← ই-কাকত ১ / ১৩
NewzNow
ই-কাকত১৩ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, ২৫ জন লোকৰ মৃত্যু

কাজিৰঙা, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী যাত্ৰীবাহী ট্ৰেভেলাৰ এখনৰ সৈতে কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষৰ ফলত ২৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। অৱশ্যে মৃত্যুৰ সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই। প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাটৰ পৰা নগাঁও অভিমুখে গৈ থকা A...

অসম

ৰঙাজান দুৰ্ঘটনাত মুখ্যমন্ত্ৰীৰ শোক, আহতসকলৰ উন্নত চিকিৎসাৰ নিৰ্দেশ

গুৱাহাটী, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ...

অসম

ৰঙাজান দুৰ্ঘটনা: ঠিকাদাৰ-ৰাজনীতিকৰ মিতিৰালিৰ অভিযোগ গৌৰৱ গগৈৰ

গুৱাহাটী, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ তথা মেৰামতি ব্যৱস্থাক সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগ...

অসম

ৰঙাজান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ২৫ লাখ টকা ক্ষতিপূৰণৰ দাবী অখিল গগৈৰ

গুৱাহাটী, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালক কমেও ২৫ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসা...

— ১ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
অসম

কাজিৰঙা দুৰ্ঘটনা: ট্ৰেভেলাৰ ভুল লেনত অহাৰ অভিযোগ ট্ৰাকচালকৰ

কাজিৰঙাত সংঘটিত মাৰাত্মক পথ দুৰ্ঘটনাক লৈ ট্ৰাকচালকজনে অভিযোগ কৰিছে যে, ট্ৰেভেলাৰখন ভুল লেনত তীব্ৰ বেগে আহি ট্ৰাকখনত সন্মুখৰ পৰা খুন্দা মাৰিছিল। ট্ৰাকচালকজনৰ ভাষ্য অনুসৰি,...

অসম

কাজিৰঙাত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ বিৰুদ্ধে পূৰ্বৰ একাধিক জৰিমনা

কাজিৰঙা: ৰঙাজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ পাছত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ বিৰুদ্ধে পূৰ্বৰ একাধিক ট্ৰেফিক নিয়ম উলংঘাৰ তথ্য পোহৰলৈ আহিছে। অত্যধিক গতিত বাহন চলোৱাৰ অভিযো...

ৰাজনীতি

‘মোৰ ফোন টেপ কৰা হৈছে’: প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৰাহুলৰ অভিযোগ

নতুন দিল্লী, ১৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিজৰ ফোন টেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শুকুৰবাৰে ছ’চিয়েল মিডিয়াত অন...

দেশ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

নতুন দিল্লী, ১৩ নৱেম্বৰ: মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ সৈতে জড়িত সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সংসদৰ বিশেষ অধিৱেশন আহ্বানৰ পৰিকল্পনা কৰিছে। বিধ...

— ২ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰৰ উখৰুলত দুখন বাহনক লক্ষ্য কৰি গুলীচালনা, নিহত ৪ গৰাকী

ইম্ফল, ১৩ নৱেম্বৰ: মণিপুৰৰ উখৰুল জিলাত সন্দেহভাজন উগ্ৰপন্থীয়ে দুখন বাহনক লক্ষ্য কৰি গুলীচালনা কৰাত চাৰিগৰাকী লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত দুগৰাকী পুৰুষ আৰু দুগৰাকী মহিল...

আন্তঃৰাষ্ট্ৰীয়

ভাৰতক বিশেষ শুল্ক-সুবিধাৰ আশ্বাস আমেৰিকাৰ, বাণিজ্যচুক্তিত অগ্ৰগতি

ভাৰত আৰু আমেৰিকাৰ প্ৰস্তাৱিত অন্তৱৰ্তী বাণিজ্যচুক্তিৰ আলোচনাত যথেষ্ট অগ্ৰগতি হৈছে। আমেৰিকাই চূড়ান্ত শুল্ক-গাঁথনি নিৰ্ধাৰণৰ সময়ত প্ৰতিযোগী দেশসমূহৰ তুলনাত ভাৰতক অধিক সুব...

অসম

এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণৰ বাবে চৰকাৰক চাপ দিবলৈ আছুক কংগ্ৰেছৰ আহ্বান

গুৱাহাটী, শুকুৰবাৰ: নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR)ৰ দাবীৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবীত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰৰ ‘এনী কুকি ট্ৰাইবছ’ নাম বাদ দিয়াৰ কথিত প্ৰস্তাৱৰ তথ্য প্ৰকাশত অস্বীকাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ

নতুন দিল্লী, ১৩ নৱেম্বৰ: মণিপুৰৰ অনুসূচিত জনজাতিৰ তালিকাৰ পৰা ‘এনী কুকি ট্ৰাইবছ’ নামটো বাদ দিয়াৰ কথিত প্ৰস্তাৱ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰিবলৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ম...

— ৩ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
অসম

কাজিৰঙা দুৰ্ঘটনাৰ আহতসকলৰ বাবে ৰক্তদান কৰিব আছু-অসম সেনাই

কাজিৰঙাৰ ভয়াৱহ পথ দুৰ্ঘটনাত আহত যাত্ৰীসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ'লে ৰক্তদান কৰিব সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু আৰু অসম সেনাই। আছুৰ সভাপতি উৎপল শৰ্মাই ফেচবুক প'ষ্টযোগে...

অসম

১৫ জানুৱাৰীৰ ভিতৰত কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ পীযুষ হাজৰীকাৰ

লখিমপুৰ: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে লখিমপুৰ জিলা ভ্ৰমণ কৰি কেইবাটাও কৃষি প্ৰকল্প পৰিদৰ্শন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ স...

অসম

পলাশবাৰীত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

কুকুৰমাৰা, ১৩ নৱেম্বৰ: পলাশবাৰী সমষ্টিৰ দখলা উপৰহালিত অৱস্থিত ত্ৰিমূৰ্তি শিখৰ উদ্যোগৰ বিৰুদ্ধে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। উদ্যোগটোৰ মূল গেট ঘেৰাও কৰি প...

অসম

২২ নৱেম্বৰত আৰম্ভ হ'ব গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্পৰ নিবিদা প্ৰক্ৰিয়া; শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী

গুৱাহাটী, ১৩ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মীয়মাণ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কামৰ অগ্ৰগতি পৰ্যালোচ...

— ৪ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
দেশ

পুৰীলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকত খুন্দা বাছৰ, আহত ১৬জন

জাজপুৰ, শুকুৰবাৰ: পশ্চিমবংগৰ পৰা পুৰীলৈ যোৱা এখন যাত্ৰীবাহী বাছ ওড়িশাৰ জাজপুৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে। পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত বাছখনে পিছফালৰ পৰা জোৰে খুন্দা মাৰে। বা...

অসম

ৰৌতা পৌৰসভা ভংগৰ দাবীত অৱস্থান ধৰ্মঘট

ৰৌতা: পৌৰসভাখন ভংগৰ দাবীত ৰৌতা গ্ৰাম্য সুৰক্ষা সমিতিয়ে বৃহৎ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিগত তিনিমাহ পূৰ্বে গঠন হোৱা পৌৰসভাখন ভংগ কৰাৰ দাবীৰে সমিতিখনে প্ৰতিব...

অসম

জাগীৰোডৰ শিলচাঙত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, মূৰত দুটাকৈ গুলীৰ চিন

জাগীৰোড, ১৩ নৱেম্বৰ: মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলচাঙত পুৱতিনিশা এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে। হাতীটোৰ মূৰত দুটাকৈ গুলীৰ চিন স্পষ্ট হোৱাৰ পিছতে চোৰাং চিকাৰীৰ গুলীত হাতী...

অসম

মোবাইল সেৱাৰ মাচুল বৃদ্ধিৰ পোষকতা এয়াৰটেলৰ অধ্যক্ষ সুনীল মিত্তলৰ

নতুন দিল্লী, ১৩ নৱেম্বৰ: ভাৰতত মোবাইল সেৱাৰ মাচুল বৃদ্ধি কৰাৰ পোষকতা কৰিছে ভাৰতী এয়াৰটেলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুনীল ভাৰতী মিত্তলে। তেওঁৰ মতে, দেশত এজন গ্ৰাহকৰ পৰা টে...

— ৫ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
দেশ

ৰসগোল্লা মুখত দিয়াৰ লগে লগে বিস্ফোৰণ! মৃত্যু যুৱক

ডিণ্ডোৰী, ৩ নৱেম্বৰ: ৰসগোল্লাৰ ভিতৰত লুকুৱাই থোৱা দেশীয় বোমা মুখৰ ভিতৰতে বিস্ফোৰণ ঘটাত ৩৫ বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছে। মধ্যপ্ৰদেশৰ ডিণ্ডোৰী জিলাৰ পৰৰীয়া ছাঁটা গাঁৱত যোৱা...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰ হিংসা তদন্ত আয়োগৰ সময়সীমা সপ্তমবাৰৰ বাবে বৃদ্ধি

নতুন দিল্লী, ১৩ নৱেম্বৰ: ২০২৩ চনত মণিপুৰত সংঘটিত জনগোষ্ঠীগত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা আয়োগৰ কাৰ্যকাল পুনৰ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। সপ্তমবাৰৰ বাবে সময়সী...

দেশ

মাইক্ৰ’ছফটৰ বিভ্ৰান্তিৰ বাবে দিল্লীৰ পৰা বাতিল স্পাইচজেটৰ ৩খন বিমান

বিশ্বজুৰি মাইক্ৰ’ছফটৰ বিভিন্ন সেৱাত দেখা দিয়া কাৰিকৰী বিভ্ৰাটৰ প্ৰভাৱ ভাৰতৰ বিমান সেৱাতো পৰিছে। বিভ্ৰাটৰ ফলত দিল্লীৰ পৰা স্পাইচজেটৰ ৩খন বিমান বাতিল কৰা হৈছে। শুকুৰবাৰে প...

অসম

আইতাকৰ শেষকৃত্যত অংশ ল’বলৈ অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন

অমৃতসৰ, ১৩ নৱেম্বৰ: আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী খডুৰ চাহিবৰ সাংসদ অমৃতপাল সিঙক এদিনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছ...

— ৬ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
ব্যৱসায়-বাণিজ্য

অক্টোবৰত ভাৰতৰ মুঠ ৰপ্তানি ২৯.৯ শতাংশ বৃদ্ধি, ৮৯.৯৯ বিলিয়ন ডলাৰলৈ উন্নীত

নতুন দিল্লী, ১৩ নৱেম্বৰ: ২০২৬ চনৰ অক্টোবৰত ভাৰতৰ সামগ্ৰী আৰু সেৱা খণ্ডৰ মুঠ ৰপ্তানি বিগত বছৰৰ একে সময়ছোৱাৰ তুলনাত ২৯.৯ শতাংশ বৃদ্ধি পাই ৮৯.৯৯ বিলিয়ন ডলাৰত উপনীত হৈছে। ক...

অসম

‘শিল-কয়লা খনন কৰিবলৈ দিয়া নহ'ব’: চিতু বৰুৱা

শিৱসাগৰ, ১৩ নৱেম্বৰ:'বৈধ হওঁক বা অবৈধ! শিল-কয়লা খনন কৰিবলৈ দিয়া নহ’ব' । ১৯ জুলাইত হোৱা প্ৰলয়ংকাৰী বানৰ আমি ভুক্তভোগী শিল খননেই হওক বা কয়লা খননেই হওক, বৈধ অথবা অবৈধ—কো...

অসম

১৪ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

দিছপুৰ, ১৩ নৱেম্বৰ: অহা ১৪ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ষষ্ঠদশ অসম বিধানসভাৰ এই অধিৱেশন আহ্বান কৰিছে। অসম বিধান...

অসম

৪৬ দিনত ভৰি দিলে চিচিবৰগাঁৱৰ সমজিলা কাৰ্যালয়ৰ দাবীত আন্দোলনে

চিচিবৰগাঁও, ৪৬ দিন ধৰি সমজিলা কাৰ্যালয় স্থাপনৰ দাবীত চলি থকা ধাৰাবাহিক আন্দোলন অব্যাহত আছে। যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা চিচিবৰগাঁওবাসীয়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ক...

— ৭ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
অসম

উচ্ছেদৰ বিৰুদ্ধে ১৯ নৱেম্বৰত দিল্লীত প্ৰতিবাদৰ ঘোষণা এবিএমএছইউৰ

তামুলপুৰ, ১৩ নৱেম্বৰ: অসমত সংখ্যালঘু সম্প্ৰদায়ক বাছি বাছি উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ তুলি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে অল বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সন্থাই। উচ্ছেদত ক্ষতিগ...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে জনগোষ্ঠীগত পক্ষপাতিত্বৰ অভিযোগ কুকি ইনপিৰ, ৭২ ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ

গুৱাহাটী, ১৩ নৱেম্বৰ: মণিপুৰ আৰক্ষীৰ বিৰুদ্ধে জনগোষ্ঠীগত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কুকি জনগোষ্ঠীৰ শীৰ্ষ সংগঠন কুকি ইনপি মণিপুৰে আৰক্ষীক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দি...

অসম

জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

জাগীৰোডঃ জাগীৰোডত কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তিৱা জনগোষ্ঠীৰ বিভিন্ন সংগঠনে। সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা, তিৱা যুৱ ছাত্ৰ পৰি...

অসম

শ্ৰীভূমিত ভয়ংকৰ হত্যাকাণ্ড! দুই ভাতৃক হত্যা, পিতৃ-মাতৃসহ আন এজন ভাতৃক আক্ৰমণ

শ্ৰীভূমি, ১৩ নৱেম্বৰ: শ্ৰীভূমি জিলাৰ দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰৰ গোলাঘাটত মাজনিশা সংঘটিত এক আক্ৰমণত দুই নাবালক ভাতৃৰ মৃত্যু হৈছে। নিহত দুয়োজন হৈছে জাহাংগীৰ হুছেইন (৮) আৰ...

— ৮ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
দেশ

'মুখামুখি বিতৰ্ক হওঁক,মুখামুখি বিতৰ্ক হ’লে মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব’-মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

নতুন দিল্লী, ১৩ নৱেম্বৰ: 'মুখামুখি বিতৰ্ক হওঁক,মুখামুখি বিতৰ্ক হ’লে মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব’-মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ । লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ...

অসম

লখিমপুৰৰ বগীনদীত উচ্ছেদ অভিযান, ১৩২টা পৰিয়ালৰ বাসগৃহত চলিল বুলড’জাৰ

লখিমপুৰ, ১৩ নৱেম্বৰ, ২০২৬: লখিমপুৰৰ বগীনদীত ১৩২টা পৰিয়ালক উচ্ছেদ, ৩২০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য। শুকুৰবাৰে পুৱাৰে পৰা লখিমপুৰৰ বগীনদীৰ ১ নং পি জি আৰ ভূমিত চলিছে...

দেশ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ সুৰক্ষিত কৰিবলৈ নতুন নিৰ্দেশনা প্ৰস্তুত, ২০২৭ৰ প্ৰথমাৰ্ধত প্ৰকাশৰ লক্ষ্য

নতুন দিল্লী, ১৩ নৱেম্বৰ: শিশুসকলৰ ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমিং প্লেটফৰ্মৰ ব্যৱহাৰ অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে নতুন নিৰ্দেশনা প্ৰস্তুতৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে ৰাষ্...

দেশ

ভাৰতে মানসম্পন্ন চাকৰি সৃষ্টি আৰু উৎপাদনশীলতা বৃদ্ধিক অগ্ৰাধিকাৰ দিয়াৰ পৰামৰ্শ IMF-ৰ

ৱাশ্বিংটন, ১২ নৱেম্বৰ: ভাৰতৰ মধ্যম্যাদী ৬.৮ শতাংশ সম্ভাৱ্য অৰ্থনৈতিক বৃদ্ধিৰ লক্ষ্যত উপনীত হ’বলৈ উৎপাদনশীলতা বৃদ্ধিৰ গতি ত্বৰান্বিত কৰা, ব্যক্তিগত খণ্ডৰ বিনিয়োগ শক্তিশাল...

— ৯ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
আন্তঃৰাষ্ট্ৰীয়

Jensen Huangৰ পদত্যাগত বিশ্বজুৰি জোকাৰণি, চীনৰ সৈতে সম্পৰ্কক লৈ NVIDIAৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন

NVIDIAৰ সহ-প্ৰতিষ্ঠাপক তথা দীৰ্ঘদিনীয়া মুখ্য কাৰ্যবাহী বিষয়া জেনছেন হুৱাঙে ১২ নৱেম্বৰৰ বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে পদত্যাগ কৰিছে। প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতিয়ে কাৰ্যবা...

উত্তৰ-পূৰ্বাঞ্চল

চলচ্চিত্ৰৰ অডিচনৰ প্ৰলোভন: মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ ত্ৰিপুৰাৰ নাবালিকা

আগৰতলা, ১৩ নৱেম্বৰ: চলচ্চিত্ৰত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভনেৰে বেংগালুৰুলৈ নিয়া ত্ৰিপুৰাৰ এগৰাকী নাবালিকাক সন্দেহজনক মানৱ সৰবৰাহ চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে। পৰিয়ালৰ...

মনোৰঞ্জন

মুক্তিৰ অষ্টম দিনতে বিশ্বজুৰি ১,০০০ কোটিৰ ক্লাবত ‘ৰামায়ণ: পাৰ্ট ১’

নতুন দিল্লী, ১৩ নৱেম্বৰ: মুক্তিৰ মাত্ৰ আঠ দিনৰ ভিতৰতে বিশ্বজুৰি ১,০০০ কোটি টকাৰ ব্যৱসায়ৰ সীমা অতিক্ৰম কৰিছে ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ণ: পাৰ্ট ১’-এ। পৰিচালক নীতেশ তিৱাৰী...

আন্তঃৰাষ্ট্ৰীয়

ফিলিপাইনছলৈ প্ৰধানমন্ত্ৰী মোদী; ASEAN শীৰ্ষ সন্মিলনৰ লগতে QUAD বৈঠকতো অংশ লোৱাৰ সম্ভাৱনা

নতুন দিল্লী, ১৩ নৱেম্বৰ: দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ৰ পৰা ১৮ নৱেম্বৰলৈ ফিলিপাইনছৰ ৰাজধান...

— ১০ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
অসম

মাৰ্ঘেৰিটাত গোৰ্খা সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণাঢ্য প্ৰতিফলন, আগছুৰ উদ্যোগত সমূহীয়া ভাতৃ দ্বিতীয়া উদযাপন।

মাৰ্ঘেৰিটাত উৎসাহ-উদ্দীপনাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত সমূহীয়া ‘ভাতৃ দ্বিতীয়া’ উদযাপন।তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত ইণ্ডিয়া ক্লাৱত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা...

অসম

"CAA আমি মনা নাই, CAA আমি কেতিয়াও নামানো"; পুনৰ সৰৱ ছাত্ৰনেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, ১৩ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (CAA)ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা (AASU)। ‘কা’ কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি সংগঠনটোৰ মুখ্...

ব্যৱসায়-বাণিজ্য

UPIৰ প্ৰস্তাৱিত MDR মাচুল সন্দৰ্ভত ১৫ নৱেম্বৰত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা

ইউপিআই লেনদেনৰ প্ৰস্তাৱিত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট বা এমডিআৰ মাচুল সন্দৰ্ভত দেওবাৰ, ১৫ নৱেম্বৰত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰই জনাইছে। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট...

দেশ

লাদাখত সোনম ৱাংচুকৰ ওপৰত ৬০ দিনৰ নিষেধাজ্ঞা, জনতাক উচটনি দিয়াৰ অভিযোগ

লেহ, ১২ নৱেম্বৰ: লাদাখৰ লেহ জিলা প্ৰশাসনে পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোনম ৱাংচুকৰ বিৰুদ্ধে ৬০ দিনৰ নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ১৬৩ নম্বৰ ধা...

— ১১ —
NewzNow ই-কাকত১৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ১২
অসম

শিলাবৃষ্টিত বৰফে ঢাকিল হাফলং নগৰ

হাফলং, বুধবাৰ: ডিমা হাছাওৰ পাহাৰীয়া নগৰ হাফলঙত বুধবাৰে প্ৰবল বৰষুণৰ সৈতে হোৱা অভূতপূৰ্ব শিলাবৃষ্টিয়ে নগৰখনক ডাঠ বৰফৰ আৱৰণেৰে ঢাকি পেলায়। শিলাবৃষ্টিৰ পাছত হাফলঙৰ পথ, ঘৰ...

— ১২ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৪৫টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (১২ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং