পুনৰ ট্ৰাম্পৰ শুল্ক বোমা! ভাৰতৰ সামগ্ৰীৰ ওপৰত ২৫%, চীনৰ বাবে ৪০% পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ ট্ৰাম্প প্ৰশাসনৰ
নতুন দিল্লী, ২৫ নৱেম্বৰ: ভাৰতসহ কেইবাখনো দেশৰ পৰা আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে (ইউএছটিআৰ)। ইয়াৰ বিপৰীতে চীনৰ পৰা আমদানি হোৱা সামগ্ৰীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৪০ শতাংশ পৰ্যন্ত শুল্ক নিৰ্ধাৰণৰ পৰিকল্পনা কৰা হৈছে। প্ৰস্তাৱ অনুসৰি ভাৰতৰ উপৰি কম্ব...