✂ আজিৰ খবৰৰ কাটিং

২৫ নৱেম্বৰ ২০২৬ · ৫৫টা কাটিং — টিপি ফোনত সাঁচি থওক বা শ্বেয়াৰ কৰক।

পুনৰ ট্ৰাম্পৰ শুল্ক বোমা! ভাৰতৰ সামগ্ৰীৰ ওপৰত ২৫%, চীনৰ বাবে ৪০% পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ ট্ৰাম্প প্ৰশাসনৰ
সাঁচি থওক খবৰটো পঢ়ক →
প্ৰথমে পৰকীয়া প্ৰেম, তাৰ পাছত সন্তান জন্ম! বিধানসভাৰ উপাধ্যক্ষ ড০ হাবে টেৰণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী মহিলাৰ
সাঁচি থওক খবৰটো পঢ়ক →
SP-কংগ্ৰেছৰ আসন ভাগ-বাটোৱাৰাত নতুন জটিলতা! আমেঠী-ৰায়বেৰেলীৰ ১০খন আসনক লৈ মতানৈক্য
সাঁচি থওক খবৰটো পঢ়ক →
‘এতিয়া নহয়’—উমৰ খালিদ আৰু শাৰ্জিল ইমামৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
সাঁচি থওক খবৰটো পঢ়ক →
লক্ষ্ণৌত মল্লিকাৰ্জুন খৰ্গেৰ ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ অনুমতি নিদিলে আৰক্ষীয়ে
সাঁচি থওক খবৰটো পঢ়ক →
ৰাহুল গান্ধীৰ নাম থকা লেখা পোষ্টত বাধা দিয়াৰ অভিযোগ: কংগ্ৰেছৰ সৈতে মেটাৰ বৈঠক
সাঁচি থওক খবৰটো পঢ়ক →
বছৰি ১,৫০০ ড্ৰোন আৰু ৩০০ বাংকাৰ: ৰঙিয়াত আৰম্ভ হ'ল প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ প্ৰকল্প
সাঁচি থওক খবৰটো পঢ়ক →
ভাৰত মধ্যপন্থী ইছলামৰ এক আদৰ্শ হ'ব পাৰে: ভাৰত-ইজিপ্ত সন্মিলনত বিশেষজ্ঞৰ মত
সাঁচি থওক খবৰটো পঢ়ক →
দেশজুৰি ৩২৪টা ঔষধৰ নমুনা মানদণ্ড পৰীক্ষাত ব্যৰ্থ, অসমতো নকল ঔষধ চিনাক্ত
সাঁচি থওক খবৰটো পঢ়ক →
নৱোদয় বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ: অধ্যক্ষৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজু
সাঁচি থওক খবৰটো পঢ়ক →
সৌৰভ দাসক পাছপ’ৰ্ট সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ৰ
সাঁচি থওক খবৰটো পঢ়ক →
বিকিনিৰ ওপৰত ‘ওঁ’ আৰু ত্ৰিশূলৰ চিহ্ন থকা চাৰং, ছুপাৰমডেলৰ কাণ্ডকলৈ তীব্ৰ বিতৰ্ক
সাঁচি থওক খবৰটো পঢ়ক →
বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ ২৪ ঘণ্টাৰ ভিতৰত পদত্যাগ দাবী অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ
সাঁচি থওক খবৰটো পঢ়ক →
ভাৰতৰ উন্নতি বিশ্বৰ কোনো শক্তিশালী দেশে নিবিচাৰে: আৰএছএছ প্ৰধান মোহন ভাগৱত
সাঁচি থওক খবৰটো পঢ়ক →
হিন্দু মহিলা শিৰৰ সেন্দূৰক লৈ অশ্লীল মন্তব্য ইউটিউবাৰ, কমেডিয়ান যশ মহেশ্বৰীৰ, পাটনাত এজাহাৰ
সাঁচি থওক খবৰটো পঢ়ক →
যোৰহাট আৰু শিলচৰত দুটা ডাটা চেণ্টাৰ নিৰ্মাণ কৰিব এয়াৰটেলে, বিনিয়োগ হ’ব ৪৫৫ কোটি টকা
সাঁচি থওক খবৰটো পঢ়ক →
গুৱাহাটীৰ জয়ানগৰত ভাঙি পেলোৱা হ'ল জুবিন গাৰ্গৰ স্মৃতি বিজড়িত বৃন্দাবন মাৰ্কেট
সাঁচি থওক খবৰটো পঢ়ক →
শিলচৰৰ ডলুত নতুন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন, ব্যয় হ'ব ২,০১৪ কোটি টকা
সাঁচি থওক খবৰটো পঢ়ক →
অস্কাৰৰ দৌৰত ‘ৰামায়ণ’: শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান লাভ
সাঁচি থওক খবৰটো পঢ়ক →
শিশুৰ যৌন নিৰ্যাতনৰ গোচৰত মেঘালয়ত অভিযুক্তক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড
সাঁচি থওক খবৰটো পঢ়ক →
অস্কাৰৰ দৌৰত নাগালেণ্ডৰ ছবি ‘আংঘ’: ২০২৭ বৰ্ষৰ যোগ্যতা তালিকাত লাভ কৰিলে স্থান
সাঁচি থওক খবৰটো পঢ়ক →
এপ্ৰিলত মুকলি হ’ব জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প, ঘোষণা মুখ্যমন্ত্ৰীৰ
সাঁচি থওক খবৰটো পঢ়ক →
শ্বিলঙৰ ৰ'পৱে প্ৰকল্পৰ স্থান সলনিৰ দাবী: ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে প্ৰতিবাদী সমিতিয়ে
সাঁচি থওক খবৰটো পঢ়ক →
গুৱাহাটীত ১২ ডিচেম্বৰত মোহিত চৌহানৰ সংগীতানুষ্ঠান, আৰম্ভ হ'ব ‘ৰকষ্টাৰ মেক্সিমাছ ট্যুৰ’
সাঁচি থওক খবৰটো পঢ়ক →
পশ্চিম কাৰ্বি আংলঙত বিদ্যুৎ প্ৰকল্পৰ বাবে বনভূমি ব্যৱহাৰত কেন্দ্ৰৰ অনুমোদন, ১৯০.৭ হেক্টৰ বনভূমিত কটা হ'ব ৩,৯৪০ জোপা গছ আৰু ২.৬৬ লাখ বাঁহ
সাঁচি থওক খবৰটো পঢ়ক →
দীৰ্ঘদিন ধৰি ৰাজ্যপালৰ বিবেচনাধীন কাৰ্বি আংলঙৰ দুখন বিধেয়কক লৈ উচ্চ ন্যায়ালয়ৰ জাননী
সাঁচি থওক খবৰটো পঢ়ক →
প’ৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ শিৰত মিছ ইউনিভাৰ্ছ ২০২৬ৰ মুকুট
সাঁচি থওক খবৰটো পঢ়ক →
মণিপুৰত নিষিদ্ধ সংগঠন কেচিপিৰ ৭ সদস্যক গ্ৰেপ্তাৰ, বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
সাঁচি থওক খবৰটো পঢ়ক →
কুশিয়াৰা নদীত উদ্ধাৰ সন্ধানহীন BSF জোৱানৰ মৃতদেহ, মৃত্যুৰ কাৰণক লৈ ৰহস্য
সাঁচি থওক খবৰটো পঢ়ক →
উত্তৰ প্ৰদেশ নিৰ্বাচন: কংগ্ৰেছক প্ৰথম পৰ্যায়ত ২৬ খন আসন এৰি দিয়াৰ প্ৰস্তাৱ সমাজবাদী পাৰ্টীৰ
সাঁচি থওক খবৰটো পঢ়ক →
দুলীয়াজানৰ ভূঞা পৰিয়ালৰ ট্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই অভিযুক্তলৈ আৰক্ষীৰ গুলী
সাঁচি থওক খবৰটো পঢ়ক →
ডিগবৈত নিৰ্মিয়মান ৪২ কোটি টকীয়া পানী যোগান প্ৰকল্প পৰিদৰ্শন বিধায়ক সুৰেন ফুকনৰ
সাঁচি থওক খবৰটো পঢ়ক →
মাৰ্ঘেৰিটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় লাচিত দিৱস
সাঁচি থওক খবৰটো পঢ়ক →
নাৰী কেলেংকাৰীত নাম সাঙোৰ খোৱা বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পাছতো গোচৰ ৰুজু নকৰাৰ অভিযোগত সৰৱ বিধায়ক অখিল গগৈ
সাঁচি থওক খবৰটো পঢ়ক →
ডিবাং বান্ধৰ বিৰুদ্ধে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ! বৃহৎ নদীবান্ধ বন্ধৰ দাবীত সৰৱ কেইবাটাও সংগঠন
সাঁচি থওক খবৰটো পঢ়ক →
উপাধ্যক্ষ ডাঃ হবে টেৰণৰ বিৰুদ্ধে পৰকীয়া প্ৰেম আৰু প্ৰতাৰণাৰ অভিযোগ মহিলাৰ; বিষয়টোক লৈ ক'বলগীয়া নাই মুখ্যমন্ত্ৰীৰ
সাঁচি থওক খবৰটো পঢ়ক →
এনকাউণ্টাৰ দুইজন হত্যাকাৰীক । দুলীয়াজানৰ লীয়াজানৰ ট্ৰিপল মাৰ্ডাৰ কেছ
সাঁচি থওক খবৰটো পঢ়ক →
ড০ হাবে টেৰণৰ বিৰুদ্ধে অভিযোগ তোলা মহিলাগৰাকীক সমৰ্থন কাৰ্বি আংলং জিলা কংগ্ৰেছৰ
সাঁচি থওক খবৰটো পঢ়ক →
৯৯ বছৰত ভৰি দিলে হাউলীৰ ৰাস মহোৎসৱে: শতবৰ্ষীয় অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণৰ পৰিকল্পনা
সাঁচি থওক খবৰটো পঢ়ক →
'গুলি কৰি মাৰিলেও, জ্বলাই মাৰিলেও ক’বলগীয়া নাই,' ক’লে দুলীয়াজান হত্যাকাণ্ডৰ অভিযুক্ত অমিৰৰ পিতৃয়ে
সাঁচি থওক খবৰটো পঢ়ক →
গো-শালাত ৫০০ গৰুৰ ভুৱা মৃত্যুৰ তথ্য দাখিলৰ অভিযোগ, তদন্তৰ দাবী
সাঁচি থওক খবৰটো পঢ়ক →
কামাখ্যা ৰে'ল ষ্টেচনত ১.৪৭ লাখ টকাৰ জাল নোট জব্দ, বিহাৰৰ দুজন লোক গ্ৰেপ্তাৰ
সাঁচি থওক খবৰটো পঢ়ক →
অজয় ডেকা হত্যাকাণ্ড: ১৯ বছৰৰ পাছত অগপ নেতা জিন্তু চৌধুৰী দোষী সাব্যস্ত
সাঁচি থওক খবৰটো পঢ়ক →
৩ ডিচেম্বৰৰ পূৰ্বে  প্ৰতিবন্ধীসকলৰ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বানেৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই
সাঁচি থওক খবৰটো পঢ়ক →
গুৱাহাটীত পিতৃৰ পৰা কন্যা শিশুক কাঢ়ি নিয়াৰ অভিযোগ: পিছত আৰক্ষীক গতাই দিলে এহাল লোকে
সাঁচি থওক খবৰটো পঢ়ক →
কাছাৰ জিলা বিজেপি সভাপতি ৰূপম সাহাৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ  গুৰুতৰ অভিযোগ বিধায়ক আমিনুল হক লস্কৰৰ
সাঁচি থওক খবৰটো পঢ়ক →
ডুমডুমাত প্ৰস্তাৱিত উৰণ সেতু নিৰ্মাণৰ বিৰোধিতা স্থানীয় ৰাইজৰ, মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত
সাঁচি থওক খবৰটো পঢ়ক →
গাঞ্জা খেতিৰ ৰম্যভূমিলৈ পৰিণত দক্ষিণ কামৰূপৰ চৰাঞ্চল; আৱকাৰী আৰু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ খেতি ধ্বংস
সাঁচি থওক খবৰটো পঢ়ক →
অসুস্থ অভিনেতা ৰূপম শৰ্মাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
সাঁচি থওক খবৰটো পঢ়ক →
ভূৰাগাঁও নতুন বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ভাঙি পেলোৱা হ'ল চৰকাৰী ভূমিৰ দোকান-পোহাৰ
সাঁচি থওক খবৰটো পঢ়ক →
মৰিগাঁৱত যান-বাহন নিয়ম উলংঘনকাৰী ২৩ জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন
সাঁচি থওক খবৰটো পঢ়ক →
পাছপ’ৰ্টত জন্মস্থানৰ বিসংগতি: চিজেপি নেতা সৌৰভ দাসলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জাননী
সাঁচি থওক খবৰটো পঢ়ক →
টীয়কৰ ৭,৫৯৮ বিঘা কৃষিভূমি ৰক্ষাৰ দাবীত সত্যাগ্ৰহত দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতৃত্বৰ সমৰ্থন
সাঁচি থওক খবৰটো পঢ়ক →
মৈৰাবাৰীত দীৰ্ঘদিনে পলাতক চাইবাৰ অপৰাধী কাৰিজুল ইছলামক আটক
সাঁচি থওক খবৰটো পঢ়ক →
আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষ ১০ত ঋষভ পন্ত, শুভমন গিল আৰু যশস্বী জয়ছোৱাল
সাঁচি থওক খবৰটো পঢ়ক →

🔔 প্ৰতিদিনে সন্ধিয়া কাটিং পাবলৈ ওপৰৰ ঘণ্টিটো টিপি জাননী অন কৰক।

আগৰ কাটিং