← ই-কাকত ১ / ১৯
NewzNow
ই-কাকত২৮ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

ভূপেন হাজৰিকা অনুপ্ৰেৰণা আৰু জুবিন গাৰ্গ শক্তিৰ উৎস: হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিংবদন্তি সংগীতশিল্পী ড° ভূপেন হাজৰিকা আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সমাজ তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানক উচ্চ প্ৰশংসা কৰিছে। ভূপেন হাজৰিকাৰ সংগীতে মানুহক কাম কৰিবলৈ আৰু সমাজৰ প্ৰতি অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে জুবিন গাৰ্গৰ গীতে যুৱপ্ৰজন্মক নতুন শক্তি...

ৰাজনীতি

ছোনিয়া গান্ধীয়ে নাগৰিকত্ব লাভ কৰিছিল ১৯৮৩ চনত অথচ ১৯৮০ চনৰ ভোটাৰ তালিকাত আছিল নাম :দিল্লী আৰক্ষী

নতুন দিল্লী, ২৮ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ তিনি বছৰ পূৰ্বেই ১৯৮০ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ স...

ৰাজনীতি

বিৰোধী দলসমূহক বিভক্ত কৰি কেন্দ্ৰীয় চৰকাৰে আনিছে সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক: গৌৰৱ গগৈৰ অভিযোগ

নতুন দিল্লী, ২৮ নৱেম্বৰ: বিৰোধী ৰাজনৈতিক দলসমূহক দুৰ্বল কৰাৰ পাছত কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে পুনৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক অনাৰ প্ৰস্তুতি চলাইছে বুলি গুৰুতৰ অ...

দেশ

সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক ডিএমকেৰ সমৰ্থন: ষ্টেলিনক তীব্ৰ কটাক্ষ বিজয়ৰ দল টিভিকেৰ

চেন্নাই: কেন্দ্ৰৰ সংশোধিত Delimitation প্ৰস্তাৱক সমৰ্থন কৰাৰ সিদ্ধান্তক লৈ তামিলনাডুৰ ৰাজনীতিত নতুন বিতৰ্কৰ সূচনা হৈছে। বিৰোধী দল DMK-এ কেন্দ্ৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ নি...

— ১ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
ৰাজনীতি

লোকসভাৰ আসন ৮৫০লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিপজ্জনক: ৰাহুল গান্ধী

নতুন দিল্লী, ২৮ নৱেম্বৰ: লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱক দেশৰ গণতন্ত্ৰৰ বাবে বিপজ্জনক আখ্যা দিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল...

অসম

ডিএনএ পৰীক্ষাত সন্মতি উপাধ্যক্ষ হাবে টেৰণৰ, সন্তান নিজৰ বুলি প্ৰমাণিত হ’লে সকলো দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি

ডংকামোকাম, ২৮ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক হাবে টেৰণক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কই নতুন মোৰ লৈছে। এটি পাঁচ বছৰীয়া শিশুৰ পিতৃত্ব নিৰূপণৰ বাবে ডিএনএ...

ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ বিৰুদ্ধে বিৰোধীৰ ৰণকৌশল: খাৰ্গেৰ বাসগৃহত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠক

নতুন দিল্লী, ২৮ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিবলৈ লোৱা সমষ্টি পুনৰ্নিৰ্ধাৰণ সম্পৰ্কীয় সংবিধান সংশোধনী বিধেয়কৰ বিৰুদ্ধে উমৈহতীয়া স্থিতি গ্ৰহণৰ লক্ষ্যৰে শন...

অসম

জুবিন ক্ষেত্ৰত অখিল গগৈৰ প্ৰতিবাদ: মূল অভিযুক্তৰ জামিন নাকচৰ দাবী

সোণাপুৰ, ২৮ নৱেম্বৰ: প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শনিবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জুবিন গাৰ্গ ন্যায় সমিতিৰ উ...

— ২ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
ৰাজনীতি

‘নাৰী শক্তিক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিম’, মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ চৰকাৰঃ মোদী

নতুন দিল্লী, ২৮ নৱেম্বৰ: দেশৰ নাৰী শক্তিক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দৃঢ়প্ৰতিজ্ঞ। লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ...

ৰাজনীতি

শৰদ পাৱাৰৰ পক্ষত BJP, সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ কংগ্ৰেছৰ আক্ৰমণৰ প্ৰত্যুত্তৰ

মুম্বাই, ২৮ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক কেন্দ্ৰ কৰি বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ মাজত মতভেদ বৃদ্ধি পোৱাৰ সময়তে এনচিপি (এছপি)ৰ মুৰব্বী শৰদ পাৱাৰৰ পক্ষত থিয় দি...

আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তানৰ বিদ্যালয়ত বিস্ফোৰণ, ৭ শিক্ষাৰ্থীৰ মৃত্যু; আহত ৯৯জন

কাবুল, ২৮ নৱেম্বৰ: আফগানিস্তানৰ পূব প্ৰান্তৰ কুনাৰ প্ৰদেশৰ এখন বিদ্যালয়ত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত কমেও ৭ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে। শনিবাৰে সংঘটিত এই শোকাৱহ ঘটনাত...

অসম

ভাৰতত অবৈধভাৱে প্ৰৱেশ: নাইজেৰিয়াৰ নাগৰিকক এবছৰৰ কাৰাদণ্ড কাছাৰ আদালতৰ

গুৱাহাটী, ২৮ নৱেম্বৰ: বৈধ ভ্ৰমণ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত নাইজেৰিয়াৰ এগৰাকী ৪৪ বছৰীয়া নাগৰিকক কাছাৰ জিলাৰ এখন আদালতে এবছৰৰ কাৰাদণ্ড বিহিছে। কাৰাদণ্ডৰ লগত...

— ৩ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
উত্তৰ-পূৰ্বাঞ্চল

ম্যানমাৰত বাহৰ পতা সশস্ত্ৰ সংগঠনৰ মণিপুৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ, নতুন তদন্ত NIAৰ

ইম্ফল, ২৮ নৱেম্বৰ: মণিপুৰত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে ম্যানমাৰত বাহৰ পতা সশস্ত্ৰ সংগঠনৰ সম্ভাৱ্য সম্পৰ্ক সন্দৰ্ভত নতুনকৈ তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী স...

অসম

জৈছ-ই-মহম্মদৰে জড়িত গুজৰাটত শ্রীভূমিৰ যুৱকক গ্ৰেপ্তাৰ এ কে ৪৭, গুলী, ম'বাইল, ছিম জব্দ ৰাতাবাৰীৰ ঘৰত পিতৃক আটক

স্কোৱাডৰ (এ টি এছ) অভিযানৰ সময়ত মাৰণাস্ত্রসহ সন্ত্রাসবাদী সংগঠন জৈছ-এই-মহম্মদৰে জড়িত এজন যুৱক গ্ৰেপ্তাৰ হয়। সন্দেহযুক্ত সন্ত্রাসবাদীটোৱে ভাৰতীয় বায়ু সেনাৰ ঘাটিত আক্ৰমণৰ...

ৰাজনীতি

“মোদীয়ে চীনৰ দৰে ব্যৱস্থা গঢ়িব বিচাৰিছে, শেষ কৰিব গণতন্ত্ৰ”, সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ সৰৱ মল্লিকাৰ্জুন খৰ্গে

নতুন দিল্লী, ২৮ নৱেম্বৰ: প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল...

ব্যৱসায়-বাণিজ্য

আকৌ বিপদত বিছলেৰী! জলপাইগুড়িৰ প্ৰকল্পৰ পানীত কলিফৰ্ম বেক্টেৰিয়া, বিছলেৰীৰ বিৰুদ্ধে FSSAIৰ গোচৰ তৰাৰ নিৰ্দেশ

পশ্চিমবংগৰ জলপাইগুড়ি জিলাৰ তেলীপাৰা গাঁৱত থকা বিছলেৰী ইন্টাৰনেচনেলৰ প্ৰকল্পৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাত কলিফৰ্ম বেক্টেৰিয়া ধৰা পৰিছে। এই ঘটনাৰ পিছতে প্ৰতিষ্ঠানটোৰ বিৰু...

— ৪ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
অসম

২৯ বছৰৰ মূৰত সঞ্জয় ঘোষ হত্যাকাণ্ডৰ গোচৰত ৰায়, আলফা নেতা ফটিক হাতীমতাক যাৱজ্জীৱন কাৰাদণ্ড

প্ৰায় ২৯ বছৰৰ মূৰত ন্যায় লাভৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি ঘটিল মাজুলীৰ সমাজকৰ্মী সঞ্জয় ঘোষ হত্যাকাণ্ডৰ গোচৰত। দীৰ্ঘদিন ধৰি চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত শনিবাৰে CBI...

দেশ

৫,৬৭৫ কোটিৰ প্ৰকল্প কাগজে-কলমে ৫৬.৭৫ কোটি: Adani Green-ৰ শপতনামাত ২২৫ কোটি কমিল বাঘ সংৰক্ষণৰ পুঁজি

৫,৬৭৫ কোটি টকাৰ এটা বিশাল জলবিদ্যুৎ প্ৰকল্পৰ খৰচ এখন মাত্ৰ শপতনামাতেই কাগজে-কলমে ৯৯ শতাংশ কমি মাত্ৰ ৫৬.৭৫ কোটি টকা কেনেকৈ হ’ব পাৰে? দশমিকৰ এই অদ্ভুত অংকটোৱেই এতিয়া জোকাৰ...

অনুসন্ধান

AI-ত গোপন তথ্য দিছে নেকি? ‘ডেটা নাথাকে’ বুলি প্ৰতিশ্ৰুতি দি ধৰা পৰিল চীনা AI MiniMax— ওলাল ব্যক্তিগত লিংক

আজিকালি চফটৱেৰ ডেভেলপাৰ, সাংবাদিক, অধিবক্তা বা ব্যৱসায়ীয়ে নিজৰ গুৰুত্বপূৰ্ণ কামত এআই (AI) ব্যৱহাৰ কৰাটো তেনেই সাধাৰণ কথা। যিকোনো গোপন ফাইল বা অফিচৰ তথ্য এআই-ত দিয়াৰ আগ...

অনুসন্ধান

জীৱন বচোৱা ষ্টেণ্ট-পেচমেকাৰেই মাতিছে অজান বিপদ? ১২ হাজাৰ অঘটন গাপ দিলে কোম্পানীয়ে, চকু মুদি থাকিল আমেৰিকা

গুৱাহাটী, মুম্বাই বা বেংগালুৰুৰ কোনো ডাঙৰ চিকিৎসালয়ত যেতিয়া হৃদযন্ত্ৰত ষ্টেণ্ট লগোৱা, পেচমেকাৰ বহুওৱা বা আঁঠু সলনি কৰা অস্ত্ৰোপচাৰৰ কথা ওলায়, তেতিয়া ৰোগীৰ পৰিয়ালে সা...

— ৫ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
আন্তঃৰাষ্ট্ৰীয়

সংখ্যাগৰিষ্ঠতা হেৰুৱালে প্ৰধানমন্ত্ৰীৰ মিত্ৰজোঁটে! সলনি হ'ব নিউজিলেণ্ডৰ চৰকাৰ ?

ৱেলিংটন, ২৮ নৱেম্বৰ: নিউজিলেণ্ডৰ সাধাৰণ নিৰ্বাচনৰ চূড়ান্ত ফলাফলত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটে। চৰকাৰ গঠন কৰি...

আন্তঃৰাষ্ট্ৰীয়

ইজিপ্তৰ ৰাজপথত তেলবাহী টেংকাৰ দুৰ্ঘটনাত ভয়ংকৰ অগ্নিকাণ্ড: নিহত ৩১, আহত ২১ জন

কাইৰো, ২৮ নৱেম্বৰ: ইজিপ্তৰ ৰাজধানী কাইৰোৰ উপকণ্ঠৰ এখন ব্যস্ত ৰাজপথত তেল পৰিবাহী টেংকাৰ বাগৰি পৰাৰ পিছতে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৩১ জন লোকৰ মৃত্যু হৈছে। এই ভয়াৱ...

আন্তঃৰাষ্ট্ৰীয়

ম্যানমাৰত বিয়াৰ অনুষ্ঠানত সামৰিক বাহিনীৰ বিমান আক্ৰমণ, নিহতৰ সংখ্যা ১৭জনলৈ বৃদ্ধি পোৱাৰ আশংকা

নেপিড’, ২৮ নৱেম্বৰ: ম্যানমাৰত এটি বিবাহ অনুষ্ঠানৰ প্ৰস্তুতি চলি থকাৰ সময়তে দেশখনৰ সামৰিক বাহিনীয়ে চলোৱা বিমান আক্ৰমণত কেইবাজনো লোক নিহত হৈছে। সংঘাতপীড়িত অঞ্চলটোত শনিবা...

উত্তৰ-পূৰ্বাঞ্চল

ধৰ্ষণৰ অভিযোগ! BJP বিধায়ক ছানবৰ শ্বুল্লাইৰ অগ্ৰীম জামিন আবেদনৰ ৰায় ৩০ নৱেম্বৰত

শ্বিলং, ২৮ নৱেম্বৰ: মেঘালয়ৰ উত্তৰ শ্বিলং সমষ্টিৰ BJP বিধায়ক ছানবৰ শ্বুল্লাইৰ আগতীয়া জামিন আবেদনৰ ৰায়দানৰ বাবে ৩০ নৱেম্বৰৰ দিনটো ধাৰ্য কৰিছে শ্বিলঙৰ সত্ৰ আদালতে। অন্যা...

— ৬ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
দেশ

নয়ডাত চাইবাৰ প্ৰৱঞ্চনা চক্ৰৰ কবলৰ পৰা ২৩৬ বিদেশী নাগৰিকক উদ্ধাৰ আৰক্ষীৰ

নতুন দিল্লী, ২৮ নৱেম্বৰ: চাকৰিৰ প্ৰলোভনেৰে ভাৰতলৈ আনি চাইবাৰ প্ৰৱঞ্চনাৰ কামত লগোৱা এটা চক্ৰৰ কবলৰ পৰা ২৩৬গৰাকী বিদেশী নাগৰিকক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ নয়ডাৰ...

দেশ

সোণম ৰঘুবংশীৰ বিৰুদ্ধে Arms Actৰ গোচৰ পুনৰ চলোৱাৰ দাবী মেঘালয় চৰকাৰৰ, উচ্চ ন্যায়ালয়ৰ জাননী

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত সোণম ৰঘুবংশী আৰু আন দুজন অভিযুক্তক অস্ত্ৰ আইনৰ অভিযোগৰ পৰা অব্যাহতি দিয়া নিম্ন আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মেঘালয় উচ্চ ন্যায়ালয়...

মনোৰঞ্জন

বিশ্বৰ প্ৰথমগৰাকী ক্ৰিয়েটৰ হিচাপে ১০ লাখ পেইড ছাবস্ক্ৰাইবাৰ লাভ ভাৰতীয় কমেডিয়ান সময় ৰাইনাৰ

নতুন দিল্লী, ২৮ নৱেম্বৰ: ইউটিউবত এক নতুন বিশ্ব অভিলেখ গঢ়িছে ভাৰতীয় কমেডিয়ান সময় ৰাইনাই। বিশ্বৰ প্ৰথমগৰাকী ক্ৰিয়েটৰ হিচাপে তেওঁৰ ইউটিউব চেনেলত মাহেকীয়া মাচুল পৰিশোধ...

দেশ

ৰেগিঙৰ অভিযোগত ৩৮ MBBS শিক্ষাৰ্থীক ৩ মাহৰ বাবে নিলম্বন, প্ৰতিগৰাকীৰ ওপৰত ২৫ হাজাৰ টকাকৈ জৰিমনা

লক্ষ্ণৌ, ২৮ নৱেম্বৰ: কনিষ্ঠ শিক্ষাৰ্থীক ৰেগিং কৰাৰ অভিযোগত লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্ছিটী (কেজিএমইউ) কৰ্তৃপক্ষই ৩৮গৰাকী এমবিবিএছ শিক্ষাৰ্থীক তিনি মাহৰ বাবে নিলম্ব...

— ৭ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
ৰাজনীতি

ভাৰতত এজন সাংসদৰ দৰমহা কিমান? মাহিলি দৰমহাৰ লগতে কি কি সুবিধা লাভ কৰে MP-এ?

মাহে ১.২৪ লাখ টকাৰ মূল দৰমহা! সমষ্টি ভাট্টা ৮৭ হাজাৰ, কাৰ্যালয় পৰিচালনাৰ বাবে ৭৫ হাজাৰ টকা। ইয়াৰ উপৰি আছে বিনামূলীয়া বাসস্থান, চিকিৎসা, ৰে'ল আৰু বিমান যাত্ৰাৰ সুবিধা।...

ৰাজনীতি

পাক অধিকৃত কাশ্মীৰত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ প্ৰস্তাৱ, দখলমুক্ত হ’লেহে কাৰ্যকৰী হ’ব নতুন ব্যৱস্থা

নতুন দিল্লী, ২৮ নৱেম্বৰ: পাকিস্তানৰ দখলত থকা জম্মু-কাশ্মীৰৰ ভূখণ্ড দখলমুক্ত হ'লে তাত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰস্তাৱিত 'ড...

ৰাজনীতি

কলকাতাত তৃণমূল কংগ্ৰেছৰ নিৰ্মাণৰত মুখ্য কাৰ্যালয় ছীল আৰক্ষীৰ

কলকাতা, ২৮ নৱেম্বৰ: কলকাতাৰ টপছিয়া অঞ্চলত থকা তৃণমূল কংগ্ৰেছৰ নিৰ্মাণৰত মুখ্য কাৰ্যালয়টো ছীল কৰিছে কলকাতা আৰক্ষীয়ে। পৌৰ নিগমৰ প্ৰয়োজনীয় অনুমতিপত্ৰ নথকাৰ অভিযোগ তুলি...

দেশ

তিৰুপৰনকুন্দ্ৰমত কাৰ্তিগাই দীপম প্ৰজ্বলনৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ, পাহাৰৰ সুৰক্ষাত চিআৰপিএফ মোতায়েন

মাদুৰাই: তামিলনাডুৰ মাদুৰাইস্থিত ঐতিহাসিক তিৰুপৰনকুন্দ্ৰম পাহাৰৰ দীপথুন শিলাস্তম্ভত পৰম্পৰাগত কাৰ্তিগাই দীপম প্ৰজ্বলনৰ অনুমতি প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। পাহাৰখনৰ...

— ৮ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
উত্তৰ-পূৰ্বাঞ্চল

শ্বিলঙত কিশোৰৰ মৃত্যুৰ গোচৰত টিউচন শিক্ষকৰ বিৰুদ্ধে দাখিল চাৰ্জশ্বীট

শ্বিলং, গুৱাহাটী: শ্বিলঙত ১৬ বছৰীয়া কিশোৰ একাংশ জিন্দালৰ ড্ৰাগছ সেৱনজনিত অস্বাভাৱিক মৃত্যুৰ ঘটনাত দাখিল কৰা চাৰ্জশ্বীটত এজন টিউচন শিক্ষকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। শ্বিল...

অনুসন্ধান

ফ্লেট-প্লট কিনিছে নেকি? ৪৮ ঘণ্টাত ED-ৰ ১,২৪৮ কোটি জব্দ: Ozone Urbana-Vatika-ৰ নক্সা সলনিৰ কৌশল ফাদিল

দেশৰ অগণন মধ্যবিত্ত পৰিয়ালৰ বাবে নিজাকৈ এটা ফ্লেট বা এটুকুৰা মাটি কিনা মানে জীৱনজোৰা সঞ্চয় আৰু ২০ বছৰীয়া বেংক ঋণৰ বোজা। অথচ বহু ক্ষেত্ৰত সেই সপোনৰ অট্টালিকা আধৰুৱা কংক...

দেশ

কাগজে-কলমে ৯৯% উধাও ৫,৬৭৫ কোটির প্রকল্প ব্যয়: Adani Green-এর এক হলফনামায় কী ভাবে ২২৫ কোটি টাকা হারাল?

একটি মাত্র নোটারাইজড হলফনামায় ৫,৬৭৫ কোটি টাকার বিশাল জলবিদ্যুৎ প্রকল্পের ব্যয় কী ভাবে কাগজে-কলমে ৯৯ শতাংশ কমে মাত্র ৫৬.৭৫ কোটি টাকা হয়ে যেতে পারে? দশমিকের এই অদ্ভুত অঙ্ক...

দেশ

বৰোদৰাত গ্ৰেপ্তাৰ জেহাদী ছাহাৰুল : শ্ৰীভূমিৰ পূব টঙ্গিবাৰীৰ বাসগৃহত গুজৰাট এটিএছৰ অভিযান

শ্ৰীভূমি, ২৮ নৱেম্বৰ: গুজৰাটৰ বৰোদৰাস্থিত ভাৰতীয় বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসমৰ যুৱক ছাহাৰুল ইছলামৰ বাসগৃহত অভিযান চলাইছে গুজৰাটৰ সন...

— ৯ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
অসম

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি কাইলৈ দিল্লীত, এবছৰজোৰা আয়োজনত কি কি কৰিলে চৰকাৰে?

ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীলৈ। গীত, সংগীত, সাংস্কৃতিক অনুষ্ঠান, স্মাৰক মুদ্ৰা, সংগ্ৰহালয় আৰু নতুন প্ৰতিষ্ঠান গঢ়াৰ পৰিকল্পনাৰে এটা বছৰ ধৰি চলিল ভাৰতৰত্ন ড০ ভূ...

অসম

নাবালিকাক অপহৰণ আৰু ধৰ্ষণৰ গোচৰত যুৱকক ১০ বছৰৰ কাৰাদণ্ড কাছাৰ আদালতৰ

শিলচৰ: এগৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ গোচৰত কাৰ্তিক দাস ওৰফে পঙ্কু নামৰ এজন যুৱকক ১০ বছৰৰ কাৰাদণ্ড বিহিছে কাছাৰৰ বিশেষ আদালতে। শুকুৰবাৰে বিশেষ ন্যায়াধীশ বিপ্ৰজিত...

অসম

গুৱাহাটী মাৰাথনক লৈ সৰুসজাইত ব্যাপক প্ৰস্তুতি, ২৯ নৱেম্বৰত আৰম্ভ হ'ব দৌৰ

গুৱাহাটী, ২৭ নৱেম্বৰ: দেওবাৰ, ২৯ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী মাৰাথনক লৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰস্তুতি তুংগত উঠিছে। এই প্ৰতিযোগিতাৰ আৰম্ভণি স্থান হ...

অসম

গুৱাহাটীত যান-বাহন আৰক্ষীৰ কঠোৰ ব্যৱস্থাৰ পাছতো একাংশ দুচকীয়া বাহন আৰোহীয়ে নিপিন্ধে হেলমেট

গুৱাহাটী, ১৫ মাৰ্চ: গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত হেলমেট সম্পৰ্কীয় নিয়মসমূহ কঠোৰভাৱে প্ৰয়োগ কৰাৰ লগতে জৰিমনা বিহাৰ পাছতো হেলমেটবিহীন যাত্ৰাই পথ সুৰক্ষাক লৈ উদ্বেগ...

— ১০ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
অসম

গুৱাহাটী কমাৰ্চ কলেজ পৰিদৰ্শন বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ, সমস্যা সমাধানৰ আশ্বাস

নতুন গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই ২৭ নৱেম্বৰত গুৱাহাটী কমাৰ্চ কলেজ পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনত উপস্থিত হৈ তেওঁ অধ্যক্ষ, শিক্ষক গোট, কৰ্মচাৰী, ছাত্ৰ একতা...

অসম

বিহালী অভয়াৰণ্যত পুনৰ অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা।

বিহালী সংৰক্ষিত বনাঞ্চলত অসমৰ বনকৰ্মীৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনাঞ্চলখন পৰিদৰ্শন কৰাৰ পাছতেই ৰাধাচু বন শিবিৰৰ কৰ্মীক লক্...

অসম

গুৱাহাটীত পিষ্টলৰ আৰ্হিৰ এয়াৰ গান দেখুৱাই দোকানত ডকাইতি, গ্ৰেপ্তাৰ জিমৰ ব্যক্তিগত প্ৰশিক্ষক

গুৱাহাটী, ২৮ নৱেম্বৰ: মহানগৰীৰ বৰা ছাৰ্ভিচ অঞ্চলৰ সমীপত পিষ্টলৰ আৰ্হিৰ এয়াৰ গান দেখুৱাই এখন ডিপাৰ্টমেণ্টেল ষ্ট’ৰত ডকাইতি কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আ...

অসম

এনডিএ ৩.০ চৰকাৰৰ ২০০ দিন সম্পূৰ্ণ: চৰকাৰে কি কি কৰিলে খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ২৮ নৱেম্বৰ: অসমত এনডিএ ৩.০ চৰকাৰৰ ২০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি, বিনিয়োগ, আন্তঃগাঁথনি উন্নয়ন আৰু নিৰাপত্তা ব্যৱস্থাৰ খতি...

— ১১ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১২
অসম

গুৱাহাটীৰ লাচিত ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

গুৱাহাটী, ২৮ নৱেম্বৰ: গুৱাহাটীৰ লাচিত ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত উদ্ধাৰ হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ। শনিবাৰে পুৱা প্ৰায় ১১.৩০ বজাত নদী আৰক্ষীয়ে অভিযান চলাই...

অসম

বহুভাষিক পণ্ডিত পূজ্য এ.পান্নাচাৰা ভিক্ষুৰ মহাপ্ৰয়াণ: শৈক্ষিক-আধ্যাত্মিক জগতত অপূৰণীয় শূন্যতা

বহুভাষিক পণ্ডিত পূজ্য এ.পান্নাচাৰা ভিক্ষুৰ মহাপ্ৰয়াণ: শৈক্ষিক-আধ্যাত্মিক জগতত অপূৰণীয় শূন্যতা মাৰ্ঘেৰিটা সমজিলাৰ ৩ নং মাকুম পথাৰস্থিত মাছেগাঁও বৌদ্ধ বিহাৰৰ প্ৰধান ভিক্ষ...

অসম

যোৰহাটত ডেলিভাৰী দিবলগীয়া ৫০ টন কয়লা মৰিগাঁৱৰ ইটা ভাটাত! চালকৰ বিৰুদ্ধে আত্মসাতৰ অভিযোগ

মৰিগাঁও, ২৮ নৱেম্বৰঃ মৰিগাঁও জিলাত কয়লাৰ অবৈধ বেহাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। যোৰহাটত ডেলিভাৰী দিবলগীয়া প্ৰায় ৫০ টন কয়লা মৰিগাঁৱৰ গৰৈমাৰিস্থিত SBI নামৰ...

অসম

এক্সেলেন্ট একাডেমী, সোণতলীৰ সপ্তম সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি ও বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন।

দক্ষিণ কামৰূপৰ সোণতলীস্থিত অগ্ৰণী শিক্ষানুষ্ঠান এক্সেলেন্ট একাডেমীৰ সপ্তম সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটি আজি উলহ-মালহ আৰু বৰ্ণাঢ্য পৰিৱেশৰ ম...

— ১২ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৩
অসম

কোকৰাঝাৰত ১ ডিচেম্বৰৰ পৰা উত্তৰ-পূব ৰাষ্ট্ৰীয় গ্ৰন্থমেলা, বডোলেণ্ড-২০২৬

বিটিচি চৰকাৰৰ শিক্ষা বিভাগ আৰু নৰ্থ-ইষ্ট পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গিল্ডৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলাখন। অহা ১ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈকে মুঠ ৯ দিনীয়া...

অসম

জন্মদাতা পিতৃ-মাতৃৰ সন্ধানত ৩৫ বছৰৰ মূৰত গুৱাহাটীত উপস্থিত বেলজিয়ামৰ মহিলা চান্ধা

গুৱাহাটী, ২৮ নৱেম্বৰ: শৈশৱতে অসম এৰি বেলজিয়ামলৈ যোৱা এগৰাকী মহিলাই প্ৰায় ৩৫ বছৰৰ পিছত নিজৰ জন্মদাতা পিতৃ-মাতৃৰ সন্ধানত পুনৰ গুৱাহাটীত উপস্থিত হৈছে। চান্ধা নামৰ মহিলাগৰা...

অসম

গুৱাহাটীৰ খানাপাৰাত আৰম্ভ হ'ল ১৭ সংখ্যক অসমী সৰস মেলা

গুৱাহাটী: দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত শিল্প, হস্তশিল্প আৰু থলুৱা সামগ্ৰীৰ সমাহাৰেৰে গুৱাহাটীৰ খানাপাৰাত আৰম্ভ হৈছে ১৭ সংখ্যক অসমী সৰস মেলা। খানাপাৰাস্থিত পশু চিকিৎসা...

অসম

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত সৌন্দৰ্যবৰ্ধনৰ মাজতে প্ৰদূষণৰ ভয়াৱহ ছবি

গুৱাহাটী: গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে চৰকাৰে বৃহৎ ধন বিনিয়োগ কৰিছে যদিও নদীখনৰ প্ৰদূষণ এতিয়াও এক গুৰুতৰ সমস্যা হৈয়ে আছে। নদীৰ পাৰত প্লাষ্টিক, পলিথি...

— ১৩ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৪
অসম

হাফলং চৰকাৰী মহাবিদ্যালয়ত যুৱ সংবাদ: সংবিধান দিৱসত ২০৪৭ চনৰ বিকশিত ভাৰত সম্পৰ্কে আলোচনা

হাফলং, ২৭ নৱেম্বৰ: সংবিধান দিৱসৰ উপলক্ষে ডিমা হাছাও জিলাৰ হাফলং চৰকাৰী মহাবিদ্যালয়ত বৃহস্পতিবাৰে ‘বিকশিত ভাৰত যুৱ সংবাদ’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। মাই ভাৰত...

অসম

বোকাখাতত ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা আৰু ৰঙামাটি টোল গেটক লৈ তীব্ৰ ক্ষোভ

বোকাখাত, গোলাঘাট: কাজিৰঙাৰ ৰঙাজানত শেহতীয়াকৈ সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ২৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হোৱা ঘটনাই গোলাঘাট জিলাৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয...

অসম

শীতৰ আগমনৰ লগে লগে শিৱসাগৰৰ ঐতিহাসিক পহুগড়ত পৰিভ্ৰমী চৰাইৰ কলৰৱ

শিৱসাগৰ: শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে শিৱসাগৰৰ ঐতিহাসিক পহুগড়। দূৰ-দূৰণিৰ পৰা অহা শীতকালীন অতিথি চৰাইৰ উপস্থিতিয়ে পহুগড়ৰ জলাশয়সমূহৰ সৌন্দ...

অসম

কলিয়াবৰৰ বৰঘূলীত মিনি ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত এজন

কলিয়াবৰৰ বৰঘূলীত ভয়ংকৰ পথ দুৰ্ঘটনা: গুৰুতৰভাৱে আহত বাইক আৰোহী, পথ অৱৰোধ কৰি প্ৰতিবাদ নগাঁও: নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘূলীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন মিনি ট্...

— ১৪ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৫
অসম

চৰাইদেউৰ ঐতিহাসিক এঙেৰা খাট পথাৰলৈ যাতায়াত সুচল কৰিবলৈ কৃষকৰ শ্ৰমদান

চৰাইদেউ জিলাৰ ঐতিহাসিক এঙেৰা খাট পথাৰলৈ অহা-যোৱা কৰাৰ অসুবিধা দূৰ কৰিবলৈ স্থানীয় কৃষিজীৱী ৰাইজে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। খেতিপথাৰখনলৈ যাতায়াত সুচল কৰাৰ উদ্দেশ...

অসম

জোনাইত বন বিভাগৰ অভিযানঃ উদ্ধাৰ প্ৰায় ৭ কিলোগ্ৰাম দুষ্প্ৰাপ্য চেং মাছ

ধেমাজি: ধেমাজি জিলাৰ জোনাইত বন বিভাগে এক অভিযান চলাই প্ৰায় ৭ কিলোগ্ৰাম দুষ্প্ৰাপ্য চেং মাছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোত অবৈধভাৱে দুষ্প্ৰাপ্য প্ৰজাতিৰ মাছ চিকাৰ কৰি...

অসম

চানডুবি বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ চৰকাৰলৈ প্ৰস্তাৱ বন বিভাগৰ

আমিনগাঁও, ২৮ নৱেম্বৰ: কামৰূপ জিলাৰ ঐতিহাসিক চানডুবি বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জলাশয় হিচাপে ৰামছাৰ ক্ষেত্ৰৰ মান্যতা দিয়াৰ বাবে বন বিভাগে ৰাজ্য চৰকাৰলৈ এক প্ৰস্তাৱ প্...

অসম

ৰাসোৎসৱক লৈ সত্ৰনগৰী মাজুলীত ব্যাপক উছাহ

মাজুলী: শ্ৰীকৃষ্ণৰ ৰাসলীলাক কেন্দ্ৰ কৰি ঐতিহ্যমণ্ডিত নদীদ্বীপ মাজুলীত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ। ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু উদযাপনেৰে এতিয়া উৎসৱমুখৰ হৈ পৰিছে স...

— ১৫ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৬
অসম

লামডিঙ-বদৰপুৰ পাহাৰীয়া অংশত মালবাহী ৰে'ল লাইনচ্যুত: ১১ খন ৰে'ল বাতিল

লামডিঙ, ২৮ নৱেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিঙ সংমণ্ডলৰ অন্তৰ্গত লামডিঙ-বদৰপুৰ পাহাৰীয়া ৰে'লপথত শুকুৰবাৰে নিশা এক মালবাহী ৰে'লৰ দবা লাইনচ্যুত হোৱাৰ ফলত ৰে'ল চলাচল...

অসম

ঢকুৱাখনাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ, চৰকাৰক বাস্তৱ পদক্ষেপ গ্ৰহণৰ দাবী চুতীয়া যুৱ সন্মিলনৰ

লখিমপুৰ, ৭ মাৰ্চ: ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে চৰকাৰক কেৱল আশ্ব...

অসম

বিশ্বনাথৰ ভিতৰুৱা অঞ্চলত খিলঞ্জীয়া শিক্ষাৰ্থীৰ বাবে নিৰ্মাণ কৰা হৈছে হোষ্টেল

বিশ্বনাথ, ২৮ নৱেম্বৰ: বিশ্বনাথ জিলাৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এক ভিতৰুৱা অঞ্চলত খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি হোষ্টেল নিৰ্মাণ কৰা হৈছে। শিক্ষা গ্ৰহণৰ সময়ত যাতে খিলঞ্...

অসম

জাগীৰোডৰ এজনসহ ভুৱা মাৰ্কশ্বীট চক্ৰৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ চিআইডিৰ

গুৱাহাটী: অসমত দশম শ্ৰেণীৰ ভুৱা মাৰ্কশ্বীট আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰা এক বৃহৎ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) শুকুৰবাৰে...

— ১৬ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৭
অসম

২০২৭ চনৰ জানুৱাৰীৰ পৰা হৰ্ণমুক্ত চহৰ হিচাপে গঢ়ি তোলা হ'ব কোকৰাঝাৰক

কোকৰাঝাৰ, ২৭ নৱেম্বৰ: ২০২৭ চনৰ জানুৱাৰী মাহৰ পৰা কোকৰাঝাৰ চহৰক হৰ্ণমুক্ত চহৰ হিচাপে ঘোষণা কৰা হ'ব। শুকুৰবাৰে জিলা প্ৰশাসনে আয়োজন কৰা এক পথ সুৰক্ষা সজাগতা কাৰ্যসূচীত অংশ...

অসম

হাইলাকান্দিত ২ কোটি টকাৰ হেৰ’ইনসহ আৰক্ষীৰ জালত দুজন

হাইলাকান্দি: ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে হাইলাকান্দি জিলাত লাভ কৰিছে বৃহৎ সফলতা। অসম-মিজোৰাম সীমান্তত চলোৱা নাকা তালাচীৰ সময়ত এখন ট্ৰাকৰ ইন্ধনৰ...

অসম

যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, বিলাসীপাৰাৰ এজনৰ মৃত্যু আৰু তিনিজন আহত

ধুবুৰী, ২৮ নৱেম্বৰ: যোগীঘোপাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নৰনাৰায়ণ সেতুৰ সমীপত আজি পুৱতি নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এজন লোক থিতাতে নিহত হ...

অসম

একশ্যন মুডত ডিগবৈ পৌৰসভা। ডাম্পিং গ্ৰাউণ্ড সদৃশ কৰ্দয্যময় লাচিত নগৰত চলালে চাফাই অভিযান।

ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত ডিগবৈ লাচিত নগৰত আজি পুৱাৰ ভাগত একশ্যন মুডত পৰিলক্ষিত হল ডিগবৈ পৌৰসভা। ডিগবৈ চহৰৰ লাচিত নগৰলৈ সোমোৱা পথছোৱাৰ কাষৰ খালী মাটিডোখৰত একাংশ লোকে দীৰ্ঘ...

— ১৭ —
NewzNow ই-কাকত২৮ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৮
অসম

জিলা আয়ুক্তৰ নকল ছীল, একেদিনাই ক’লা ধন বগা কৰা কৌশল আৰু ঠিকাদাৰৰ কমিছন: পাঁচদিনীয়া অভিযানত উদং হ’ল অসমৰ প্ৰশাসনত দুৰ্নীতিৰ গোপন জাল

চৰকাৰী ব্যৱস্থাত দুৰ্নীতি কেতিয়াও হঠাৎ গজি উঠা বিচ্ছিন্ন ঘটনা নহয়—বৰং জিলা কোষাগাৰ, ৰাজহ চক্ৰ আৰু অভিযান্ত্ৰিক বিভাগৰ বিল পাছ হোৱা টেবুলৰ চিনাকি সুৰুঙাবোৰেদি ই পানীৰ দৰ...

— ১৮ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৬৯টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (২৭ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং