← ই-কাকত ১ / ১৫
NewzNow
ই-কাকত২৬ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অনুসন্ধান

ৰাজ্য চৰকাৰৰ ১০,৯০৪ কোটি টকাৰ বিনিয়োগ: উভতি আহিল মাত্ৰ ১৫ কোটি টকা, কেগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

অসমে ৩১টা চৰকাৰী কোম্পানী আৰু নিগমত ৰাজহুৱা ধনৰ ১০,৯০৩.৯৫ কোটি টকা বিনিয়োগ কৰিছে। কিন্তু ২০২৪–২৫ বিত্তীয় বৰ্ষত ইয়াৰে মাত্ৰ এটাৰ পৰাহে চৰকাৰে কোনো ধন ঘূৰাই পাইছে। অসম পাৱাৰ জেনেৰেচন কৰ্প’ৰেচন লিমিটেডে (APGCL) চৰকাৰক ১৫ কোটি টকা ঘূৰাই দিছে। বাকী ৩০টা কোম্পানী আৰু নিগমৰ পৰা চৰকাৰে একো পোৱা নাই। ২০২৪–২৫ বৰ্ষৰ বাবে CAG-ৰ State Fin...

অসম

ছমৰীয়াৰ মালিবাৰীত অগ্নিকাণ্ড: ভস্মীভূত দুটা বাসগৃহ

কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১নং মালিবাৰীৰ ধামাপাৰা গাঁৱত যোৱা নিশা প্ৰায় ১১ বজাত অগ্নিকাণ্ডৰ ঘটনা ঘটে। গাঁওখনৰ বাসিন্দা বাদশ্বাহ মিঞাৰ দুটা বাসগৃহ এই জুইত ভস্মীভূত হয়...

আন্তঃৰাষ্ট্ৰীয়

বিকিনিৰ ওপৰত ‘ওঁ’ আৰু ত্ৰিশূলৰ চিহ্ন থকা চাৰং, ছুপাৰমডেলৰ কাণ্ডকলৈ তীব্ৰ বিতৰ্ক

নতুন দিল্লী, ২৫ নৱেম্বৰঃ হিন্দু ধৰ্মৰ পৱিত্ৰ প্ৰতীক ‘ওঁ’ আৰু ত্ৰিশূলৰ চিহ্ন থকা কাপোৰ পৰিধান কৰি তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে আমেৰিকাৰ ছুপাৰমডেল কেন্ডেল জেনাৰ। ক’লা বিকিনি...

দেশ

নৱোদয় বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ: অধ্যক্ষৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজু

ঝাৰছুগুড়া, ২৫ নৱেম্বৰ: ওড়িশাৰ ঝাৰছুগুড়া জিলাৰ এখন জৱাহৰ নৱোদয় বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ অধ্যক্ষৰ ব...

— ১ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
দেশ

পাছপ’ৰ্টত জন্মস্থানৰ বিসংগতি: চিজেপি নেতা সৌৰভ দাসলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জাননী

নতুন দিল্লী, ২৫ নৱেম্বৰ: পাছপ’ৰ্টত উল্লেখ কৰা জন্মস্থানৰ তথ্যক লৈ ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ সহ-সমন্বয়ক সৌৰভ দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত...

আন্তঃৰাষ্ট্ৰীয়

প্ৰতিদিনে ৭২০ সৈন্যৰ মৃত্যু: ফাদিল হোৱা ১.১ কোটি ৰাছিয়ান মৃত্যুৰ প্ৰমাণপত্ৰই উন্মোচন কৰিলে মস্কোৰ গোপন যুদ্ধ—আৰু ভাৰতৰ ৭৭ সন্ধানহীন যুৱকৰ কৰুণ প্ৰশ্ন

২০২৩ চনৰ আগষ্ট মাহত ৰাছিয়াৰ হৈ যুদ্ধ কৰিবলৈ সেনাত যোগ দিছিল আলেকজেণ্ডাৰ ক’ৰেপান’ভে। যুদ্ধক্ষেত্ৰত তেওঁ দুবাৰকৈ গুৰুতৰভাৱে আহত হৈছিল—আৰু দুয়োবাৰেই তেওঁক পুনৰ সমুখ সমৰলৈ...

দেশ

‘এতিয়া নহয়’—উমৰ খালিদ আৰু শাৰ্জিল ইমামৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

নতুন দিল্লী, ২৫ নৱেম্বৰ: ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত উমৰ খালিদ আৰু শাৰ্জিল ইমামক বৰ্তমানৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিবলৈ...

মনোৰঞ্জন

মহাকাশলৈ প্ৰেৰণ হালাল খাদ্য !মহাকাশচাৰী জিশ্বান আলীৰ বাবে ১০০ বিধতকৈ অধিক হালাল খাদ্যৰ ব্যৱস্থা

২৬ নৱেম্বৰ, ২০২৬ মহাকাশচাৰী মহম্মদ জিশ্বান আলীৰ বাবে মহাকাশলৈ এশবিধতকৈ অধিক হালাল খাদ্য।বাটাৰ চিকেন, বীফ নিহাৰী, লেম্ব কোর্মা, মছলাযুক্ত বুটমাহকে ধৰি একাধিক খাদ্য বাছনি ম...

— ২ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
অসম

মৰিগাঁৱত যান-বাহন নিয়ম উলংঘনকাৰী ২৩ জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন

মৰিগাঁও, ২৫ নৱেম্বৰ: পথ সুৰক্ষা সুনিশ্চিত কৰা আৰু দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰ...

দেশ

ভাৰতৰ উন্নতি বিশ্বৰ কোনো শক্তিশালী দেশে নিবিচাৰে: আৰএছএছ প্ৰধান মোহন ভাগৱত

নতুন দিল্লী, ২৫ নৱেম্বৰ: বিশ্বৰ কোনো শক্তিশালী দেশে ভাৰতৰ উন্নতি নিবিচাৰে বুলি মন্তব্য কৰিছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰত বুধবাৰে অনুষ্ঠিত...

অসম

গুৱাহাটীৰ বশিষ্ঠত প্ৰায় ১৫ লাখ টকাৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ

২৬ নৱেম্বৰ , ২০২৬ গুৱাহাটীৰ বশিষ্ঠত প্ৰায় ১৫ লাখ টকাৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ ।খানাপাৰা আৰু হাতীগাঁৱৰৰ কেৰাকুছিত আৰক্ষীয়ে পৃথক পৃথক অভিযান চলাই জব্দ কৰে জ...

অসম

মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ: জালুকবাৰীত যাত্ৰীৰ হাহাকাৰ, ব্যাহত যান-বাহন চলাচল

গুৱাহাটী: সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচীৰ ফলত গুৱাহাটী মহানগৰীত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে। মহানগৰীৰ প্ৰৱেশদ্বাৰ জালু...

— ৩ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
আন্তঃৰাষ্ট্ৰীয়

ডয়চে বেংকৰ ১.৫ কোটি গোপন নথি ফাদিল: ক্ষমতাশালী গ্ৰাহকৰ বাবে নিয়ম উলংঘনৰ গুৰুতৰ অভিযোগ

জাৰ্মানীৰ সৰ্ববৃহৎ বিত্তীয় প্ৰতিষ্ঠান ডয়চে বেংকৰ ১.৫ কোটিৰো অধিক আভ্যন্তৰীণ নথি ফাদিল হোৱাৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় নিয়ামক সংস্থাসমূহৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে...

অসম

মৈৰাবাৰীত দীৰ্ঘদিনে পলাতক চাইবাৰ অপৰাধী কাৰিজুল ইছলামক আটক

মৈৰাবাৰী, ২৫ নৱেম্বৰঃ মৈৰাবাৰীত আৰক্ষীৰ অভিযানত দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা কাৰিজুল ইছলাম নামৰ এজন লোকক আটক কৰা হৈছে। মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হৈ থকা ৮২/২৬ নম্বৰৰ গো...

ৰাজনীতি

ৰাহুল গান্ধীৰ নাম থকা লেখা পোষ্টত বাধা দিয়াৰ অভিযোগ: কংগ্ৰেছৰ সৈতে মেটাৰ বৈঠক

নতুন দিল্লী, ২৫ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম উল্লেখ থকা ছ’চিয়েল মিডিয়া পোষ্টত মেটাই বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। এই অভিযোগক লৈ দুয়োপক্ষৰ মা...

