'যৌনতাই শ্ৰেষ্ঠ ব্যায়াম নহয় জানো ?’; অভিনেতা অক্ষয় কুমাৰে ক'ত আৰু কিয় কৰিলে এই মন্তব্য ?
নতুন দিল্লী, ২৩ নৱেম্বৰ: জনপ্ৰিয় চেলিব্ৰিটী টক শ্ব’ ‘কফি উইথ কৰণ’ৰ নৱম ছিজনত এইবাৰ একেলগে দেখা যাব বলীউড তাৰকা অক্ষয় কুমাৰ আৰু অভিনেতা তথা ৰাজনীতিক ৰবি কিষাণক। অনুষ্ঠানটোৰ নতুন প্ৰ’ম’ মুকলি হোৱাৰ পাছতে দুয়োগৰাকী অভিনেতাৰ ৰসাল কথোপকথন আৰু ধেমেলীয়া মন্তব্যক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ যৌনতা আৰু শৰীৰচৰ্চ...