‘ভাৰত বিৰোধী প্ৰচাৰৰ নেতা’ আখ্যাৰে ৰাহুল গান্ধীক BJPৰ সমালোচনা, কলম্বিয়া বিশ্ববিদ্যালয়ত কৰা মন্তব্যক লৈ বিতৰ্ক
নতুন দিল্লী, ১৮ নৱেম্বৰ: আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত কৰা মন্তব্যক কেন্দ্ৰ কৰি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে। ৰাহুল গান্ধীক ‘ভাৰতবিৰোধী প্ৰচাৰৰ নেতা’ আখ্যা দি বিদেশৰ মাটিত দেশৰ বিষয়ে নেতিবাচক বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় দলটোৱে। ১৭...