মনোৰঞ্জন

মুঠ কিমান টকা উপাৰ্জন কৰিলে 'ৰৈ ৰৈ বিনালে' ছবিখনে ? কিমান লাভ হ'ব নির্মাতাৰ ? প্ৰথমবাৰৰ বাবে হিচাপ কৰিলে ৰাজহুৱা

গুৱাহাটী, ২৬ নৱেম্বৰ: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন আৰু ব্যয়ৰ সম্পূৰ্ণ হিচাপ ৰাজহুৱা কৰিছে নিৰ্মাতা সংস্থা ‘আই ক্ৰিয়েশ্যন’ আৰু ‘জিল...

— ৪ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
দেশ

আলিগড়ত ১২জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ, জব্দ আধাৰ-পেন কাৰ্ডসহ একাধিক নথি

আলিগড়, ২৬ নৱেম্বৰ: আলিগড়ত আৰক্ষীৰ জালত ১২ বাংলাদেশী নাগৰিক গোপন সূত্ৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে চলাইছিল অভিযান ।ধৃত লোককেইটাৰ পৰা আধাৰ, পেন আৰু ভোটাৰ কাৰ্ড উদ্ধাৰ...

ৰাজনীতি

বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ ২৪ ঘণ্টাৰ ভিতৰত পদত্যাগ দাবী অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ

গুৱাহাটী, ২৫ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ ৰাজ্য চৰকাৰ আৰু শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছ...

অসম

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ২৮ নৱেম্বৰত পুনৰ গণসমাবেশৰ আহ্বান বিধায়ক অখিল গগৈৰ

গুৱাহাটী, ২৫ নৱেম্বৰ: প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অহা ২৮ নৱেম্বৰত জুবিন ক্ষেত্ৰত এক বৃহৎ গণসমাবেশৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। সেইদিনা পু...

ৰাজনীতি

SP-কংগ্ৰেছৰ আসন ভাগ-বাটোৱাৰাত নতুন জটিলতা! আমেঠী-ৰায়বেৰেলীৰ ১০খন আসনক লৈ মতানৈক্য

নতুন দিল্লী, ২৫ নৱেম্বৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বাটোৱাৰাক লৈ মতানৈক্যৰ আশংকা বৃদ্ধি পাইছে। সহাৰনপুৰৰ পা...

— ৫ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
অসম

পুনৰ ট্ৰাম্পৰ শুল্ক বোমা! ভাৰতৰ সামগ্ৰীৰ ওপৰত ২৫%, চীনৰ বাবে ৪০% পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ ট্ৰাম্প প্ৰশাসনৰ

নতুন দিল্লী, ২৫ নৱেম্বৰ: ভাৰতসহ কেইবাখনো দেশৰ পৰা আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়...

প্ৰযুক্তি

যোৰহাট আৰু শিলচৰত দুটা ডাটা চেণ্টাৰ নিৰ্মাণ কৰিব এয়াৰটেলে, বিনিয়োগ হ’ব ৪৫৫ কোটি টকা

গুৱাহাটী, ২৫ নৱেম্বৰ: অসমৰ ডিজিটেল আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে যোৰহাট আৰু শিলচৰত দুটা বৃহৎ ডাটা চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰতী এয়াৰটেলে। মুঠ ৯ একৰ ম...

অসম

এতিয়াৰে পৰা মাতৃসকলৰ লগতে পিতৃসকলেও পাব পিতৃত্বকালীন ছুটী- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঘোষণা

গুৱাহাটী, ২৬ নৱেম্বৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰুষ বিষয়া-কৰ্মচাৰীৰ বাবে ১৪ দিনৰ পিতৃত্বকালীন ছুটী ঘোষণা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যোগ্য পুৰুষ বিষয়া আৰু কৰ্মচাৰীসকলৰ...

অসম

APSC কেলেংকাৰি: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ ৰাকেশ পালৰ

২৬ নৱেম্বৰ, ২০২৬ APSC নিযুক্তি কেলেংকাৰি: ৰাকেশ পালক অন্তৱৰ্তীকালীন জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত দোষী সাব্য...

— ৬ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
ৰাজনীতি

লক্ষ্ণৌত মল্লিকাৰ্জুন খৰ্গেৰ ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ অনুমতি নিদিলে আৰক্ষীয়ে

লক্ষ্ণৌ, ২৫ নৱেম্বৰ: কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লক্ষ্ণৌ ভ্ৰমণৰ পূৰ্বে দলটোৱে প্ৰস্তুতি চলোৱা ‘সংবিধান ৰক্ষা মাৰ্চ’ৰ অনুমতি প্ৰত্যাখ্যান কৰিছে লক্ষ্ণৌ...

দেশ

২৬/১১ৰ আক্ৰমণৰ পিছৰে পৰা দেশৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী হৈছে: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২৬ নৱেম্বৰ: ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৮সংখ্যক বৰ্ষপূৰ্তিৰ দিনটোত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰ...

অসম

পৰিৱেশ সংৰক্ষণত দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ অসমৰ

গুৱাহাটী, ২৬ নৱেম্বৰ: পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে অসমে দ্বিতীয় স্থান লাভ কৰিছে। চেন্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট চমুকৈ চিএছইৰ ‘ষ্টেট অৱ ইণ্ডিয়াজ এনভ...

মনোৰঞ্জন

গোপন ছাদত সাক্ষাৎকাৰ, এআই-নিৰ্ভৰ হত্যাকাণ্ডৰ তালিকা আৰু ‘দেশদ্ৰোহ’ৰ ভাবুকি: ইজৰাইলত জোকাৰণি তোলা ‘নাজা’ তথ্যচিত্ৰ চালে ১৫ লাখ দৰ্শকে

তেল আভিভৰ নিৰ্জন ঘৰৰ ছাদত নিশাৰ আন্ধাৰত গোপন কেমেৰাৰ সমুখত বহি ২৪ গৰাকী ইজৰাইলী সৈন্য আৰু সামৰিক চোৰাংচোৱা বিষয়াই গাজা যুদ্ধত নিজৰ অভিজ্ঞতা আৰু প্ৰত্যক্ষদৰ্শী বিৱৰণ দাঙি...

— ৭ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
ব্যৱসায়-বাণিজ্য

পেকেটজাত খাদ্যত অধিক চেনি, নিমখ আৰু চৰ্বিৰ পৃথক সতৰ্কবাণী বাধ্যতামূলক কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

নতুন দিল্লী, ২৬ নৱেম্বৰ: অধিক চেনি, নিমখ অথবা চৰ্বি থকা পেকেটজাত খাদ্যৰ সন্মুখৰ ফালতে স্পষ্ট সতৰ্কবাণী প্ৰদৰ্শন কৰিবলৈ বৃহস্পতিবাৰে নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। ভাৰ...

অসম

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধ: গুৱাহাটীসহ সমগ্ৰ ৰাজ্যত যাত্ৰীৰ হাহাকাৰ

গুৱাহাটী, ২৬ নৱেম্বৰ: অসমত অনিৰ্দিষ্টকালীন চকাবন্ধ: ৰাজ্যজুৰি দেখাগৈছে চকাবন্ধৰ মিশ্ৰিত প্ৰভাৱ । স্তব্ধ বাণিজ্যিক পৰিবহণ, দুৰ্ভোগত যাত্ৰী। সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বা...

অসম

যোগীঘোপাত নৰনাৰায়ণ সেতুৰ সমীপত ১৩জন বাংলাদেশী নাগৰিকক আটক

যোগীঘোপা, ২৬ নৱেম্বৰ: যোগীঘোপাত একেলগে ১৩ বাংলাদেশীক আটক। ভাৰতত প্ৰৱেশ কৰিবলৈ লওঁতেই আটক বাংলাদেশীকেইটাক। বঙাইগাঁও জিলাৰ যোগীঘোপাত আৰক্ষীৰ এক বিশেষ অভিযানত একেলগে ১৩জন বা...

অসম

গুৱাহাটীত ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ বাবদ মাহে ৫০ টকা মাচুল নিৰ্ধাৰণ পৌৰ নিগমৰ

গুৱাহাটী, ২৬ নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ প্ৰতিটো পৰিয়ালে ঘৰে ঘৰে গোটা আৱৰ্জনা সংগ্ৰহ সেৱাৰ বাবদ এতিয়াৰে পৰা প্ৰতিমাহে ৫০ টকাকৈ ব্যৱহাৰকাৰী মাচুল পৰিশোধ কৰিব লাগিব। গুৱাহ...

— ৮ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
অসম

অবৈধ সম্পত্তিৰ গোচৰ: অৱসৰপ্ৰাপ্ত অভিযন্তা মহম্মদ ছামেদ আলী আৰু পত্নীৰ বিৰুদ্ধে ইডিৰ চাৰ্জশ্বীট

গুৱাহাটী, ২৬ নৱেম্বৰ: অসম লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা মহম্মদ ছামেদ আলী আৰু তেওঁৰ পত্নী পাৰবীন চুলতানাৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগত বিশেষ আদালতত চাৰ্জ...

দেশ

হিন্দু মহিলা শিৰৰ সেন্দূৰক লৈ অশ্লীল মন্তব্য ইউটিউবাৰ, কমেডিয়ান যশ মহেশ্বৰীৰ, পাটনাত এজাহাৰ

নতুন দিল্লী, ২৫ নৱেম্বৰ: ছট পূজাৰ সময়ত বিহাৰৰ মহিলাসকলে কপালত দীঘলকৈ সেন্দূৰ লোৱা পৰম্পৰাক লৈ অশালীন মন্তব্য কৰি তীব্ৰ বিতৰ্কত সোমাই পৰিছে ষ্টেণ্ড-আপ কমেডিয়ান যশ মাহেশ্বৰ...

অসম

সংবিধান দিৱসত গুৱাহাটীত কংগ্ৰেছৰ ‘সংবিধান ৰক্ষা যাত্ৰা’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ

গুৱাহাটী: সংবিধান দিৱস উপলক্ষে সংবিধান ৰক্ষাৰ দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সমগ্ৰ দেশজুৰি ‘ছেভ ভোট, ছেভ কানট্ৰী’ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই দেশজোৰা কাৰ্যসূচ...

অসম

লিখিত প্ৰতিশ্ৰুতি নোপোৱালৈকে চকাবন্ধ অব্যাহত ৰখাৰ ঘোষণা মটৰ পৰিবহণ সন্থাৰ

দিছপুৰ: সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সৈতে পৰিবহণ বিভাগৰ আয়ুক্ত সচিব আকাশদীপ আৰু উচ্চ পৰ্যায়ৰ বিষয়াৰ বৈঠক ।জনতা ভৱনত অনুষ্ঠিত বৈঠকত মটৰ পৰিবহণ সন্থাৰ ৬ টা দাবী পূৰণ কৰাৰ আ...

— ৯ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
মনোৰঞ্জন

Netflixত পাকিস্তানী ছবি-ধাৰাবাহিক সম্প্ৰচাৰ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশ

নতুন দিল্লী, ২৬ নৱেম্বৰ: পাকিস্তানী অভিনেতা ফৱাদ খান আৰু মাহিৰা খান অভিনীত এখন নতুন ৱেব ছিৰিজক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে Netflixক ভাৰতত পাকিস্তানত নিৰ্মিত কোনো ছবি বা...

অসম

অসমত কৰ্মক্ষম বয়সৰ প্ৰায় আধা পুৰুষ ৰক্তহীনতাত আক্ৰান্ত: ৰাষ্ট্ৰীয় গড়ৰ দুগুণতকৈও অধিক

গুৱাহাটী, ২৬ নৱেম্বৰ: ৰাজ্যৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত এক উদ্বেগজনক ছবি পোহৰলৈ আনিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) শেহতীয়া এক ৰাষ্ট্ৰীয় সমীক্ষাই। এই সমীক্ষা অনুস...

অসম

৫০ বছৰৰো অধিক কালৰ পাছত ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ ওলাই আহিল হেৰাই যোৱা গাঁও, ৩৭২ বিঘা ভূমি ঘূৰাই পোৱাৰ আশাত

নগাঁও, ২৬ নৱেম্বৰঃ এসময়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াত নিজৰ ভেটি-মাটি হেৰুৱাইছিল বহু খিলঞ্জীয়া পৰিয়ালে। নদীৰ বুকুত বিলীন হৈ যোৱা সেই আপোন গাঁৱৰ ভূমি এতিয়া পাঁচ দশকৰ...

আন্তঃৰাষ্ট্ৰীয়

২৫০ বিলিয়ন ডলাৰৰ বৃহৎ লোকচান: এনভিডিয়াৰ গুপ্তচৰবৃত্তিৰ আশংকা, চিপ সৰবৰাহৰ তদন্ত আৰু বিতৰ্কৰ আৱৰ্তত ভাৰতীয় মূলৰ শীৰ্ষ বিষয়া

শীৰ্ষ পৰিচালনা মণ্ডলীৰ অস্থিৰতাই গোলকীয় প্ৰযুক্তি বজাৰ কঁপাই তোলাৰ দুসপ্তাহ নৌহওঁতেই চিপ নিৰ্মাতা বৃহৎ প্ৰতিষ্ঠান এনভিডিয়া (Nvidia) বহুমুখী সংকটৰ সন্মুখীন হৈছে। প্ৰতিষ্...

— ১০ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
অসম

টীয়কৰ ৭,৫৯৮ বিঘা কৃষিভূমি ৰক্ষাৰ দাবীত সত্যাগ্ৰহত দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতৃত্বৰ সমৰ্থন

টীয়ক, ২৫ নৱেম্বৰ: ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ নামত টীয়কৰ ৭,৫৯৮ বিঘা কৃষিভূমি, গো-চৰণীয়া পথাৰ আৰু জলাশয় খনন কৰি ধ্বংস কৰাৰ আশংকা প্ৰকাশ কৰি অঞ্চলটোত অব্যাহত আছে এক গণ সত্য...

ক্ৰীড়া

আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষ ১০ত ঋষভ পন্ত, শুভমন গিল আৰু যশস্বী জয়ছোৱাল

নতুন দিল্লী, ২৫ নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) প্ৰকাশ কৰা পুৰুষৰ টেষ্ট খেলুৱৈৰ শেহতীয়া ৰেংকিঙত ভাৰতীয় ক্ৰিকেটাৰসকলে চমকপ্ৰদ সাফল্য লাভ কৰিছে। নিউজিলেণ...

অসম

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা

গুৱাহাটী, ২৬ নৱেম্বৰ: প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা।দেশৰ কেইবাখনো ৰাজ্যৰ দৃষ্টিহীন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব এই টুৰ্নামেণ্টত। বিশে...

অসম

চকা বন্ধৰ প্ৰভাৱত শিৱসাগৰত স্তব্ধ যান-বাহনৰ চলাচল, ৰাজপথত আবদ্ধ দূৰণিবটীয়া যাত্ৰী

শিৱসাগৰ, ২৬ নৱেম্বৰঃ ৰাজ্যজুৰি সদৌ অসম মটৰ পৰিবহণ সন্থাৰ লগতে বিভিন্ন বেচৰকাৰী পৰিবহণ সংগঠনে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে শিৱসাগৰতো। বৃহস্পত...

— ১১ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ১২
অসম

ডলু বিমানবন্দৰৰ অনুমোদন: শিলচৰত বিজেপিৰ বিশাল কৃতজ্ঞতা সমদল

শিলচৰ: কাছাৰৰ ডলু গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছত সমগ্ৰ বৰাক উপত্যকাত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। এই ঐতিহাসিক সিদ্ধান্তৰ বাবে...

অসম

১৯৫০ চনতে অসম বিধানসভাত গৰু হত্যা বন্ধৰ দাবী কৰিছিল মৌলৱী আব্দুল মতলিব মজুমদাৰে ! সদন উত্থাপন কৰিছিল Animal Preservation Bill

গৰু হত্যা, পশুধন সংৰক্ষণ আৰু ধৰ্মীয় খাদ্যাভ্যাসক লৈ অসমত চলি অহা বিতৰ্কৰ ইতিহাস বহু পুৰণি। ১৯৫০ চনতে এই বিষয়সমূহক কেন্দ্ৰ কৰি অসম বিধানসভাত হৈছিল বিস্তৃত আলোচনা । ১৬ মাৰ্...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ সংখ্যা ২০লৈ বৃদ্ধি, গ্ৰেপ্তাৰ ৯

ইম্ফল, ২৬ নৱেম্বৰ: মণিপুৰত সন্দেহজনক ভেজাল সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে। বুধবাৰে ইম্ফলৰ ৰিজিঅ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (ৰিমছ) হ...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযান: দুটা বিদ্ৰোহী সংগঠনৰ পাঁচজন কেডাৰ গ্ৰেপ্তাৰ

ইম্ফল, ২৬ নৱেম্বৰ: মণিপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা দুটা পৃথক অভিযানত দুটা বিদ্ৰোহী সংগঠনৰ এগৰাকী মহিলাসহ মুঠ পাঁচজন কেডাৰ গ্ৰেপ্তাৰ হৈছে। ২৫ নৱেম্বৰত চোৰাংচোৱা তথ্যৰ ভি...

— ১২ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৩
অসম

অসমত অনিৰ্দিষ্টকালীন চকা বন্ধৰ প্ৰভাৱ, তিনিচুকীয়াত পুৱাৰে পৰা ৰাজপথত যান-বাহনৰ চলাচল প্ৰায় স্তব্ধ

তিনিচুকীয়া, ২৬ নৱেম্বৰঃ ৰাজ্যজুৰি আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ প্ৰভাৱ তিনিচুকীয়াতো স্পষ্টভাৱে পৰিছে। বৃহস্পতিবাৰে পুৱাৰে পৰা চহৰখনৰ ৰাজপথত যান-বাহনৰ চলাচল যথেষ্...

আন্তঃৰাষ্ট্ৰীয়

ভাৰত মহাসাগৰে দেশসমূহক সংযোগ কৰা উচিত, বিভাজন নহয়: মালদ্বীপত অজিত ডোভাল

ভাৰত মহাসাগৰীয় অঞ্চলত সৃষ্টি হোৱা নতুন নিৰাপত্তা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সদস্য দেশসমূহৰ মাজত যৌথ সক্ষমতা বৃদ্ধি কৰাৰ আহ্বান জনাইছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপ...

অসম

ডাঃ হাবে টেৰনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক ষড়যন্ত্ৰ: তুলিৰাম ৰংহাং

গুৱাহাটী, ২৬ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ডাঃ হাবে টেৰনৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগক পোনচাটেই নাকচ কৰিছে কাৰ্বি আংলং স্বায়ত্...

অসম

১০ লাখ টকাৰ উৎকোচ লৈ ধৰা পৰা অৱসৰপ্ৰাপ্ত বিষয়াৰ পেঞ্চন-গ্ৰেচুইটি স্থায়ীভাৱে কৰ্তন ৰাজ্য চৰকাৰৰ

গুৱাহাটী, ২৬ নৱেম্বৰ: উৎকোচ গ্ৰহণৰ অভিযোগত হাতে-লোটে ধৰা পৰা এগৰাকী প্ৰাক্তন চৰকাৰী বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ১০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ...

— ১৩ —
NewzNow ই-কাকত২৬ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৪
ৰাজনীতি

বিজেপিৰ শাসন ব্ৰিটিছতকৈও বেয়া: গুৱাহাটীত ভূপেশ বাঘেলৰ অভিযোগ

গুৱাহাটী, ২৬ নৱেম্বৰ: বিজেপি চৰকাৰৰ শাসন ব্ৰিটিছৰ শাসনতকৈও বেয়া বুলি তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা এআইচিচিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলে। সংবিধান দিৱস উপ...

দেশ

ভাৰতৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ আমেৰিকাৰ: দ্বিপাক্ষিক চুক্তি হ’লে ১৭ শতাংশলৈ হ্ৰাসৰ সম্ভাৱনা

নতুন দিল্লী: আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতকে ধৰি ১৪খন দেশৰ ওপৰত ২৫ শতাংশ পৰ্যন্ত নতুন অতিৰিক্ত শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ দিছে। আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে চলোৱা এক...

দেশ

চিজেপি নেতা সৌৰভ দাসৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ লুক আউট চাৰ্কুলাৰ, দিল্লী উচ্চ ন্যায়ালয়ত জনালে গৃহ মন্ত্ৰালয়ে

নতুন দিল্লী, ২৬ নৱেম্বৰ: ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিৰ সহ-আহ্বায়ক সৌৰভ দাসৰ বিদেশ যাত্ৰাত বাধা প্ৰদানৰ ঘটনাক লৈ পোহৰলৈ আহিছে নতুন তথ্য। মুম্বাই আৰক্ষীয়ে দাসৰ বিৰুদ্ধে...

দেশ

সৌৰভ দাসক পাছপ’ৰ্ট সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ৰ

নতুন দিল্লী: পাছপ’ৰ্টৰ আবেদনত তথ্য লুকুওৱা তথা বিসংগতিৰ অভিযোগত সৌৰভ দাস নামৰ লোকজনক চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। বৈদেশিক পৰিক্ৰমা...

— ১৪ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৫৬টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (২৫ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং