← ই-কাকত ১ / ১১
NewzNow
ই-কাকত১৪ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

কাজিৰঙা দুৰ্ঘটনাৰ ৭জন আহতৰ অৱস্থা সংকটজনক, ৫জন ভেণ্টিলেটৰত

যোৰহাট, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাত আহতসকলৰ ভিতৰত ৭জনৰ অৱস্থা এতিয়াও সংকটজনক। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন এই ৭জনৰ ভিতৰত ৫জনক যান্ত্ৰিক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মানৱজ্যোতি গোহাঁয়ে শনিবাৰে জনোৱা মতে, দুৰ্ঘটনাৰ পাছত মুঠ ২০জন আহত...

অসম

ৰঙাজানৰ দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ পৰিচয় প্ৰকাশ

কাজিৰঙা: ৰঙাজানত সংঘটিত দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ পৰিচয় প্ৰকাশ পাইছে। নিহতসকল হ'ল বেবী কৰ্মকাৰ, দৰ্পণা মাঝি, জ্যোতি মাঝি, লক্ষ্মী মাঝি, পূৰ্ণিমা গোৱালা, অনুৰাগ গোৱালা, ৰঞ্...

দেশ

গান্ধী পৰিয়ালক লৈ কংগনা ৰাণাৱতৰ বিতৰ্কিত পোষ্ট; কংগনা ৰাণাৱতৰ বিৰুদ্ধে এজাহাৰ

ছিমলা, ১৪ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু গান্ধী পৰিয়ালক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিৰুদ্ধে এজ...

দেশ

ছ’চিয়েল মিডিয়াত কমাণ্ডাৰক হত্যাৰ ভাবুকি! অসমীয়া চি আৰ পি এফ জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত

নতুন দিল্লী, ১৪ নৱেম্বৰ: ছ’চিয়েল মিডিয়াত নিজৰ কোম্পানী কমাণ্ডাৰক হত্যা কৰাৰ লগতে নিজেও আত্মহত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগত অসমৰ চি আৰ পি এফ জোৱান পিনাক নাথক চাকৰিৰ পৰা...

— ১ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
ক্ৰীড়া

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পেলেষ্টাইনী জনগণৰ ভাৰতৰ সমৰ্থনত ভাৰতৰ ভোট

ৰাষ্ট্ৰসংঘ, ১১ নৱেম্বৰ: অধিকৃত পেলেষ্টাইনী ভূখণ্ড আৰু অধিকৃত ছিৰীয়ান গোলানৰ জনসাধাৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত স্থায়ী সাৰ্বভৌমত্বৰ অধিকাৰ পুনৰ নিশ্চিত কৰা ৰাষ্ট্ৰসংঘৰ এক প...

আন্তঃৰাষ্ট্ৰীয়

“আপোনাৰ লিংগৰ বাবেই নেকি?” মাইক্ৰ’ফোনত বন্দী প্ৰধানমন্ত্ৰীআৰু মন্ত্ৰী অশালীন ধেমালি

এণ্টালিয়া, ১৪ নৱেম্বৰ: তুৰস্কৰ এণ্টালিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলন কপ-৩১ত মুকলি মাইক্ৰ’ফোনত ধৰা পৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজ আৰু দেশ...

দেশ

নেহৰুৰ জন্মবাৰ্ষিকীত মোদীৰ শ্ৰদ্ধাঞ্জলি

নতুন দিল্লী, ১৪ নৱেম্বৰ: দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী উপলক্ষে শনিবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৮৮৯...

অসম

ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰ চালকৰ বিশেষ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে ট্ৰেভেলাৰখনৰ চালকজনৰ বিশেষ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্...

— ২ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
অসম

কাজিৰঙাৰ দুৰ্ঘটনাত ২৬ নিহতৰ মাজত বিহাৰৰো এজন

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২৬গৰাকী লোকৰ ভিতৰত বিহাৰৰ এজন ৩৮ বছৰীয়া লোকো আছে। নিহত লোকজন বিহাৰৰ মধুবনী জিলাৰ তুফানপুৰৰ বাসিন্দ...

অসম

কাজিৰঙা দুৰ্ঘটনা: চালকৰ ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায়। চালকজনৰ হাৰ্ট এটে...

অসম

কাজিৰঙা দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ৭ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত পথ দুৰ্ঘটনাৰ ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিহতসকলৰ পৰিয়াললৈ মুঠ ৭ লাখ টকাকৈ আৰ্থিক সাহায্য প্...

অসম

একেলগে জ্বলিব তিনি ভগ্নীৰ চিতা, কাজিৰঙাৰ দুৰ্ঘটনাই কাঢ়িলে একেটা পৰিয়ালৰ তিনিগৰাকীকৈ কন্যাৰ প্ৰাণ

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকী কন্যাৰ মৃত্যু হৈছে। নিহত তিনিগৰাকী হৈছে জ্যোতি মাঝি, দৰ্পণা মাঝি আৰু লক্ষ্মী মা...

— ৩ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
অসম

মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনঃ মনোনয়ন-পত্ৰ পৰীক্ষা সম্পন্ন

গুৱাহাটী, ১৪ নৱেম্বৰ: ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (SKAC)ৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন-পত্ৰসমূহৰ পৰ...

দেশ

নগ্ন ছবিৰ বিনিময়ত যুদ্ধৰ গোপন তথ্য ফাদিলৰ অভিযোগ! বায়ুসেনাৰ উইং কমাণ্ডাৰৰ বিৰুদ্ধে

সন্দেহজনক পাকিস্তানী চোৰাংচোৱা অপাৰেটিভৰ সৈতে যোগাযোগ কৰি গোপন যুদ্ধ-পৰিকল্পনা, ড্ৰোন ইউনিটৰ সক্ষমতা, যুদ্ধবিমানৰ মোতায়েন আৰু সংবেদনশীল সামৰিক স্থানৰ তথ্য ভাগ-বতৰা কৰাৰ...

দেশ

অংকিতা ভাণ্ডাৰী হত্যাকাণ্ড: উৰ্মিলা ছানাৱাৰৰ নাৰ্কো-পলিগ্ৰাফ পৰীক্ষাত আদালতৰ অনুমতি

দেৰাদুন, ১৩ নৱেম্বৰ: অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ কথিত ‘ভিআইপি’ সংযোগসম্পৰ্কীয় অডিঅ’ ৰেকৰ্ডৰ তদন্তৰ অংশ হিচাপে টেলিভিছন অভিনেত্ৰী উৰ্মিলা ছানাৱাৰৰ নাৰ্কো-এনালাইছিছ আৰু পল...

দেশ

প্ৰধানমন্ত্ৰীৰ জিগানী ভ্ৰমণৰ বাবেই গাঁৱে গাঁৱে মাংস বিক্ৰী বন্ধ! ভ্ৰমণক কেন্দ্ৰ কৰি কৰ্ণাটকত বিতৰ্ক।

বেংগালুৰু, ১৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জিগানী ভ্ৰমণৰ পূৰ্বে বেংগালুৰু নগৰ জিলাৰ জিগানীৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱত মাংস বিক্ৰী নিষিদ্ধ কৰি জাৰি কৰা নিৰ্দেশ...

— ৪ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
দেশ

হায়দৰাবাদৰ ভাৰত ছামিটত ভিছা বাধা! আমন্ত্ৰিত ৩১৫ বক্তাৰ ১১৫ জনেই উপস্থিত থাকিব নোৱাৰাৰ অভিযোগ কংগ্ৰেছৰ

হায়দৰাবাদ, ৫ এপ্ৰিল: হায়দৰাবাদত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া ভাৰত সন্মিলনলৈ আমন্ত্ৰিত কেইবাজনো বিদেশী বক্তাক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল অথবা তেওঁলোকৰ ভিছা বাত...

দেশ

মহিলা জিলাধিপতিলৈ আপত্তিজনক বাৰ্তা! তামিলনাডুত টিভিকে বিধায়কৰ বিৰুদ্ধে অভিযোগ

চেন্নাই: তামিলনাডুৰ কল্লাকুৰিচিৰ টিভিকে বিধায়ক চি অৰুল বিগ্নেশৰ বিৰুদ্ধে এগৰাকী মহিলা জিলাধিপতিলৈ অশ্লীল তথা আপত্তিজনক বাৰ্তা প্ৰেৰণৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজনীত...

অসম

সূতাৰগাঁও পাব্লিক হাইস্কুলত মেট্ৰিক পঞ্জীয়নক লৈ গাফিলতি, ৪০ গৰাকী ছাত্ৰ-ছাত্ৰী বঞ্চিত

সূতাৰগাঁও, ১৩ নৱেম্বৰ: সূতাৰগাঁও পাব্লিক হাইস্কুলত প্ৰধান শিক্ষয়িত্ৰী ফিৰুজা খাতুন, কেৰাণী গুলজাৰ হুছেইন আৰু কেইজনমান সহশিক্ষকৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগৰ তদন্ত ক...

অসম

অসুস্থ পিতৃৰ ঔষধ আনিবলৈ গৈ উভতি অহাৰ পথত দীপক গুৰুঙৰ মৃত্যু

কাজিৰঙা, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাপৰাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত দীপক গুৰুঙে প্ৰাণ হেৰুৱাইছে। জানিব পৰা মতে, অসুস্থ পিতৃৰ বাবে ঔষধ আনিবলৈ দীপক গুৰুঙ চিলনীজানলৈ গৈছিল।...

— ৫ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
অসম

সমাজ-জাতিৰ প্ৰতি হাগ্ৰামাৰ দায়বদ্ধতা নাই: প্ৰমোদ বড়ো

ওদালগুৰি, ১৪ নৱেম্বৰ: ইউপিপিএলৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনত প্ৰমোদ বড়োক পুনৰ তিনি বছৰৰ বাবে দলটোৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। খাগ্ৰাবাৰীত অনুষ্ঠিত অধিৱেশনখনৰ অন্তিম...

অসম

সীতাজখলা দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়নৰ ৬৯সংখ্যক বৰ্ষ

জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে এইবেলি পঞ্জীয়নৰ ৬৯সংখ্যক বৰ্ষ উদ্‌যাপন কৰিছে। লগতে সমিতিখনৰ দুগ্ধ প্ৰকল্প প্ৰতিষ্ঠাৰ গৌৰৱোজ্জ্বল নৱম বৰ্ষও চলি আছে। শিশু দ...

ৰাজনীতি

কংগ্ৰেছ বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা নাবালিকাক অপহৰণৰ অভিযোগত দুজনৰ বিৰুদ্ধে গোচৰ

ছিমডেগা, ১৪ নৱেম্বৰ: ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক ভূষণ বাৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা ১৫ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি বিধায়কজনৰ বিৰুদ্ধে ‘মিছা’ বক্তব্য দিবলৈ হেঁ...

অসম

ৰঙাজান দুৰ্ঘটনাত নিহত ২৬গৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

ৰঙাজান, কাজিৰঙা: যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত নিহত ২৬গৰাকী লোকৰ মৰণোত্তৰ পৰীক্ষা শনিবাৰে সম্পন্ন কৰা হয়। ইয়াৰে ২৩টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা গো...

— ৬ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
অসম

দেৰগাঁৱৰ জীয়েকৰ ঘৰৰ পৰা ঘৰলৈ বুলি উঠা ট্ৰেভেলাৰখনেই হৈ পৰিল শেষ যাত্ৰাৰ বাহন

গোলাঘাট, ১৪ নৱেম্বৰ: কাজিৰঙাৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নগাঁৱৰ অসীম ফুকনৰ মৃতদেহ গোলাঘাট চিকিৎসালয়ত চিনাক্ত কৰে তেওঁৰ কন্যা আৰু জোঁৱায়েকে। পিতৃৰ নিথৰ দেহ দেখি ক...

অসম

ছয়গাঁৱত গীৰ্জা লণ্ডভণ্ডৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ

গুৱাহাটী, ১৪ নৱেম্বৰ: কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁও অঞ্চলত এখন গীৰ্জা লণ্ডভণ্ড কৰাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক তদন্তত ঘটনাটো একেটা জনজাতি আৰু...

দেশ

১০ লাখ টকা স্বাস্থ্য বীমা, ৫ লাখ টকালৈ দুৰ্ঘটনা বীমা: নতুন আঁচনি ঘোষণা ৰাহুল গান্ধীৰ

হায়দৰাবাদ, ১৪ নৱেম্বৰ: অনলাইন সামগ্ৰী যোগান ধৰা কৰ্মীকে ধৰি গিগ কৰ্মীসকলৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে তেলেংগানা চৰকাৰে নতুন আঁচনি ঘোষণা কৰিছে। কংগ্ৰ...

অসম

ৰঙাজান দুৰ্ঘটনাত বৌৱেক-ননদৰ মৃত্যু!

গুৱাহাটী, ১৪ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ বামুণবাৰী চাহ বাগিচাৰ বাসিন্দা জয়ন্তী ৰবিদাস আৰু তেওঁৰ হ'বলগীয়া ব...

— ৭ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
অসম

এপ্ৰিলত মুকলি হ'ব বিশ্বনাথ ঘাট-উমাটুমনি ৰ'পৱে

বিশ্বনাথ, ১৪ নৱেম্বৰ: বিশ্বনাথ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত ঐতিহাসিক উমাটুমনি নদীদ্বীপলৈ নিৰ্মাণাধীন ৰ'পৱে প্ৰকল্প অহা এপ্ৰিল মাহত জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব বুল...

অসম

বাংলাদেশী নাগৰিকক সৰবৰাহ আৰু আশ্ৰয় দিয়াৰ অভিযোগত ৪জন গ্ৰেপ্তাৰ

গুৱাহাটী, ১৪ নৱেম্বৰ: মহানগৰ আৰক্ষীৰ সীমান্ত শাখাই চলোৱা অভিযানত বাংলাদেশী নাগৰিকক অবৈধভাৱে সৰবৰাহ আৰু আশ্ৰয় দিয়াৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা ল...

ৰাজনীতি

উত্তৰ প্ৰদেশত ১৮১খন আসন বিচাৰিছে কংগ্ৰেছে: অখিলেশ

নতুন দিল্লী, ১৪ নৱেম্বৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত আসন ভাগ-বতৰাক লৈ নতুন চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছে ৰাজ্যখনৰ ৪০৩খন বিধা...

দেশ

ডিগাৰু ৰে’ল দুৰ্ঘটনাৰ পিছত বাধ্যতামূলক ব্ৰেক পৰীক্ষাৰ নিৰ্দেশ

গুৱাহাটী, ১৪ নৱেম্বৰ: ডিগাৰুত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাৰ পিছতে ৰে’লৰ সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰাৰ নিৰ্দেশ দিছে ৰে’লৱে ব’ৰ্ডে। এতিয়াৰে পৰা ৰে’লৰ দায...

— ৮ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
অসম

জুৰীয়াৰ কেন্দ্ৰুগুৰীত শিশু দিৱস উদযাপন

কেন্দ্ৰুগুৰী, ১৪ নৱেম্বৰ: দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মজয়ন্তী উপলক্ষে দেশজুৰি শিশু দিৱস পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ জুৰ...

উত্তৰ-পূৰ্বাঞ্চল

আটকাধীনৰ মুক্তি আৰু গোচৰ প্ৰত্যাহাৰ; চিয়াং বান্ধ সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাৰ বাবে আদি সংগঠনৰ ৪ চৰ্ত

১৪ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত চিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্ট (SUMP)ক লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত বহাৰ পূৰ্বে চাৰিটা চৰ্ত বান্ধি দিছে আদিবাসী সংগঠন আদি বা কেব...

অসম

ছট্ পূজাত গুৱাহাটীত যান-বাহন চলাচলত বিশেষ নিষেধাজ্ঞা

গুৱাহাটী, ১৪ নৱেম্বৰ: ছট্ পূজা উপলক্ষে যান-বাহন চলাচল সুচল কৰি ৰখা আৰু ভক্তসকলৰ যাতায়াতৰ সুবিধাৰ্থে গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ১৫ আৰু...

অসম

কাছাৰত প্ৰায় ৬০ কোটি টকাৰ ইয়াবা টেবলেট জব্দ

শিলচৰ, ১৪ নৱেম্বৰ: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলোৱা যৌথ অভিযানত কাছাৰ জিলাত প্ৰায় ৬০ কোটি টকা মূল্যৰ ইয়াবা টেবলেট জব্দ কৰিছে অসম ৰাইফলছ আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ...

— ৯ —
NewzNow ই-কাকত১৪ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
অসম

অবৈধ ধন সংগ্ৰহ, ভাবুকিৰ অভিযোগত গুৱাহাটীত ২২গৰাকী তৃতীয় লিংগৰ ব্যক্তি গ্ৰেপ্তাৰ

গুৱাহাটী, ১৪ নৱেম্বৰ: পথচাৰী আৰু ৰাজপথেৰে চলাচল কৰা বাহনৰ গৰাকীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে ২২গৰাকী তৃতীয় লিংগৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। মহা...

অসম

সামূহিক দায়বদ্ধতাই ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰে: লে: জেনেৰেল নীৰজ শুক্লা

আজাৰা: ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল দেশৰ সীমান্ত সুৰক্ষাৰ বিষয় নহয়; আভ্যন্তৰীণ স্থিতিশীলতা, সামাজিক সম্প্ৰীতি আৰু নাগৰিকৰ সামূহিক অংশগ্ৰহণৰ ওপৰতো ই নিৰ্ভৰশীল বুলি মন্তব্য...

অসম

বল বিকৃতি কাণ্ডৰ তদন্তক লৈ ক্ৰিকেট অষ্ট্ৰেলিয়াক কাঠগড়াত তুলিলে ডেভিড ৱাৰ্নাৰে

ছিডনী, ১৪ নৱেম্বৰ: ২০১৮ চনৰ কেপ টাউন বল বিকৃতি কাণ্ডৰ তদন্তক লৈ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেশখনৰ প্ৰাক্তন অপেনাৰ ডেভিড ৱাৰ্নাৰে। তদন্তৰ স...

অসম

কোকৰাঝাৰত সুজিত নাৰ্জাৰী সোঁৱৰণী সদৌ অসম অনূৰ্ধ্ব-১৩ ফুটবল চেম্পিয়নশ্বিপ

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ সহযোগত সুজিত নাৰ্জাৰী সোঁৱৰণী সদৌ অসম অনূৰ্ধ্ব-১৩ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপ ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। প্ৰত...

— ১০ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৪০টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (১৩ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং