← ই-কাকত ১ / ১৮
NewzNow
ই-কাকত২৯ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
ৰাজনীতি

‘৮৫০খন আসনযুক্ত লোকসভা হ’লে ভাৰতৰ গণতন্ত্ৰ শেষ হৈ যাব’, সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ ৰাহুল গান্ধীৰ মন্তব্য

চেন্নাই, ২৯ নৱেম্বৰ: প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি পালে দেশৰ গণতন্ত্ৰ শেষ হৈ যাব বুলি সতৰ্কবাণী শুনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ডিএমকেৰ সভাপতি তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছত কংগ্ৰেছ নেতাগৰাকীয়ে এই মন্তব্য কৰে। দেওবা...

দেশ

নতুন দিল্লীত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি: প্ৰধানমন্ত্ৰী মোদীক ৫,০০০ গীতৰ সংগ্ৰহ উপহাৰ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অ...

ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক: ৩৭১গৰাকী সাংসদৰ সমৰ্থন থকাৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ

নতুন দিল্লী, ২৯ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে লোকসভাৰ ৩৭১গৰাকী সাংসদৰ সমৰ্থন লাভ কৰা বুলি দাবী কৰিছে কেন্দ্ৰীয় চৰকা...

ৰাজনীতি

ইণ্ডিয়া মিত্ৰজোটৰ আশাত চেঁচা পানী! দলে বলে চেন্নাইলৈ গৈও সৈমান কৰাব নোৱাৰিলে ষ্টেলিনক

চেন্নাই, ২৯ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰৰ পক্ষত থিয় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডিএমকেয়ে। দেওবাৰে ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে এই কথা আ...

— ১ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
অসম

সম্পন্ন হ'ল মঙলদৈৰ বহুচৰ্চিত বিবাহ, ১৩ ডিচেম্বৰত খাৰখোৱা ধাবাত অভ্যৰ্থনা

গুৱাহাটী, ২৯ নৱেম্বৰ: অৱশেষত বৈদিক ৰীতি-নীতিৰে সম্পন্ন হ’ল মঙলদৈৰ বহুচৰ্চিত বিবাহখন। শুকুৰবাৰে মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হোম-যজ্ঞৰ মাজেৰে এগৰাকী হিন্দু কইনা আৰু এগৰা...

ৰাজনীতি

তামিলনাডুৰ মানুহক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ লক্ষ্য লৈছে মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে: প্ৰহ্লাদ যোশী

বাৰাণসী, ২৯ নৱেম্বৰ: তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে ভোটবেংকৰ ৰাজনীতি কৰি মানুহক নিজৰ ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ লক্ষ্য লৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰ...

অসম

স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: বেলট বাকচ লৈ ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী

ধেমাজি, ২৯ নৱেম্বৰ: মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। দেওবাৰে অনুষ্ঠিত হ'বলগীয়া...

অসম

কাছাৰত নিষিদ্ধ সংগঠন হুজিৰ সন্দেহযুক্ত সদস্য গ্ৰেপ্তাৰ: জাল নথি-পত্ৰ জব্দ

শিলচৰ, ২৯ নৱেম্বৰ: বাংলাদেশভিত্তিক নিষিদ্ধ উগ্ৰপন্থী সংগঠন হৰকত-উল-জিহাদ-আল-ইছলামী (হুজি)-ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত কাছাৰ জিলাৰ পৰা এজন ৫৫ বছৰীয়া লোকক গ্ৰেপ্তাৰ কৰিছে...

— ২ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
ৰাজনীতি

বিশেষ সংসদীয় অধিৱেশনৰ পূৰ্বে বিজেপিৰ সংসদীয় কাৰ্যনিৰ্বাহক সমিতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

নতুন দিল্লী, ২৯ নৱেম্বৰ: সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে দেওবাৰে বিজেপিৰ সংসদীয় দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্...

ৰাজনীতি

বিপদ বাঢ়িল কংগ্ৰেছৰ! গুৰুত্বপূৰ্ণ অধিৱেশনৰ পূৰ্বে ICUত ভৰ্তি কংগ্ৰেছ সাংসদ কে. সুধাকৰণ, ষড়যন্ত্ৰৰ সন্দেহ

নতুন দিল্লী, ২৯ নৱেম্বৰ: সংসদৰ এক গুৰুত্বপূৰ্ণ অধিৱেশনৰ পূৰ্বে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ এখন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈছে কেৰালাৰ কংগ্ৰেছ সাংসদ কে সুধাকৰণ। ৩০ নৱেম্বৰত...

দেশ

বিজেপি কাৰ্যালয়ত শিলাবৰ্ষণ আৰু ভাঙি-ছিঙি তাণ্ডৱ, পৰিস্থিতি নিয়ন্ত্ৰণলৈ আৰক্ষীৰ লাঠীচালনা

পাটনা, ২৯ নৱেম্বৰ: বিহাৰৰ ৰাজধানী পাটনাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এটা উত্তেজিত দলে কাৰ্যালয়টো লক্ষ্য কৰি শিলাবৰ্ষণ কৰ...

দেশ

ঊষা মংগেশকাৰক ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান, সন্মান তুলি দিলে প্ৰধানমন্ত্ৰীয়ে

নতুন দিল্লী, ২৯ নৱেম্বৰ: বিশিষ্ট সংগীতশিল্পী ঊষা মংগেশকাৰক প্ৰথমটো ‘ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ড০ ভূপে...

— ৩ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
অসম

কোভিড প্ৰতিষেধক আৰু চৰকাৰী হেঁচা সম্পৰ্কীয় মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যত এলন মাস্কৰ সমৰ্থন

কোভিড-১৯ৰ প্ৰতিষেধকৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া আৰু সামাজিক মাধ্যমত চৰকাৰী হেঁচা প্ৰয়োগৰ বিষয়টোক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰ পূৰ্ব...

ৰাজনীতি

‘বহু সাংসদ কেৱল হাত চাপৰি বজাবলৈহে আহিব’, ৮৫০জনীয়া লোকসভাক লৈ শশী থাৰুৰৰ কটাক্ষ

নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। লোকসভাৰ সদস্যসংখ্যা ৫৪৩ৰ পৰা ৮...

দেশ

ভাৰত মণ্ডপমত বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

নতুন দিল্লী: সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠানক লৈ উখল-মাখল হৈ পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী। মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা...

ক্ৰীড়া

অচিৰেই গেৰুৱা হ'ব পাৰে মহম্মদ ছামী! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ, ৰাজনীতিত যোগদানক লৈ চৰ্চা

নতুন দিল্লী, ২৯ নৱেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বলাৰ মহম্মদ ছামীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰাক লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। এই সাক্...

— ৪ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ: বাজপেয়ী চৰকাৰে নতুন লোকপিয়ললৈ বাট চাইছিল, মোদী চৰকাৰে ২০১১ৰ তথ্যৰেই কৰিব সমষ্টি পুনৰ্নিৰ্ধাৰণ

নতুন দিল্লী, ২৯ নৱেম্বৰঃ ভাৰতৰ নিৰ্বাচনী মানচিত্ৰ পুনৰ নিৰ্ধাৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া পদক্ষেপে পুনৰ চৰ্চালৈ আনিছে পূৰ্বৰ NDA চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০...

অসম

ৰাজপথত অকলশৰীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টা; ২৪ ঘন্টাৰ ভিতৰত মন্দিৰা আৰক্ষীৰ জালত অভিযুক্ত।

২৯ নৱেম্বৰ , ২০২৬ ৰাজপথত অকলশৰীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টা; ২৪ ঘন্টাৰ ভিতৰত মন্দিৰা আৰক্ষীৰ জালত অভিযুক্ত। দক্ষিণ কামৰূপৰ ছমৰীয়াৰ ১ নং মালিবাৰীত এগৰাকী অকলশৰীয়া মহিলাক ৰাজপ...

ৰাজনীতি

মহিলা সংৰক্ষণ ‘সময়ৰ দাবী’: ৰাজনৈতিক বিৰোধিতাই নাৰী শক্তিৰ অগ্ৰগতি ৰোধ কৰিব নোৱাৰে বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

নতুন দিল্লী, ২৯ নৱেম্বৰ: সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে মহিলা সংৰক্ষণৰ বিষয়টোক পুনৰ গুৰুত্ব প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে এক ভিডিঅ’ বাৰ্তা...

ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে নিৰ্বাচনৰ জৰিয়তে বিজেপিক পৰাস্ত কৰা কঠিন হ’ব: সৌৰভ দাস

নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনক তীব্ৰ বিৰোধিতা কৰিছে ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ সহ-আহ্বায়ক তথা অনুসন্ধানমূলক সাংব...

— ৫ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
ৰাজনীতি

ৰাহুলেৰে নহৈছে, ফিল্ডত নামিল ছোনিয়া-খাৰ্গে! ষ্টেলিনক সাক্ষাৎ কৰিবলৈ চেন্নাইত উপস্থিত

নতুন দিল্লী, ২৯ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত বিধেয়কক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক মহলত তৎপৰতা বৃদ্ধি পাইছে। সংসদৰ...

উত্তৰ-পূৰ্বাঞ্চল

দিবাং উপত্যকাত খুৰা-মুখৰ ৰোগত ২৬০ৰো অধিক মিথুনৰ মৃত্যু: প্ৰতিৰোধৰ বাবে ব্যাপক সজাগতা অভিযান

আনিনি, ২৯ নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকা জিলাত খুৰা-মুখৰ ৰোগৰ সংক্ৰমণত চলিত বৰ্ষত ২৬০ৰো অধিক মিথুনৰ মৃত্যু হৈছে। ৰোগৰ সংক্ৰমণ জিলাখনৰ নিম্ন অঞ্চললৈ বিয়পি পৰাৰ আশ...

ত্ৰিপুৰা

ত্ৰিপুৰা সীমান্তত বাংলাদেশী নাগৰিকসহ পাঁচজনক গ্ৰেপ্তাৰ

আগৰতলা, ২৯ নৱেম্বৰ: ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই এজন বাংলাদেশী নাগৰিকৰ লগতে আন চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত চাৰিজন ভাৰতীয় নাগৰিকৰ...

দেশ

লোকসভা আসন বৃদ্ধি আৰু মহিলা সংৰক্ষণ বিধেয়কত ডিএমকে, এনচিপিৰ সমৰ্থনৰ ইংগিত: সংসদৰ বিশেষ বৈঠকৰ পূৰ্বে আসন সলনি

লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু আসন বৃদ্ধিৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে আনিবলগীয়া সংবিধান সংশোধনী বিধেয়কক লৈ বিৰোধী শিবিৰত স্পষ্ট বিভাজন দেখা গৈছে। ডিএমকে আৰু শৰদ পাৱা...

— ৬ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
উত্তৰ-পূৰ্বাঞ্চল

শ্বিলঙৰ ১৯ আগষ্টৰ হিংসাত্মক ঘটনাৰ তদন্তক লৈ মেঘালয় উচ্চ ন্যায়ালয়ৰ অসন্তুষ্টি, মাত্ৰ ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰশ্ন

শ্বিলং, ২৯ নৱেম্বৰ: শ্বিলঙত যোৱা ১৯ আগষ্টত এক সমদলক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত একাধিক আসোঁৱাহ থকা বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে মেঘালয় উচ্চ ন্যা...

উত্তৰ-পূৰ্বাঞ্চল

শ্বিলং ৰোপৱে' প্ৰকল্পৰ সমৰ্থনত ৫ ডিচেম্বৰত স্থানীয় লোকৰ অৱস্থান ধৰ্মঘট

শ্বিলং, ২৯ নৱেম্বৰ: মেঘালয়ৰ প্ৰস্তাৱিত শ্বিলং ভিউপইণ্ট ৰোপৱে' প্ৰকল্পক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ প্ৰকল্পটোৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহাৰ সিদ্ধান্ত লৈছে একাংশ স্থ...

অসম

গুৱাহাটীৰ জয়নগৰত পথ দুৰ্ঘটনা: ট্ৰাকৰ খুন্দাত থিতাতে নিহত খাদ্য ডেলিভাৰী কৰ্মী

গুৱাহাটী, ২৯ নৱেম্বৰ: মহানগৰীৰ জয়নগৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হয়। এখন তীব্ৰবেগী ট্ৰাকে মটৰচাইকেলত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।...

ত্ৰিপুৰা

ত্ৰিপুৰাত সাতটা ভোটগণনা কেন্দ্ৰত ভোটগণনা বৰ্জনৰ সিদ্ধান্ত CPI(M)-ৰ, নিৰ্বাচনী অনিয়মৰ অভিযোগ

আগৰতলা, ২৯ নৱেম্বৰ: ত্ৰিপুৰাৰ শেহতীয়া পৌৰ নিৰ্বাচনত ব্যাপক অনিয়ম, ভোটাৰক ভয়-ভাবুকি প্ৰদান আৰু প্ৰশাসনৰ পক্ষপাতিত্বৰ অভিযোগ তুলি ৰাজ্যখনৰ সাতটা ভোটগণনা কেন্দ্ৰত ভোটগণনা...

— ৭ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত হাজাৰ হাজাৰ গৃহহীন মেইটেইৰ প্ৰতিবাদ, পুনৰ সংস্থাপনৰ দাবী

ইম্ফল, ২৯ নৱেম্বৰ: তিনি বছৰতকৈও অধিক কাল সাহায্য শিবিৰত আশ্ৰয় লৈ থকাৰ পাছত নিজৰ গাঁৱলৈ নিৰাপদে উভতি যোৱাৰ দাবীত দেওবাৰে মণিপুৰত হাজাৰ হাজাৰ আশ্ৰয়হীন মেইটেই লোক ৰাজপথলৈ...

ৰাজনীতি

১৪০সংখ্যক ‘মন কী বাত’ত কি কি ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

নতুন দিল্লী, ২৯ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ ১৪০সংখ্যক খণ্ডত চাইবাৰ প্ৰৱঞ্চনা, ডিজিটেল সাক্ষৰতা, কৃত্ৰিম ব...

ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক: ‘কৰদাতাৰ ধনেৰে ৰাজনীতিকৰ ব্যয় বৃদ্ধি’:অভিজিৎ ডিপকেৰ সমালোচনা

নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন কৰিছে ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেই। লোক...

দেশ

ঝাৰখণ্ডৰ ৰামগড়ত শোকাৱহ পথ দুৰ্ঘটনা: একেটা পৰিয়ালৰ ৪টা শিশুকে ধৰি ১৩ জনৰ মৃত্যু

ৰাঁচী, ২৯ নৱেম্বৰ: ঝাৰখণ্ডৰ ৰামগড় জিলাত দেওবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰিটা শিশুকে ধৰি মুঠ ১৩ জন লোকৰ মৃত্যু ঘটে। এখন তীব্ৰবেগী এছ ইউ...

— ৮ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
আন্তঃৰাষ্ট্ৰীয়

কৰ্মস্থলীত ধৰ্মীয় প্ৰতীক পৰিধানৰ নিষেধাজ্ঞা: উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ বিতৰ্ক কানাডাত

অটোৱা, ২৯ নৱেম্বৰ: কানাডাৰ কুইবেক প্ৰদেশত শিক্ষক, আৰক্ষীকে ধৰি চৰকাৰী খণ্ডৰ কিছুসংখ্যক কৰ্মচাৰীয়ে কৰ্মস্থলীত ধৰ্মীয় প্ৰতীক পৰিধান কৰাত আৰোপ কৰা নিষেধাজ্ঞা বাহাল ৰাখিছে...

ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ খৰখেদা নকৰে বিজু জনতা দলে, সিদ্ধান্ত ল'ব নবীন পাটনায়কে

ভুৱনেশ্বৰ, ২৮ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ এতিয়াই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰে বিজু জনতা দল চমুকৈ বিজেডিয়ে। বিধেয়কখন সং...

ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ বিৰুদ্ধে ভোট দিবলৈ সমাজবাদী পাৰ্টীৰ তিনিশাৰীৰ হুইপ জাৰি

নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ বিৰুদ্ধে সংসদত ভোটদান কৰিবলৈ সমাজবাদী পাৰ্টীয়ে দলৰ লোকসভাৰ সাংসদসকলক নিৰ্দেশ দিছে। সং...

ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক: বিৰোধী ঐক্য অটুট ৰখাৰ লক্ষ্যৰে ষ্টেলিন আৰু পাৱাৰক সাক্ষাৎ কৰিব 'ইণ্ডিয়া' মিত্ৰজোঁটে

নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ 'ইণ্ডিয়া' মিত্ৰজোঁটৰ ভিতৰচৰাত সৃষ্টি হোৱা মতভেদ দূৰ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰে...

— ৯ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
ৰাজনীতি

ষ্টেলিনক ‘ভাই’ বুলি সম্বোধন কৰি সমষ্টি পুনৰ্নিৰ্ধাৰণক বিৰোধিতা কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

নতুন দিল্লী, ২৯ নৱেম্বৰ: লোকসভাৰ আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱক লৈ বিৰোধী ঐক্য শক্তিশালী কৰাৰ অংশ হিচাপে ডিএমকেৰ সভাপতি এম কে ষ্টেলিনক বিধেয়কখনৰ বিৰোধিতা কৰিব...

ৰাজনীতি

লোকসভাত ৯৭ গৰাকী সাংসদৰ আসন সালসলনি, অমিত শ্বাহক সাক্ষাৎ ডিএমকে আৰু ৱাইএছআৰচিপিৰ প্ৰতিনিধিৰ

নতুন দিল্লী, ২৮ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত সংসদত হ’বলগীয়া আলোচনাৰ পূৰ্বে লোকসভাত বহাৰ ব্যৱস্থাত ব্যাপক সালসলনি কৰা হৈছে। সদ...

ৰাজনীতি

তৃণমূল পৰ্যায়লৈ সুশাসনৰ সুফল লৈ যোৱাৰ বাবে দলীয় নেতাক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

নতুন দিল্লী, ২৯ নৱেম্বৰ: সুশাসনৰ সুফল সমাজৰ তৃণমূল পৰ্যায়ৰ লোকসকলৰ ওচৰলৈ লৈ যোৱাৰ লগতে সাধাৰণ জনতাৰ সৈতে দলৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ দলীয় নেতা-কৰ্মীসকলক আহ্বান জনাইছ...

অসম

কেৱল অনুষ্ঠান পাতিলেই ভূপেন হাজৰিকাক প্ৰকৃত সন্মান জনোৱা নহয়: অখিল গগৈ

গুৱাহাটী, ১ ডিচেম্বৰ: ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান নতুন দিল্লীত আয়োজন কৰাৰ বাবে অসম চৰকাৰক আদৰণি জনায় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অৱশ্যে কেৱ...

— ১০ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
অসম

কোকৰাঝাৰত একেলগে চাৰিটা সন্তান জন্ম দিলে এগৰাকী মহিলাই

কোকৰাঝাৰ জিলাৰ ৰয়নাডাব্ৰি অঞ্চলৰ শলমাৰি গাঁৱত এগৰাকী মহিলাই একেলগে চাৰিটা সন্তান জন্ম দিয়াৰ ঘটনাই অঞ্চলটোত চৰ্চা লাভ কৰিছে। সফল প্ৰসৱৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাতৃ...

অসম

চিৰাঙত ১১ ডিচেম্বৰৰ পৰা ডুইজিং উৎসৱ: উপস্থিত থাকিব বলীউডৰ তাৰকা

চিৰাং, ২৫ নৱেম্বৰ: দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত চিৰাং জিলাত পুনৰ অনুষ্ঠিত হ’বলৈ গৈ আছে ডুইজিং উৎসৱ। ২০২৬ বৰ্ষৰ এই বৰ্ণিল উৎসৱ অহা ১১ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ মুঠ ১২ দিনীয...

অসম

ছমৰীয়া আৰু মন্দিৰাত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: বাহনসহ ১১টাকৈ গৰু জব্দ, আটক চালক

কামৰূপ জিলাত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা নিশা ছমৰীয়া আৰু মন্দিৰা আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত মুঠ ১১টা গৰু জব্দ কৰিবলৈ সক...

অসম

মৈৰাবাৰীৰ ৱেল্ডিং ৱৰ্কশ্বপত ৫৫ হাজাৰ টকাৰ বিদ্যুৎ বিল!

মৰিগাঁও: মাত্ৰ চাৰি মাহৰ বিদ্যুৎ বিল ৫৫ হাজাৰ টকা অহাক কেন্দ্ৰ কৰি লাহৰীঘাট বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। মৈৰাবাৰীৰ ইব্ৰাহিম আলীৰ ‘পৰদেশী ৱেল্ডিং...

— ১১ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১২
অসম

শিৱসাগৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সপোন দেখিবলৈ আৰম্ভ কৰা এজাক শিশু, কিশোৰ কিশোৰীৰ শাৰীৰিক, মানসিক দক্ষতা বৃদ্ধিৰ সুন্দৰ প্ৰয়াস।

শিৱসাগৰ: যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ আসক্তিৰ পৰা আঁতৰাই শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলাৰ লগতে আৰক্ষী, ভাৰতীয় সেনা আৰু চি আৰ পি এফৰ দৰে বাহিনীত নিযুক্তিৰ বাবে...

অসম

বকোত কয়লাভৰ্তি অভাৰল'ডেড ট্ৰাকৰ দৌৰাত্ম্যক লৈ স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ

কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত হাহিম-বকো পথত প্ৰতিদিনে চলি থকা শ শ কয়লাভৰ্তি অভাৰল'ডেড ট্ৰাকৰ দৌৰাত্ম্যক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হ...

অসম

বদরপুৰ ৰে'ল ষ্টেচনত মহিলা সৰবৰাহৰ পৰিকল্পনা বিফল কৰিলে আৰক্ষীয়ে

মিজোৰামৰ দুই নাবালিকা আৰু এগৰাকী যুৱতীক সৰবৰাহৰ অভিযোগত এজন যুৱক আটক, ঘটনাক কেন্দ্ৰ কৰি নতুনকৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন। বদৰপুৰ ৰে'ল ষ্টেচনত মহিলা সৰবৰাহৰ অভিযোগত এক ব...

অসম

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিক প্ৰহাৰ কৰাৰ ঘটনাকলৈ তীব্ৰ চাঞ্চলয়্য সৃষ্টি ।

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিক প্ৰহাৰ কৰাৰ ঘটনাকলৈ তীব্ৰ চাঞ্চলয়্য সৃষ্টি । মাকুম,২৯ নৱেম্বৰ : বিতৰ্কই যেন লগ নেৰা হৈছে মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্য...

— ১২ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৩
দেশ

সোণৰ মূল্য হ্ৰাসৰ প্ৰভাৱ: দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ১৬ সপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত

সোণৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত দেখা দিয়া মূল্য হ্ৰাসৰ তীব্ৰ প্ৰভাৱ দেশৰ অৰ্থনীতিত পৰিছে। যাৰ ফলস্বৰূপে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ১৬ সপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ নামি আহিছে। ২০...

অসম

মৈৰাবাৰীৰ পৰা সন্ধানহীন ১১ বছৰীয়া শিশু শ্বাকিবুৰ ৰহমান, সন্ধান বিচাৰি পৰিয়ালৰ আহ্বান

মৰিগাঁও, ২৯ নৱেম্বৰঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা সন্ধানহীন হৈছে এগৰাকী ১১ বছৰীয়া শিশু। শনিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছে মৈৰাবাৰীৰ ৬নং ৱাৰ্ডৰ বাসিন্দা জছুম উদ্দিনৰ পুত্...

অসম

মিচিং স্পৰ্টছ কাৰ্নিভেলত দুৰ্নীতিৰ অভিযোগ নস্যাৎ টিএমপিকেৰ সভাপতি তিলক দলেৰ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৮ টা পৰিষদীয় সমষ্টিত সোমবাৰে অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ প্ৰাকক্ষণত মিচিং স্পৰ্টছ কাৰ্নিভেলক লৈ উত্থাপিত দুৰ্নীতিৰ অভিযোগ নস্যাৎ কৰিছে টাকা...

অসম

বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাংগাপানীৰ ইছমাইল হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪৭ সংখ্যক বিদ্যালয় সপ্তাহৰ সফল সামৰণি।

দক্ষিণ কামৰূপৰ ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰাংগাপানীৰ ইছমাইল হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৪৭ স...

— ১৩ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৪
অসম

ৰুকাচেন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লংকেশ্বৰ হাইনাৰীলৈ সন্মানীয় ডক্টৰেট বঁটা প্ৰদান।

হাওৰাঘাট ২৯ নবেম্বৰঃ কাৰ্বি পাহাৰৰ বুকুত জ্ঞানৰ আলোকেৰে সমাজখনক উদ্ভাসিত কৰা এগৰাকী নিষ্ঠাৱান শিক্ষাবিদৰ শিৰত আজি এক বিৰল সন্মানৰ মুকুট পিন্ধোৱা হয়। বকলীয়াঘাটস্থিত ৰুকা...

অসম

‘ডবল বিয়া’ৰ অভিনয়ৰ বাবে অসমত ৰাজপাল যাদৱ,জুবিন গাৰ্গৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱে অসমত উপস্থিত হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়নস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন গাৰ্গৰ সৃষ্টি আৰু প্ৰতিভাক স্মৰণ কৰি অভিনেতাগৰ...

অসম

সৰলাৰ‌সুঁতিত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট পুৰুষ-মহিলসহ প্ৰা ২০ জন আহতঃ এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ

দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সৰলাৰ‌সুঁতি চৰত ভয়ংকৰ মাৰপিটৰ ঘটনা। চৰ অঞ্চলৰ ভুমি বেদখল কৰাকলৈ দুটা ফৈদৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। মাৰপিটৰ ঘটনাত দুটা ফৈদৰ ২০ জনতকৈ অধ...

অসম

যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ

যোৰহাট, ২৯ নৱেম্বৰ: ২০২১ চনৰ ২৯ নৱেম্বৰত যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ নৃশংস হত্যাকাণ্ডই আজি পাঁচটা বছৰ গৰকিলে। যোৰহাট চহৰৰ নিৰ্মল চাৰিআলিত সংঘটিত...

— ১৪ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৫
দেশ

উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ প্ৰশ্নই নুঠে: ডাঃ হাবে টেৰণ

২৯ নৱেম্বৰ , ২০২৬ 'মই উপাধ্যক্ষ পদৰ পৰা কিয় পদত্যাগ কৰিম?' 'মহিলাগৰাকীৰে মোৰ কোনো সম্পৰ্ক নাই' 'সকলো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত'। উপাধ্যক্ষ ডাঃ হাবে টেৰণে নস্যাৎ কৰিলে মহ...

অসম

আছুৱে চান্দা লয় আৰু ল’বই: সভাপতি উৎপল শৰ্মাৰ স্পষ্ট মন্তব্য

গুৱাহাটী: আছুৱে চান্দা লয়, আছুৱে চান্দা লোৱাতো লুকুৱাবলগীয়া কথা নহয়।ৰাজনৈতিক দলৰ চান্দা তৰমুজৰ নিচিনা,আমাৰ চান্দা বাদাম গুটি বা বাকলিহে মাথো। সদৌ অসম ছাত্ৰ সন্থাই (আছু) চ...

অসম

বান সাহাৰ্য প্ৰদানৰ বিধায়ক অখিল গগৈৰ নাম ব্যৱহাৰেৰে ধন সংগ্ৰহ অসাধু চক্ৰৰ।

Sivasagar Breaking DATE 29/11/2026 অন কেমেৰা ফোনযোগে বান সাহাৰ্য প্ৰদানৰ প্ৰতিশ্ৰুতি অসাধু চক্ৰৰ। ফোনযোগে যোগাযোগ কৰাত ব্যক্তিজনৰ নাম গৌতম দাস বুলি জানিবলৈ দিয়ে। বান সাহ...

অসম

শিৱসাগৰ নগৰৰ বাবুপট্টিস্থিত ৰাইজৰ দলৰ জিলা কাৰ্য্যালয়ত ৰাইজৰ দলৰ মুখপাত্ৰ সন্দীপ গগৈৰ সংবাদমেল সম্বোধন

SIVASAGAR ASSAM DATE//29/11/2026 ১৯ জুলাইৰ প্ৰলয়ংকাৰী বানত সৰ্বশ্ৰান্ত হোৱা বানাক্ৰান্ত ৰাইজ বৰ্তমানেও চৰকাৰী সাহাৰ্যৰ বঞ্চিত হোৱা প্ৰসংগত সংবাদমেল আয়োজন। বান দুৰ্যোগৰ...

— ১৫ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৬
মনোৰঞ্জন

‘জুবিনক দেশৰ সকলো মানুহে ভাল পায়, ময়ো এগৰাকী জুবিনপ্ৰেমী’— ৰাজপাল যাদৱ

গুৱাহাটী, ২৯ নৱেম্বৰ: ‘জুবিনক দেশৰ সকলো মানুহে ভালপায়, ময়ো এগৰাকী জুবিনপ্ৰেমী, জুবিন গাৰ্গ প্ৰতিভাৰ এটা ভঁৰাল'। প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰিলে বলীউডৰ জনপ্...

অসম

ৰাজ্যিক মুৱাই থাইত সোণৰ পদক লাভ সোণাপুৰৰ জয়শ্ৰী বড়োৰ

২৩ সংখ্যক সদৌ অসম ৰাজ্যিক মুৱাই থাই চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি সোণাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰতিভাৱান খেলুৱৈ জয়শ্ৰী বড়োৱে। কাছাৰৰ শিলচৰত অনুষ্ঠিত এই ৰাজ্যিক প...

অসম

বৰমাৰ ৰাস মহোৎসৱত কৰ্তব্যৰত দুই আৰক্ষীক আক্ৰমণৰ অভিযোগ, গ্ৰেপ্তাৰ ৩ অভিযুক্ত

২৯ নৱেম্ববৰ , ২০২৬ বৰমা: বৰমাৰ ৰাস মহোৎসৱত কৰ্তব্যৰত দুই আৰক্ষীক আক্ৰমণৰ অভিযোগ, গ্ৰেপ্তাৰ ৩ অভিযুক্ত । বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত তৃতীয় বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱথলীত...

অসম

টিৰাপ সংৰক্ষিত বনাঞ্চলত পহু মাৰি দুই ব্যক্তি বন বিভাগৰ জালত। পলাতক তিনি অভিযুক্ত।

জাগুন, ২৯ নৱেম্বৰ:-- ডিগবৈ প্ৰাধিকাৰী বন সংমণ্ডলৰ অধীনস্থ লেখাপানী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত পহু মাৰি দুই ব্যক্তি লেখাপানী বন কৰ্মীৰ হা...

— ১৬ —
NewzNow ই-কাকত২৯ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৭
দেশ

সংসদৰ চাৰিদিনীয়া বিশেষ অধিৱেশন: উত্থাপন হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক

২৯ নৱেম্বৰ, ২০২৬ কাইলৈ লোকসভাৰ বিশেষ অধিৱেশন। উত্থাপন হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ (Delimitation) বিধেয়ক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বিধেয়কত দিলে অনুমোদন। ৩০ নৱেম্বৰৰ পৰা সং...

অসম

যোৰহাটত ২০২৬ত কেনেকৈ খহিল গৌৰৱ গগৈৰ ভোটৰ ভেটি? ২০২৪ত কংগ্ৰেছক আগবঢ়াই ৰখা ৫৫টা ভোটকেন্দ্ৰৰ অকথিত কাহিনী

যোৰহাটৰ নিৰ্বাচনী ফলাফল ইতিমধ্যে স্পষ্ট। বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ২৩,১৮২টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ গৌৰৱ গগৈক পৰাস্ত কৰিলে। কিন্তু এই ফলাফলৰ আঁৰৰ কাহিনী কেৱল সামগ্...

— ১৭ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৬৬টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (২৮ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং