✂ আজিৰ খবৰৰ কাটিং

২৪ নৱেম্বৰ ২০২৬ · ৫৮টা কাটিং — টিপি ফোনত সাঁচি থওক বা শ্বেয়াৰ কৰক।

অসমত অপৰাধৰ হাৰ হ্ৰাস, দোষী সাব্যস্তৰ হাৰ ৩০ শতাংশ অতিক্ৰম: মুখ্যমন্ত্ৰী
সাঁচি থওক খবৰটো পঢ়ক →
পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবী পুনৰ উত্থাপন বি জে এছ এমৰ, ২৫ নৱেম্বৰত দেৱৰগাঁৱত গুৰুত্বপূৰ্ণ বৈঠক
সাঁচি থওক খবৰটো পঢ়ক →
৬ বছৰৰ পাছত পুনৰ বিজেপি আৰু শিৰোমণি আকালি দলৰ মিত্ৰতা, লক্ষ্য ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচন
সাঁচি থওক খবৰটো পঢ়ক →
১৬ ডিচেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ
সাঁচি থওক খবৰটো পঢ়ক →
হত্যা কৰিবলৈকে দেউতাৰ নিৰাপত্তা আঁতৰোৱা হৈছিল: ৰাজীৱ গান্ধীৰ মৃত্যুক লৈ ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ
সাঁচি থওক খবৰটো পঢ়ক →
পূজাৰ নামত যুৱতীক যৌন নিৰ্যাতন আৰু ব্লেকমেইল, অন্ধ্ৰপ্ৰদেশত পুৰোহিত গ্ৰেপ্তাৰ
সাঁচি থওক খবৰটো পঢ়ক →
বেলুচিস্তানত বিদ্ৰোহীৰ আক্ৰমণত ২০ পাকিস্তানী সেনা নিহত হোৱাৰ দাবী BLAৰ
সাঁচি থওক খবৰটো পঢ়ক →
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডত নতুন মোৰ! অভিযুক্তক পলায়নত সহায় কৰাৰ সন্দেহত ৰহস্যময়ী মহিলাৰ সন্ধানত আৰক্ষী
সাঁচি থওক খবৰটো পঢ়ক →
২৫ নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ত উমৰ খালিদ আৰু শাৰ্জিল ইমামৰ জামিন আবেদনৰ শুনানি
সাঁচি থওক খবৰটো পঢ়ক →
চীনৰ ৰাজনীতিত ধুমুহা! দুৰ্নীতিৰ অভিযোগত চীনৰ শক্তিশালী পলিটব্যুৰ’ সদস্যৰ বিৰুদ্ধে তদন্ত আৰম্ভ
সাঁচি থওক খবৰটো পঢ়ক →
ৰে’লৰ খাদ্যৰ তালিকাত সালসলনি! ৮-১০বিধৰ পৰিৱৰ্তে এতিয়া মাত্ৰ ৪বিধ খাদ্য
সাঁচি থওক খবৰটো পঢ়ক →
চৰকাৰী কৰ্মচাৰীক গালি-গালাজৰ গোচৰত প্ৰাক্তন সাংসদ বনৱাৰী লাল কঞ্চলক ৩ বছৰৰ কাৰাদণ্ড
সাঁচি থওক খবৰটো পঢ়ক →
ৰেঞ্জ ৰ’ভাৰ বিক্ৰীক লৈ বিতৰ্ক: সামাজিক মাধ্যম ত্যাগৰ ঘোষণা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ
সাঁচি থওক খবৰটো পঢ়ক →
এবছৰৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ হ'ল ইম্ফল আৰু শিলচৰৰ মাজত পোনপটীয়া বিমান সেৱা
সাঁচি থওক খবৰটো পঢ়ক →
শিলচৰত ৯ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অভিযোগত এজন গ্ৰেপ্তাৰ, নিলম্বিত দুই আৰক্ষী
সাঁচি থওক খবৰটো পঢ়ক →
অসম আৰক্ষীত নতুন কমাণ্ডো বাহিনী!কাৰ্যক্ষম হ’ল ‘Smart Response Unit’
সাঁচি থওক খবৰটো পঢ়ক →
'আগন্তুক ৫ বছৰত অসম আৰক্ষীত হ'ব ২০ হাজাৰ নতুন নিযুক্তি'- মুখ্যমন্ত্ৰী
সাঁচি থওক খবৰটো পঢ়ক →
বাংলাদেশত সন্ধান ওলাল নিৰুদ্দেশ BSF জোৱানৰ! জীৱন্তে উদ্ধাৰ BGBৰ
সাঁচি থওক খবৰটো পঢ়ক →
উত্তৰ প্ৰদেশত আসন ভাগ-বতৰাক লৈ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ মিত্ৰতাত আউল,  কংগ্ৰেছে লাগে ১৩১খন আসন এৰি দিছে মাত্ৰ ২৬খন
সাঁচি থওক খবৰটো পঢ়ক →
কোকৰাঝাৰত নৈশভোজৰ মাজতে দুই জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সংঘাত
সাঁচি থওক খবৰটো পঢ়ক →
হিজাব নিপিন্ধাকৈ সংগীত পৰিৱেশন: ইৰাণৰ কণ্ঠশিল্পী পাৰাস্তো আহমাদীসহ পাঁচজনক ৭৪টাকৈ বেত্ৰাঘাত
সাঁচি থওক খবৰটো পঢ়ক →
উত্তৰ-পূৰ্বাঞ্চলত আকাশলংঘী বিমান ভাড়া: কেন্দ্ৰৰ জৰুৰী হস্তক্ষেপ বিচাৰি ত্ৰিপুৰাৰ সাংসদৰ পত্ৰ
সাঁচি থওক খবৰটো পঢ়ক →
মণিপুৰত নিষিদ্ধ ইউপিপিকেৰ স্বঘোষিত অধ্যক্ষক গ্ৰেপ্তাৰ, গুলীসহ পিষ্টল উদ্ধাৰ
সাঁচি থওক খবৰটো পঢ়ক →
লাচিত দিৱসত মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
সাঁচি থওক খবৰটো পঢ়ক →
ত্ৰিপুৰাত দলবদ্ধ ধৰ্ষণৰ অভিযোগৰ পিছত অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু, এজনক গ্ৰেপ্তাৰ
সাঁচি থওক খবৰটো পঢ়ক →
বিনামূলীয়া পাঠ্যপুথিৰ সলনি বেংক একাউণ্টত ধন! নতুন SSA নীতিক লৈ মেঘালয়ত বিতৰ্ক
সাঁচি থওক খবৰটো পঢ়ক →
বাহিৰতকৈ সনাতনৰ ভিতৰৰ পৰাহে বিপদ বেছি: একাংশ কথাকাৰক ৰামদেৱৰ সকীয়নি
সাঁচি থওক খবৰটো পঢ়ক →
দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠানত বোমা বিস্ফোৰণৰ ভাবুকি
সাঁচি থওক খবৰটো পঢ়ক →
ভয়ংকৰ পথ দুৰ্ঘটনা! ৰৈ থকা স্কুল বাছত ট্ৰাকৰ খুন্দা, ৪ শিশুৰ মৃত্যু, আহত ৩২
সাঁচি থওক খবৰটো পঢ়ক →
মণিপুৰলৈ অনা হ’ল ২৬টা উট: বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিক লৈ ৰাইজৰ ব্যাপক কৌতূহল
সাঁচি থওক খবৰটো পঢ়ক →
জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহন ওভতাই দিব ক্ৰেতা সোণমইনা দাসে
সাঁচি থওক খবৰটো পঢ়ক →
নেপালত ৫.৩ প্ৰাবল্যৰ ভূমিকম্প: ছিকিম, উত্তৰ বংগ আৰু বিহাৰতো কম্পন অনুভূত
সাঁচি থওক খবৰটো পঢ়ক →
জেৱাৰ বিমানবন্দৰৰ নাম সলনি কৰি মোদীৰ নামত ৰখাক লৈ কংগ্ৰেছৰ সমালোচনা
সাঁচি থওক খবৰটো পঢ়ক →
গ্ৰন্থত চাভাৰকাৰক বিকৃত ৰূপত দাঙি ধৰাৰ অভিযোগ: ছোনিয়া গান্ধীলৈ আইনী জাননী প্ৰেৰণ নাতি সাত্যকী চাভাৰকাৰৰ
সাঁচি থওক খবৰটো পঢ়ক →
'যৌনতাই শ্ৰেষ্ঠ ব্যায়াম নহয় জানো ?’; অভিনেতা অক্ষয় কুমাৰে ক'ত আৰু কিয় কৰিলে এই মন্তব্য ?
সাঁচি থওক খবৰটো পঢ়ক →
ঈদৰ বন্ধৰ দিনাও অসমত মেট্ৰিক পৰীক্ষা! শিক্ষা পৰিষদৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচীক লৈ বিতৰ্ক
সাঁচি থওক খবৰটো পঢ়ক →
পদত্যাগৰ ১১ দিনৰ পাছত পুনৰ NVIDIAৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত জেনছেন হুৱাং
সাঁচি থওক খবৰটো পঢ়ক →
তিনিচুকীয়াত অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত স্থাপন হ'ব আইটিআই ক্লাষ্টাৰ
সাঁচি থওক খবৰটো পঢ়ক →
চাকৰিৰ প্ৰলোভনেৰে ২১ লাখ টকা আত্মসাতৰ অভিযোগ: গ্ৰেপ্তাৰ অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস
সাঁচি থওক খবৰটো পঢ়ক →
ITEP পাঠ্যক্ৰমৰ মাচুল সম্পূৰ্ণৰূপে বিনামূলীয়া কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
সাঁচি থওক খবৰটো পঢ়ক →
তেজপুৰ-বাইহাটা চাৰিলেন পথৰ অধিগ্ৰহণৰ ভূমিত নতুন নিৰ্মাণ নিষিদ্ধ, প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা
সাঁচি থওক খবৰটো পঢ়ক →
মেচিনৰ গামোচা নিদিব, পইচা লাগিলে মই দিম: বিষয়াক ধমক বিধায়ক দীপক কুমাৰ দাসৰ
সাঁচি থওক খবৰটো পঢ়ক →
ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু
সাঁচি থওক খবৰটো পঢ়ক →
লংকাৰ কাকী মাৰ্কেটিংত লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তিত বিধায়ক শিবু মিশ্ৰৰ শ্ৰদ্ধাঞ্জলি
সাঁচি থওক খবৰটো পঢ়ক →
অসম আৰক্ষীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হ'ল ১,৬৬৫গৰাকী নতুন কেডেট
সাঁচি থওক খবৰটো পঢ়ক →
কাজিৰঙাৰ পথ দুৰ্ঘটনাত নিহত ২৫ জনৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ ৫ লাখ টকাকৈ সাহায্য প্ৰদান
সাঁচি থওক খবৰটো পঢ়ক →
২৬ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন চকাবন্ধৰ হুংকাৰ মটৰ পৰিবহণ সন্থাৰ
সাঁচি থওক খবৰটো পঢ়ক →
নুমলীগড়ত ৭৫০ কোটি টকাৰ ঔদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
সাঁচি থওক খবৰটো পঢ়ক →
পশ্চিমবংগৰ নিখোঁজ যুৱক ডিগবৈত উদ্ধাৰ
সাঁচি থওক খবৰটো পঢ়ক →
দিল্লীত লাচিত দিৱস: ছত্ৰপতি শিৱাজী মহাৰাজৰ সমানেই মৰ্যাদা পাব লাগে লাচিত বৰফুকনে, ক'লে মন্ত্ৰী পীযুষ হাজৰীকাই
সাঁচি থওক খবৰটো পঢ়ক →
বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে সুঁৱৰি আজি ডিব্ৰুগড়ত উদযাপন কৰা হয় ৪০৪ সংখ্যক লাচিত দিৱস
সাঁচি থওক খবৰটো পঢ়ক →
বীৰ লাচিত দিৱস উদযাপন; শৰাইঘাটৰ বীৰত্ব স্মৰণ, চিত্ৰাংকন প্ৰতিযোগিতা
সাঁচি থওক খবৰটো পঢ়ক →
জুৰীয়াত নাৰী সৰবৰাহৰ অভিযোগত এগৰাকী মহিলা গ্ৰেপ্তাৰ
সাঁচি থওক খবৰটো পঢ়ক →
ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী কলি আই থানৰ উন্নয়নৰ বাবে ২৫ লাখৰ অনুদান পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ
সাঁচি থওক খবৰটো পঢ়ক →
ৰামফলবিলত ২০ সংখ্যক কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত
সাঁচি থওক খবৰটো পঢ়ক →
বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী চন্দন পাঠকৰ দেহাৱসান, শোকৰ ছাঁ
সাঁচি থওক খবৰটো পঢ়ক →
২৬ বছৰৰ অন্তত পুনৰ ভাৰতীয় বজাৰলৈ উভতি আহিব জনপ্ৰিয় শীতল পানীয় Gold Spot
সাঁচি থওক খবৰটো পঢ়ক →
৫২টা বলত দ্বিশতক বৈভৱৰ! List A-ত দ্ৰুততম শতক-দ্বিশতকৰ অভিলেখ
সাঁচি থওক খবৰটো পঢ়ক →

🔔 প্ৰতিদিনে সন্ধিয়া কাটিং পাবলৈ ওপৰৰ ঘণ্টিটো টিপি জাননী অন কৰক।

আগৰ কাটিং