ্টাৰ বাবে ইন্ধন ক্ৰয় আৰু বিক্ৰী বন্ধ ৰাখিব। উত্তৰ-পূ...

অসম

তেজপুৰত সযতনে সংৰক্ষিত ‘জয়মতী’ৰ দুৰ্লভ গ্ৰামোফোন ৰেকৰ্ড

তেজপুৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যুটীয়াভাৱে পৰিচালনা কৰা বিখ্যাত ‘সেনোলা ৰেকৰ্ড’ৰ প্ৰথমখন নাটক ‘জয়মতী’ৰ কেইবাখনো দুৰ্লভ গ্ৰামোফোন ৰে...

অসম

নগাঁৱত শিক্ষাৰ্থীসকলৰ সৈতে বিজ্ঞানী ড° অংগশুমান নাগৰ মত বিনিময়

নগাঁও: নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, পুনেৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা...

অসম

নিউ জলুকপাহামত মেঘালয়ৰ নিম্ন প্ৰাথমিক বিদ্যালয় স্থাপন

পলাশবাৰী, ৮ নৱেম্বৰ: পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৱৰ্তী নিউ জলুকপাহাম গাঁৱত মেঘালয়ে এখন নিম্ন প্ৰাথমিক বিদ্যালয় নিৰ্মাণ কৰি উদ্বোধ...

— ১০ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
অসম

নাজিৰাত ৰহস্যজনক অৱস্থাত আৰক্ষী জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ

নাজিৰা, ৮ নৱেম্বৰ: নাজিৰা নগৰৰ মাজমজিয়াত অৱস্থিত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰহস্যজনক অৱস্থাত এজন আৰক্ষী জোৱানৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হৈছে। মৃত জোৱানজনক ২৫ নম্...

দেশ

৪,০০০ কোটি টকীয়া বলীউডৰ বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত ৰাম-লক্ষ্মণৰ কৱচসদৃশ সাজ নিৰ্মাণত অসমৰ শিল্পীৰ হাতৰ পৰশ!

গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৬:বলীউডৰ বৃহৎ বাজেটৰ ছবি ‘ৰামায়ণ’ত উজলিল অসমৰ পৰম্পৰাগত কাৰুশিল্প আৰু থলুৱা শিল্পীৰ প্ৰতিভা। নীতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ছবিখনত প্ৰভু শ্ৰীৰাম...

অসম

দুলীয়াজানত চিকিৎসকক ধনদাবী, ৰঙাঘৰৰ আলহী পাঁচজন

দুলীয়াজান, ৮ নৱেম্বৰ: দুলীয়াজানৰ বকুলনীৰ নীপকো প্ৰকল্পৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ ডিপোল চন্দ্ৰ হালৈৰ পৰা ধনদাবী কৰাৰ অভিযোগত পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব...

অসম

দৰঙত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ৩০০ লোক, শংকাত ১০০ পৰিয়াল

মঙলদৈ, ৮ নৱেম্বৰ: দৰং জিলাৰ মঙলদৈ আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মঙলদৈ ৰাজহ চক্ৰৰ ৰঙামাটি মৌজাৰ অপৰিয়া, বৰলা...

— ১১ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১২
অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকিৰ অভিযোগত তামিলনাডুত লখিমপুৰৰ যুৱক গ্ৰেপ্তাৰ

গুৱাহাটী: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত লখিমপুৰ জিলাৰ ঘিলামৰাৰ বাসিন্দা জুন দাস নামৰ এজন যুৱকক তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰ...

অসম

অসম সাহিত্য সভাৰ নিৰ্বাচন: শীৰ্ষ পদৰ মনোনয়ন-পত্ৰ সংগ্ৰহ আৰম্ভ

গুৱাহাটী: অসম সাহিত্য সভাৰ ২০২৭-২৯ কাৰ্যকালৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মনোনয়ন-পত্ৰ সংগ্ৰহ আৰম্ভ হৈছে। নিৰ্বাচনী জাননী জাৰি হোৱাৰ পাছতে সভাৰ...

শিক্ষা

১৪ নৱেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ! ৪ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে মাচুল ৰেহাই

গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৬: উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, ২০২৭ৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষাৰ্থীসকল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (ASSEB), দ্বিতীয় বিভাগৰ তৰফৰ...

অসম

অসমত ২৪০টা ক’লা কোমল খোলৰ কাছৰ পোৱালি মুকলি

গুৱাহাটী, ৮ নৱেম্বৰ: এসময়ত বন্যপ্ৰকৃতিত বিলুপ্ত বুলি ঘোষণা কৰা ক’লা কোমল খোলৰ কাছৰ ২৪০টা পোৱালি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ এক সংৰক্ষিত জলাশয়ত মুকলি কৰি দিয়া হৈ...

— ১২ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৩
অসম

দীপাৱলী-কালীপূজাক লৈ ধুবুৰীত আৰক্ষীৰ বিশেষ নিৰ্দেশনা

ধুবুৰী, ৭ নৱেম্বৰ: কালীপূজা আৰু দীপাৱলী উপলক্ষে জনসাধাৰণৰ সুৰক্ষা, যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ আৰু শব্দ প্ৰদূষণ ৰোধৰ লক্ষ্যৰে ধুবুৰী জিলা আৰক্ষীয়ে কেইবাটাও নিষেধাজ্ঞা জাৰ...

অসম

তামুলপুৰত খেল মহাৰণ ৩.০ৰ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন

তামুলপুৰ: ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শনিবাৰে বড়োলেণ্ড টেৰিট'ৰিয়েল অঞ্চলৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত খেল মহাৰণ ৩.০ৰ গ্ৰাম পৰিষদ উন্নয়ন সমি...

অসম

তিনিচুকীয়াৰ ঢলা নদীৰ পৰা নিখোজ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ডুমডুমা: তিনিচুকীয়া জিলাৰ ঢলা নদীৰ পৰা শনিবাৰে ৪ নৱেম্বৰৰ পৰা নিখোজ হৈ থকা ৫৫ বছৰীয়া এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত লোকজনক ঢলাৰ অধীনৰ ন'-বৰমূৰা গাঁৱৰ টুনা মুৰা বু...

অসম

উত্তৰ ডবকা পথাৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনত অনিয়মৰ অভিযোগ

ডবকা: হোজাই জিলাৰ উত্তৰ ডবকা পথাৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনৰ ২০৬ গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টিত খাদ্য সামগ্...

— ১৩ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৪
অসম

আইবিবিআইৰ পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কুৰাণীবড়ীৰ ৱাছিম আক্ৰামৰ

মৰিগাঁও জিলাৰ মায়ঙৰ কুৰাণীবড়ী গাঁৱৰ বাসিন্দা ৱাছিম আক্ৰামে ইনছলভেন্সি এণ্ড বেংকৰাপ্টচি ব'ৰ্ড অৱ ইণ্ডিয়া, চমুকৈ আইবিবিআইৰ পঞ্জীয়নভুক্ত মূল্য নিৰ্ধাৰক পৰীক্ষাত ৯১ শতাংশ...

অসম

দীপাৱলীৰ পিছদিনা কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ

দীপাৱলী উপলক্ষে ৯ নৱেম্বৰ, সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠা...

অসম

বজালিত উৎসৱকালীন জুৱা ৰোধৰ দাবী হিন্দু পৰিষদৰ

বজালি: দীপাৱলী আৰু ৰাস মহোৎসৱ উপলক্ষে বজালি জিলাত জুৱা যাতে নহয়, তাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে হিন্দু পৰিষদে। শান্তিপূৰ্ণ আৰু সামাজ...

অসম

উজনি অসমৰ লোকৰ ‘ৰ’ উচ্চাৰণক লৈ আপত্তিজনক মন্তব্য! আমগুৰি আৰক্ষীৰ জালত দুই ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ

আমগুৰি, ৮ নৱেম্বৰ, ২০২৬: সামাজিক মাধ্যমত উজনি অসমৰ বাসিন্দাসকলক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আমগুৰি আৰক্ষীয়ে দুজন যুৱকক আটক কৰিছে। আটকাধীন যুৱক দুজন হৈছে ধিমান ৰায়...

— ১৪ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৫
অসম

ৰজাপথাৰ মাহগুৰিত তিৱা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

হাওৰাঘাট: কাৰ্বি আংলঙৰ ৰজাপথাৰ মাহগুৰি তিৱা গাঁওখনৰ যুৱ সংঘৰ উদ্যোগত এক আকৰ্ষণীয় তিৱা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। উক্ত সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন তিৱা নৃত্য প্ৰত...

অসম

বৰক’লাত ৩৭ লাখ ৫৬ হাজাৰ টকীয়া মহিলা বজাৰৰ আধাৰশিলা স্থাপন

বেবেজীয়া, ৮ নৱেম্বৰ: ৰহা বিধানসভা সমষ্টিৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰক’লাৰ পালেংতলীত শনিবাৰে এখন মহিলা বজাৰৰ আধাৰশিলা স্থাপন কৰা হয়। ৰহা সমষ্টিৰ বিধায়ক শশীকান...

অসম

ধেমাজিত মিচিং আৰু সোনোৱাল কছাৰী পৰিষদ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিল

ধেমাজি: মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনলৈ আৰু তিনিদিন বাকী আছে। আজি পৰিষদ দুখনৰ নিৰ্বাচনত প্ৰত...

অসম

চৰাইদেউ মৈদামত বাঘিনীৰ তিনিটাকৈ পোৱালি জন্ম

চৰাইদেউ, ৭ নৱেম্বৰ: বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ অন্তৰ্গত এক স্থানত শেহতীয়াকৈ এটা বাঘিনীয়ে তিনিটাকৈ পোৱালি জন্ম দিয়াৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ কৌতূহলৰ সৃ...

— ১৫ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৬
অসম

মাজুলীত নাবালিকা ছাত্ৰীক ধৰ্ষণ: বিদ্যালয়ৰ চকীদাৰক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

মাজুলী: বিদ্যালয় চৌহদত অষ্টম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰাৰ অপৰাধত বিদ্যালয়ৰ চকীদাৰ মাধৱ মিলিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে মাজুলীৰ বিশেষ পকছ' আদালতে। শুকু...

অসম

যুৱ অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ তীৰ্থংক পেগু

ডাকাৰ, ৭ নৱেম্বৰ: অসমৰ যোৰহাট জিলাৰ ৰামকৃষ্ণৰ সাঁতোৰবিদ তীৰ্থংক পেগুৱে ছেনেগালত অনুষ্ঠিত ডাকাৰ ২০২৬ যুৱ অলিম্পিকত পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছে।...

অসম

৩ দিনতে ৩৭৫ কোটিৰ ব্যৱসায় ‘ৰামায়ণ’ৰ! শনিবাৰে উপাৰ্জন ১৮২ কোটিৰো অধিক

নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ‘ৰামায়ণ: পাৰ্ট ৱান’ ছবিখনে বক্স অফিচত অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে। মুক্তিৰ প্ৰথম তিনিদিনতে ছবিখনৰ বিশ্বজুৰি মুঠ উপাৰ্জন ৩৭৫.৫০ কোটি টকা হ...

ক্ৰীড়া

অনূৰ্ধ্ব-১৯ এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে ৩ উইকেটত জয় পাকিস্তানৰ

ওমান:অনূৰ্ধ্ব-১৯ এছিয়া কাপ ২০২৬ৰ ভাৰত-পাকিস্তানৰ মেচত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিলে পাকিস্তানে। ৬১ ৰানতে ৫টা উইকেট হেৰুৱাই বিপদত পৰা পাকিস্তানক উদ্ধাৰ কৰিলে হামজা জহুৰৰ দ...

— ১৬ —
NewzNow ই-কাকত৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৭
অসম

বিলাসীপাৰাৰ ডুবাচৰিত গছৰ ডাল বাগৰি ট’ট’ চালকৰ মৃত্যু

বিলাসীপাৰা: বিলাসীপাৰা থানাৰ অন্তৰ্গত ডুবাচৰি দ্বিতীয় খণ্ড গাঁৱত আজি গছৰ ডাল বাগৰি পৰি এজন ট’ট’ চালকৰ থিতাতে মৃত্যু হয়। মৃত চালকজন বোৱালকামুৰি প্ৰথম খণ্ডৰ কহিনূৰ ইছলাম।...

আন্তঃৰাষ্ট্ৰীয়

জাপানত ৫.৭ প্ৰাবল্যৰ ভূমিকম্প, ২২ৰো অধিক লোক আহত

শিজুওকা, ৮ নৱেম্বৰ: মধ্য জাপানত দেওবাৰে পুৱতি নিশা ৫.৭ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈ ২২ৰো অধিক লোক আহত হৈছে। ভূমিকম্পটোত কেইবাটাও দোকানৰ খিৰিকীৰ কাঁচ ভাঙি যোৱাৰ লগতে বিভিন...

— ১৭ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৬৬টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (৭ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং