← ই-কাকত ১ / ১২
NewzNow
ই-কাকত২৩ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
দেশ

এছিয়াৰ দ্বিতীয় সৰ্বাধিক প্ৰভাৱশালী নেতা হিচাপে মূল্যায়ন প্ৰধানমন্ত্ৰী মোদীৰ, শক্তি সূচকাংকত ভাৰত তৃতীয় স্থানত

অষ্ট্ৰেলিয়াৰ চিডনীস্থিত গৱেষণা প্ৰতিষ্ঠান লৱি ইনষ্টিটিউটৰ শেহতীয়া প্ৰতিবেদন অনুসৰি এছিয়া মহাদেশত ভাৰতে নিজৰ আঞ্চলিক প্ৰভাৱ বৃদ্ধি কৰি তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে। ২০২৬ বৰ্ষৰ 'এছিয়া পাৱাৰ ইনডেক্স'ত ভাৰতে সৰ্বমুঠ ৪০.৫ নম্বৰ লাভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ ঠিক পিছতেই স্থান দখল কৰিছে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্...

অসম

আছুৰ সংবিধান গ্ৰহণৰ ৬০ বছৰ সম্পূৰ্ণ: হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী আৰু নতুন প্ৰতীকচিহ্ন উন্মোচন

গুৱাহাটী, ২৩ নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ সংবিধান গ্ৰহণৰ ৬০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সোমবাৰৰ পৰা হীৰক জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। গুৱাহ...

ৰাজনীতি

‘ৰামলীলা ময়দানৰ আধা অংশও পূৰণ কৰিব নোৱাৰিলে ৰাহুল গান্ধীয়ে’—কটাক্ষ BJP সভাপতি নীতিন নবীনৰ

তেলেংগানা, ২৩ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে বিজেপি। দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁটৰ সমাৱেশক তীব্ৰ কটাক্ষ কৰি...

অসম

অখিল গগৈৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ বিজেপি নেতা শৈলেন কলিতাৰ, ফেচবুক লাইভযোগে মুকলি প্ৰত্যাহ্বান

গুৱাহাটী, ২৩ নৱেম্বৰ: শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা শৈলেন কলিতাই। সামাজিক মাধ্যমত সম্প্ৰচ...

— ১ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
দেশ

প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ বাবে ভাৰততেই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সৰ্বনিম্ন! দাবী কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

নতুন দিল্লী, ২৩ নৱেম্বৰ: বিগত চাৰি বছৰত সমগ্ৰ বিশ্বতে ইন্ধনৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ সময়তো ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য মাত্ৰ ৭ শতাংশহে বাঢ়িছে বুলি দাবী কৰ...

ৰাজনীতি

‘ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধী শিৱ-পাৰ্বতী নেকি?’ ৰাহুল গান্ধীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ২৩ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অৰ্ধনাৰীশ্বৰ সম্পৰ্কীয় এক ছ’চিয়েল মিডিয়া পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম...

দেশ

বাবাৰ যুঁজ! ‘বেদ-মহাভাৰত একোৱেই পঢ়া নাই’, ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক ‘ভণ্ড’ আৰু ‘ধূৰ্ত’ আখ্যা বাবা ৰামদেৱৰ

ভগৱান ৰাম আৰু শ্ৰীকৃষ্ণক লৈ কৰা এক মন্তব্যৰ পৰিপ্ৰেক্ষিতত বাগেশ্বৰ ধামৰ পীঠাধীশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে যোগগুৰু বাবা ৰামদেৱে। এক অনুষ্ঠানত ভাষণ দি...

দেশ

ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে দিল্লীৰ আদালতৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা

নতুন দিল্লী, ২৩ নৱেম্বৰ: ২০১৮ চনৰ এটা মানহানিৰ গোচৰত জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে দিল্লীৰ এখন আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। সোমবাৰে দিল্লীৰ ছ...

— ২ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন: হিন্দুসকলক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যৰ

কলকাতা, ২২ নৱেম্বৰ: বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে পশ্চিমবংগ বিজেপিৰ সভাপতি শমিক ভট্টাচ...

দেশ

বিচলেৰীৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰ অনুমোদন এফএছএছএআইৰ

নতুন দিল্লী: পেকেজড খোৱাপানী প্ৰস্তুতকাৰী প্ৰতিষ্ঠান বিচলেৰী ইণ্টাৰনেচনেল প্ৰাইভেট লিমিটেডৰ পানীৰ নমুনা পৰীক্ষাত অনিৰাপদ বুলি চিনাক্ত হোৱাৰ পাছত প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে খা...

অসম

জুবিন গাৰ্গৰ Range rover বিক্ৰীৰ সিদ্ধান্তত চৰকাৰৰ ক’বলগীয়া নাই: মুখ্যমন্ত্ৰী

২২ নৱেন্বৰ ,২০২৬ 'জুবিন গাৰ্গৰ পৰিয়ালে সিদ্ধান্তত চৰকাৰৰ ক'বলগীয়া নাই' 'জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে পৰিয়ালক মাহেকীয়া সহায়ৰ প্ৰস্তাৱ দিছিল চৰকাৰে '-মুখ্যমন্ত্রী অসমৰ ম...

দেশ

ভাৰত-বাংলাদেশ সীমান্তত BSF জোৱান নিৰুদ্দেশ, বাংলাদেশলৈ অপহৰণৰ সন্দেহ

শ্ৰীভূমি, ২৩ নৱেম্বৰ: ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত বিএছএফৰ ৭৫ নম্বৰ বেটেলিয়নৰ এজন জোৱান নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন...

— ৩ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
ৰাজনীতি

নেহৰু নাথাকিলে আমাৰ হাতত ইণ্টাৰনেট নাথাকিলহেঁতেন: অভিজিৎ দীপক

ককৰোচ জনতা পাৰ্টীৰ নেতা অভিজিৎ দীপকে সোমবাৰে ক'লে, পণ্ডিত জৱাহৰলাল নেহৰু নাথাকিলে দেশত ইণ্টাৰনেট বা আজিৰ বৈদ্যুতিন সঁজুলিবোৰ নাথাকিলহেঁতেন। আধুনিক ভাৰত আৰু প্ৰযুক্তিগতভাৱ...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত এম্বুলেন্স আৰু বিএছএফৰ বাহনৰ মুখামুখি সংঘৰ্ষ: অন্তঃসত্ত্বা মহিলাৰ মৃত্যু

মণিপুৰ, ২৩ নৱেম্বৰ: মণিপুৰত এখন এম্বুলেন্স আৰু সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এগৰাকী অন্তঃসত্ত্বা মহিলাৰ মৃত্যু ঘটে। এই ভয়াৱহ পথ দ...

উত্তৰ-পূৰ্বাঞ্চল

ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত নাথাকে ঘৰত বহি ভোটদানৰ ব্যৱস্থা, ভোটকেন্দ্ৰত উপলব্ধ হ'ব হুইল চেয়াৰ

আগৰতলা, ২৩ নৱেম্বৰ: ত্ৰিপুৰাৰ আগন্তুক পৌৰসভা নিৰ্বাচনত ভোটাৰসকলৰ বাবে ঘৰত বহি ভোটদান কৰাৰ কোনো ব্যৱস্থা নাথাকে। অৱশ্যে জ্যেষ্ঠ নাগৰিক তথা বিশেষভাৱে সক্ষম লোকসকলে যাতে কোন...

দেশ

ইংৰাজী নাম সলনি কৰি ‘পশ্চিমবংগ’ কৰাৰ প্ৰস্তাৱ: ৯ ডিচেম্বৰত বিধানসভাত উত্থাপনৰ সম্ভাৱনা

কলকাতা, ২৩ নৱেম্বৰ: পশ্চিমবংগৰ ইংৰাজী নাম ‘ৱেষ্ট বেংগল’ৰ পৰিৱৰ্তে ‘পশ্চিমবংগ’ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অহা ৯ ডিচেম্বৰত ৰাজ্যখনৰ বিধানসভাত এই প্ৰস্তাৱ উত...

— ৪ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
অসম

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী পালন

গুৱাহাটী, ২৩ নৱেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উপলক্ষে শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সৰ্বধৰ্...

অসম

ৰঙিয়া পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ড বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ৰঙিয়া, ২৩ নৱেম্বৰ: ৰঙিয়া পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ডক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন চমুকৈ বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে স্থানীয় ৰাইজ। সোমব...

দেশ

মাদ্ৰাছাত হিন্দুসকলৰ প্ৰতি ঘৃণাৰ শিক্ষা দিয়া হয়: নীতেশ ৰাণে

মুম্বাই, ২৩ নৱেম্বৰ: মুম্বাইৰ ঘাটকোপাৰত এহাল যুৱক-যুৱতীক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। এই ঘটনাৰ পিছতে মহাৰাষ্ট্ৰৰ বন্দৰ উন্নয়ন মন্ত্ৰ...

দেশ

হাৰিয়ানাৰ হিসাৰত সামৰিক অনুশীলনৰ সময়ত টেংকৰ চেপাত সেনাৰ দুই জোৱানৰ কৰুণ মৃত্যু

নতুন দিল্লী, ২৩ নৱেম্বৰ: হাৰিয়ানাৰ হিসাৰত সেনাৰ সামৰিক অনুশীলন চলি থকাৰ সময়তে সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। অনুশীলনৰ মাজতে টেংকৰ চেপাত পৰি ভাৰতীয় সেনাৰ দুই জোৱানৰ কৰ...

— ৫ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
প্ৰযুক্তি

WhatsApp Web ব্যৱহাৰকাৰী সতৰ্কবাণী! আপোনাৰ পৰিচয় ব্যৱহাৰ কৰি হ’ব পাৰে চাইবাৰ প্ৰৱঞ্চনা

নতুন দিল্লী, ২৩ নৱেম্বৰ: কম্পিউটাৰত হোৱাটছএপ ৱেব ব্যৱহাৰ কৰা লোকসকলৰ বাবে এক জৰুৰী সতৰ্কবাণী জাৰি কৰিছে ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক'অৰ্ডিনেচন চেণ্টাৰ চমুকৈ আইফ'ৰচিৰ অধীনস্থ...

আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ হৈ যুঁজিছে অসমৰ যুৱক! সোণাইৰ মুন্নাৰ সন্ধানহীনতাক লৈ চাঞ্চল্য, কামৰ প্ৰলোভন দি ৰাছিয়ালৈ নিয়াৰ অভিযোগ

শিলচৰ, ২৩ নৱেম্বৰ: কৰ্মসংস্থাপনৰ প্ৰলোভন দেখুৱাই অসমৰ যুৱকক ৰাছিয়ালৈ নি সেনা বাহিনীত যোগদান কৰোৱাৰ এক গুৰুতৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাছাৰ জিলাৰ সোণাই সমষ্...

অসম

ডিগবৈৰ নাজিৰাটিঙত বনৰীয়া হাতীৰ আক্ৰমণত কৃষকৰ কৰুণ মৃত্যু, বন বিভাগৰ বিৰুদ্ধে সৰৱ গোৰ্খা ছাত্ৰ সন্থা

ডিগবৈৰ নাজিৰাটিঙত বনৰীয়া হাতীৰ আক্ৰমণত এজন কৃষকৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। নিহত কৃষকজন ভাকু বস্তিৰ বাসিন্দা গংগা চবৰ বুলি জানিব পৰা গ...

অসম

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ তদন্তত নতুন মোৰ! তিনিচুকীয়াৰ হোটেলত দুই অভিযুক্তক লৈ ডিব্ৰুগড় আৰক্ষীৰ অভিযান

দুলীয়াজানৰ চাঞ্চল্যকৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ তদন্তত নতুন মোৰ। হত্যাকাণ্ডৰ সৈতে জড়িত আন কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ সম্পৰ্ক আছে নেকি, সেই দিশটো চালি-জাৰি চাইছে ডিব্ৰুগড়...

— ৬ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
অসম

ডিগবৈৰ ২নং বৰবিলত দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক শ্ৰীশ্ৰী কৃষ্ণৰ মহাৰাসলীলা মহোৎসৱৰ আয়োজন

ডিগবৈ, ২৩ নৱেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰ অন্যতম হৈছে শৰৎকালীন ৰাস মহোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু মহিমা শ্ৰৱণ-কীৰ্তনৰ মাজেৰে ভক্তিৰসত বিলীন হোৱাৰ এক অন...

অসম

ৰাজ্যত ৩০ নৱেম্বৰত চৰকাৰী বন্ধ ঘোষণা ১১ খনকৈ জিলাত

২৩ নৱেম্বৰ, ২০২৬ সোণোৱাল কছাৰী আৰু মিছিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অহা ৩০ নৱেম্বৰত ৰাজ্যৰ ১১খন জিলাৰ নিৰ্বাচনী এলেকাত অসম চৰকাৰে বন্ধ ঘোষণা কৰিছে। অৱশ্যে এই বন...

অসম

ৰহাত এজাক বৰষুণতে পথত একাঠু বোকা: বিধায়কৰ হস্তক্ষেপ বিচাৰি ৰাইজৰ ক্ষোভ

ৰহা, ২৩ নৱেম্বৰ: নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুৱাট মৌজাৰ গেৰজাইপাম গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডৰ ফাকলি গাঁৱৰ এটা জৰাজীৰ্ণ পথে ৰাইজক চৰম দুৰ্ভোগত পেলাইছে। সামান...

অসম

নাৰেংগীত ২৫ লাখ টকাসহ উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় চিনাক্ত

গুৱাহাটী: গুৱাহাটীৰ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’লপথত প্ৰায় ২৫ লাখ নগদ টকাসহ উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় আৰক্ষীয়ে চিনাক্ত কৰিছে। মৃত ব্যক্তিগৰাকী বিশ্বজিৎ দেৱনাথ বুলি...

— ৭ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
অসম

গুৱাহাটীত ই-ৰিক্সা চালকৰ বাবে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা: অমান্য কৰিলে হ’ব আইনী ব্যৱস্থা

গুৱাহাটী, ২৩ নৱেম্বৰ: মহানগৰীৰ ৰাজপথত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশনা মানি চলাটো চালকসকলৰ বাবে বাধ্যতামূলক কৰা হৈছে। যান-জঁট নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষাৰ স্বাৰ্...

অসম

কাছাৰত এমহীয়া কন্যা শিশুৰ কংকাল উদ্ধাৰ, পলাতক মাতৃৰ সন্ধানত আৰক্ষী

কাছাৰ, ৪ নৱেম্বৰ: কাছাৰ জিলাৰ জয়পুৰত এগৰাকী এমহীয়া কন্যা শিশুৰ কংকাল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱাৰ প্ৰায় এসপ্তাহৰ পাছত শিশুটিৰ ঘৰৰ সম...

অসম

ধিং সমষ্টিত কৃষকৰ মাজত ১,০০০ নাৰিকলৰ পুলি বিতৰণ, শুভাৰম্ভ কৰিলে বিধায়ক মেহবুব মোক্তাৰে

কৃষকসকলক উৎসাহিত কৰাৰ লগতে কৃষিখণ্ডৰ উন্নয়নৰ লক্ষ্যৰে ধিং বিধানসভা সমষ্টিত কৃষকৰ মাজত বিনামূলীয়াকৈ নাৰিকলৰ পুলি বিতৰণ কৰা হয়। নগাঁও কৃষি বিভাগৰ উদ্যোগত Coconut Scheme...

অসম

ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন; আছুৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আজি শান্তিপূৰ্ণভাৱে আৰু সফ...

— ৮ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
অসম

ডিব্ৰুগড়ত নাহৰফুটুকীৰ আক্ৰমণত ৪ জন আহত, ৰাইজৰ প্ৰহাৰত মৃত্যু বনৰজাৰ

ডিব্ৰুগড়, ২৩ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ এখন গাঁৱত সোমবাৰে এটা নাহৰফুটুকীৰ আক্ৰমণত চাৰিজনকৈ লোক আহত হয়। বন বিভাগে নাহৰফুটুকীটো উদ্ধাৰ কৰিবলৈ চলোৱা অভিযানৰ মাজতে এই ঘটনা সং...

অসম

কাছাৰত প্ৰায় ২.৫ কোটি টকাৰ য়াবা টেবলেটসহ এজন আটক

শিলচৰ, ২৩ নৱেম্বৰ: ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ অংশ হিচাপে কাছাৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। জিলাখনৰ ৰাজঘাটত চলোৱা এক অভিযানত প্ৰায় ২.৫ কোটি টকা মূল্যৰ সন...

অসম

ইউজিচিৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ দাবীত ৰাজ্যজুৰি অসম কলেজ শিক্ষক সংস্থাৰ অসহযোগ আন্দোলন

গুৱাহাটী, ২৩ নৱেম্বৰ: বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিৰ নিৰ্দেশনা কাৰ্যকৰী কৰা আৰু দীৰ্ঘদিনীয়া বিভিন্ন দাবী পূৰণৰ দাবীত সোমবাৰৰ পৰা ৰাজ্যজুৰি দ্বিতীয় পৰ্যায়ৰ আ...

অসম

শীঘ্ৰেই বৃদ্ধি হ’ব অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি, ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ

গুৱাহাটী, ২৩ নৱেম্বৰ: ৰাজ্যৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে সুখবৰ। শীঘ্ৰেই তেওঁলোকৰ মাননি বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে...

— ৯ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
অসম

মাতৃৰ অবৈধ প্ৰেমিক ৰাহুল ৰায়ৰ একাধিকবাৰ যৌন নিৰ্যাতন ৯ বছৰীয়া শিশুক ! অবৈধ প্ৰেমীকৰ বিৰুদ্ধে মাতৃৰ গোচৰ

শিলচৰ, ২৩ নৱেম্বৰ: শিলচৰ চহৰত এগৰাকী ৯ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৩৭ বছৰীয়া ৰাহুল ৰায় ওৰফে ৰাজু ৰায় নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভ...

দেশ

নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নতুন দিল্লী, ২৩ নৱেম্বৰ: নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৪ মহলীয়া নতুন অসম হাউছত অতিথিৰ বাবে দুটা অত্যাধুনিক কোঠা আছে V...

অসম

ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে শিৱসাগৰত আৰক্ষীৰ নৈশ অভিযান

শিৱসাগৰ, ২৩ নৱেম্বৰ: ৰাষ্ট্ৰীয় ঘাইপথত বিপজ্জনকভাৱে বাহন ৰখাই থোৱাৰ ফলত হ’ব পৰা পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে শিৱসাগৰত যান-বাহন আৰক্ষীয়ে নিশা এক বিশেষ অভিযান চলায়। শিৱ...

অসম

তিনি সন্তানৰ মাতৃৰ সৈতে দুই সন্তানৰ পিতৃৰ পলায়নৰ অভিযোগ! পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ

মৈৰাবাৰী, ২৩ নৱেম্বৰ: সংসাৰ এৰি দুই সন্তানৰ পিতৃৰ সৈতে তিনি সন্তানৰ মাতৃ পলায়ন কৰাৰ অভিযোগক লৈ মৈৰাবাৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ। মৈৰাবাৰীৰ ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ব...

— ১০ —
NewzNow ই-কাকত২৩ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত দশম ড° অনামিকা ৰয় স্মাৰক বক্তৃতা প্ৰদান কৰিব তেজ হাজৰিকাই

গুৱাহাটী, ২২ নৱেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ত অহা ২৩ নৱেম্বৰৰ সোমবাৰে দশম ড° অনামিকা ৰয় স্মাৰক বক্তৃতা ২০২৬ অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়খনৰ পিডি হলত আবেলি ২ বজাত আয়োজি...

অসম

টিয়কত বিতৰ্কিত ব্যৱসায়ী শিৱচান্দ হাতী বৰুৱাৰ বাসগৃহত যোৰহাট অপৰাধ শাখাৰ অভিযান

যোৰহাট জিলাৰ টিয়কত এগৰাকী বিতৰ্কিত ব্যৱসায়ীৰ বাসগৃহত আৰক্ষীয়ে এক বিশেষ অভিযান চলায়। যোৰহাট আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ব্যৱসায়ী শিৱচান্দ হাতী বৰুৱাৰ ঘৰত উপস্থিত হৈ এ...

— ১১ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৪২টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (২২ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং