ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৬.০৯ শতাংশলৈ বৃদ্ধি, ৰিজাৰ্ভ বেংকৰ সৰ্বোচ্চ সহন সীমা অতিক্ৰম
নতুন দিল্লী, ১২ নৱেম্বৰ: দেশত অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাই ৬.০৯ শতাংশ হৈছে। ইয়াৰ ফলত ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা ৬ শতাংশৰ সৰ্বোচ্চ সহনসীমা অতিক্ৰম কৰিছে মুদ্ৰাস্ফীতিয়ে। ছেপ্টেম্বৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৫৪ শতাংশ। অৰ্থনীতিবিদসকলে অক্টোবৰত এই হাৰ ৫.৯৩ শতাংশ হ'ব বুলি অনুমান কৰিছিল যদিও প্ৰকাশিত পৰ...